• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস

আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস

2 years ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

23 minutes ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

1 hour ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

2 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

3 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

3 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

4 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

5 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

13 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

13 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

14 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

15 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস

editor by editor
May 24, 2024
in বিবিধ
0
আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহিবলগীয়া সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ফালি পেলালে পেট, এতিয়া আজীৱন কাৰাবাস

এগৰাকী পিতৃৰ নিৰ্দয় কাণ্ড, পত্নীৰ গৰ্ভত থকা সন্তান ল’ৰা নে ছোৱালী জানিবৰ বাবে স্বামীয়ে ৮ মাহৰ গৰ্ভৱতী পত্নীৰ পেট কাটি দিয়ে। যাৰ ফলত গৰ্ভস্থ সন্তানটোৰ মৃত্যু হোৱাৰ লগতে মহিলাগৰাকীৰো অৱস্থা সংকটজনক।

ল’ৰা সন্তান এটাৰ বাবে হাহাকাৰ কৰি কৰি ৫ জনীকৈ কন্যা সন্তান জন্ম দি দিয়ে , পাছত এটি ল’ৰা সন্তানৰ আশাত পুনৰ গৰ্ভৱতী কৰায় পত্নীক। কিন্তু প্ৰথম মাহৰে পৰা স্বামীৰ মনত উগুল থুগুল লাগি থাকে। বহু উপায় কৰে গৰ্ভৰ সন্তানৰ লিংগ জানিবৰ বাবে। কিন্তু এই ক্ষেত্ৰত কোনো চিকিৎসকেও সহায় নকৰে।

সেয়ে শেষত ৮ মহীয়া গৰ্ভৱতীপত্নীৰ গৰ্ভ কাঁচিৰে কাটি পেলাই। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে উতত্ৰ প্ৰদেশৰ বৰেলীত। বৰ্তমানে লোকগৰাকীৰ আজীৱন কাৰাবাস হৈছে।

বিয়াৰ ২০ বছৰৰ পাছত ৫গৰাকীকৈ কন্যা সন্তান হোৱাৰ পাছত ষষ্ঠবাৰৰ বাবে পুনৰ গৰ্ভৱতী হৈছিল পত্নী। স্বামীয়ে সেইবাৰ কাঢ়াকৈ কৈ দিছিল, এইবাৰ যদি পুত্ৰ সন্তান নহয় তেন্তে সন্তানটোক মাৰি পেলোৱাৰ লগতে দ্বিতীয় বিবাহো কৰাব।

কিন্তু সন্তান জন্ম হোৱালৈ ৰৈ থকাৰ নিজৰেই ধৈৰ্য হেৰাই যায। শেষত কাঁচি লৈ নিজেই নিজৰ পত্নীৰ পেট কাটি দিয়ে। লগে লগে হুৱাদুৱা লাগি যায়। মহিলাগৰাকীৰ মাতৃগৃহৰ লোক আহি উপস্থিত হৈ হাস্পতাললৈ লৈ যায়। কিন্তু প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত প্ৰাণৰ সংকটত ভুগিছে মহিলাগৰাকীয়ে, আনহাতে গৰ্ভৰ সন্তানটোৰো মৃত্যু হয়।

আৰক্ষীক ঘটনা সন্দৰ্ভে খবৰ কৰি গোচৰো ৰুজু কৰে । ৰুজু কৰা গোচৰৰ ভিত্তিতে আৰক্ষীয়ে পুত্ৰ সন্তান বিচৰা পিতৃক আটক কৰি লৈ যায়। পাছত এই অপৰাধৰ শাস্তি হিচাপে ন্যাযালয়ে ৪০ হাজাৰ টকা জৰিমনা বিহাৰ লগতে আজীৱন কাৰাবাসৰো শাস্তি প্ৰদান কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BareliFather Killed New bornmurder caseuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে
অপৰাধ

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

August 27, 2026
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক
বিবিধ

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

August 27, 2026
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ
বাণিজ্য

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

August 27, 2026
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’
বিবিধ

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

August 27, 2026
Next Post
সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

সন্ধিয়া এই ৫ সামগ্ৰী ভুলতো দান নকৰিব, ৰুষ্ট হব লক্ষ্মী, দৰিদ্ৰতাই কোঙা কৰিব আপোনাক

কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

কাপোৰ ধোৱাৰ চাবোন কেনেকৈ সৌন্দৰ্য্যৰ সামগ্ৰীলৈ পৰিণত হ’ল, ইয়াৰ আঁৰত আছে আকৰ্ষণীয় কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.