• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

2 years ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

10 minutes ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

43 minutes ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

1 hour ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

18 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

19 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

21 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

22 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

23 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

24 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

editor by editor
May 24, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, বিশ্ব, ভাৰত
0
ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত
0
SHARES
753
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘূৰ্ণীবতাহ ৰেমালৰ আতংক, সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ, ইতিমধ্যেই খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্যত

ঘূৰ্ণীবতাহ ৰেমালৰ আতংকত এতিয়া উত্তৰ পূৱ ভাৰত। তীব্ৰ বেগত পশ্চিমবংগ অভিমুখে আগবাঢ়িছে ঘূৰ্ণীবতাহ ৰেমাল। উপকূলীয় অঞ্চলত সতৰ্ক হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। লগতে উত্তৰ পূৱৰ ৰাজ্যসমূহতো সাৱধানবাণী, কেইবাখনতো পৰিব ডাঙৰ প্ৰভাৱ।

আইএমডিয়ে জনোৱা মতে, দেওবাৰে বাংলাদেশ আৰু সংলগ্ন বংগৰ উপকূলত ধুমুহাৰ ৰূপত প্ৰচণ্ড ঘূৰ্ণীবতাহ ‘ৰেমাল’ আহিব। ঘূৰ্ণীবতাহৰ বাবে ঘণ্টাত ১০২ কিলোমিটাৰ বেগত বতাহ বলিব পাৰে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ঘূৰ্ণীবতাহৰ ধুমুহা ৰেমালৰ বাবে ২৬-২৭ মে’ত উপকূলীয় জিলা পশ্চিম বংগ, উত্তৰ ওড়িশা, মিজোৰাম, ত্ৰিপুৰা আৰু দক্ষিণ মণিপুৰত অতি প্ৰবল বৰষুণ হ’ব পাৰে। অসমতো ইয়াৰ প্ৰৱল প্ৰভাৱ পৰিব।

আইএমডিয়ে সাগৰত মাছ ধৰিবলৈ যোৱা মাছমৰীয়াসকলক উপকূললৈ উভতি যাবলৈ আৰু ২৭ মে’লৈকে বংগ উপসাগৰলৈ নাযাবলৈ নিৰ্দেশ দিছে।

আইএমডিয়ে জনোৱা মতে, ২০২৪ চনৰ ২৭ মে’ত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ (১১৫.৫-২০৪.৫ মি.মি.) হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ একাংশ অঞ্চলত তীব্ৰ গৰমৰ ঢৌৰ সম্ভাৱনা আছে।

২০২৪ চনৰ ২৭ মে’ত জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, পূব উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু বিদৰ্ভৰ বিভিন্ন স্থানত গৰমৰ ঢৌৰ ভৱিষ্যদ্বাণী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cyclonecyclone remalRemalweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!
বিনোদন

June 6, 2026
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক
বিশ্ব

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

June 6, 2026
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল
ভাৰত

June 5, 2026
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী
অসম

Next Post
ৰুষ্ট প্ৰকৃতি, ভয়ংকৰ ভূমিস্খলনৰ ফলত কমেও ১০০ জন লোকৰ মৃত্যু, বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান

ব্ৰহ্মাৰ মানস পুত্ৰৰ নাৰদৰ জন্ম কেনেকৈ হৈছিল, পঢ়ক নাৰদৰ আমোদজনক জন্ম কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন