• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ

আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ

2 years ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

25 minutes ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

1 hour ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

2 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

2 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

3 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

4 hours ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

21 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

22 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

23 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

23 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

1 day ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ

editor by editor
May 16, 2024
in অসম, জীৱনশৈলী
0
আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগেঃ জুবিন গাৰ্গ
0
SHARES
397
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক সাবটি চাকৰিৰ পৰা নিলম্বিত হ’ল এগৰাকী আৰক্ষী কনিষ্টবল৷ আৰক্ষী কনিষ্টবল মিলিপ্ৰভা চুতীয়াক নিলম্বন কৰা সন্দৰ্ভত মুখ খুলিছে এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে৷ জুবিনে সামাজিক মাধ্যমত কৰিছে বিশেষ পোষ্ট৷ জুবিন গাৰ্গে লিখিছে, ‘মই জানো আৰক্ষীৰ পোছাক পিন্ধিলে কিছুমান নীতি-নিয়ম মানি চলিব লাগে৷ কিন্তু প্ৰেম, ভালপোৱা, মৰম এইবোৰ কেতিয়াও শাস্তিযোগ্য অপৰাধ হ’ব নালাগে৷’

ইফালে মিলিপ্ৰভা চুতীয়াইয়ো নিলম্বনৰ পাছতেই সংবাদ মাধ্যমৰ আগত ৰাখিছে বিশেষ মন্তব্য৷ মিলিপ্ৰভাই কৈছে, ‘ঘৰৰ ময়েই একমাত্ৰ উপাৰ্জনকাৰী৷ মোক চাকৰিৰ পৰা নিলম্বন কৰিলে মই কেনেকৈ চলিম৷ জুবিন দাক ভালপাওঁ৷ সৰুৰে পৰা জুবিন দাৰ গীত শুনি ডাঙৰ হৈছো৷ জুবিন দাই মোৰ চাকৰিটোৰ কাৰণে কিবা এটা কৰি দিয়ে যেন৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!
জীৱনশৈলী

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

August 14, 2026
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য
জীৱনশৈলী

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

August 14, 2026
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’
অসম

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
Next Post
কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?

কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.