• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা

editor by editor
May 30, 2024
in অসম, গুৱাহাটী, জীৱনশৈলী
0
পেছা কোনটো, ইউটিউব নে আৰক্ষী জোৱান? ইউটিউবাৰ হৈ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন পাপৰি কলিতা
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰীল এতিয়া যেন কোনোবাখিনিত এক সামাজিক ব্যাধি। স্থান-কাল-পাত্ৰ সকলো পাহৰি একাংশ লোক এতিয়া ৰীল তৈয়াৰ কৰাত নতুবা ৰীল চোৱাত ব্যস্ত হৈ থকা দেখা যায়। এইবাৰ একাংশ আৰক্ষীকো দেখা গৈছে ৰীল বনাই সামাজিক মাধ্যমত জনপ্ৰিয়তা বুটলাৰ অনুশীলনত। ৰীলেই নহয় ইউটিউবত ভিডিঅ তৈয়াৰ কৰাটোকো এক পেছা হিচাপে লৈছে একাংশ আৰক্ষীয়ে।

আৰক্ষীতকৈ এগৰাকী ইউটিউবাৰ হিচাপে অধিক জনপ্ৰিয় এগৰাকী মহিলা কমাণ্ডো এইবাৰ ভিডিঅৰ বাবেই ৰোষত পৰিছে আৰক্ষীৰ। বীৰাংগনা পাপৰি কলিতা ইউটিউবত জনপ্ৰিয় কুঁহি নামেৰে। সেই কুঁহি ওৰফে পাপৰি পৰিছে আৰক্ষীৰ ৰোষত।বিভিন্ন ভিডিঅ’ আপলোড কৰি জনপ্ৰিয়তা অৰ্জন কৰা পাপৰি কলিতাক অসম আৰক্ষীৰ বীৰাংগনা কামাণ্ডোৰ পৰা নিলম্বন কৰা হৈছে৷ অনলাইন বেটিং এপৰ বিজ্ঞাপন প্ৰদান কৰা বাবে কামাণ্ডোগৰাকীক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

পাপৰি কলিতাক চাকৰিৰ পৰা নিলম্বিত কৰাৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ মন্তব্য,’অসম আৰক্ষীত কৰ্তব্যৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে তেওঁৰ অনলাইন সামাজিক মাধ্যমক ব্যৱসায়িকভাৱে ধন আহৰণৰ এক অচিলা হিচাপে ব্যৱহাৰ কৰাৰ তথ্য আমাৰ নিয়মীয়া নিৰীক্ষণত ধৰা পৰিছে৷ চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা এনে ব্যৱসায়িক কাম-কাজ নিয়ম বিৰুদ্ধ আৰু এই কৰ্মচাৰীগৰাকীৰ এনে কাৰ্য প্ৰমাণিত হোৱাত তেওঁক তাৎক্ষণিকভাৱে নিলম্বিত কৰা হৈছে আৰু বিভাগীয় তদন্তৰ নিৰ্দেশ জাৰি কৰা হৈছে৷ আৰক্ষী বিভাগৰ লোকসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰী আৰু বিভাগীয় নিয়ম-নীতি মানি চলাৰ বাবে নিয়মীয়াকৈ সকীয়াই থকা হৈছে আৰু এনেধৰণৰ কাম-কাজত নিয়োজিত নহবলৈ নিৰ্দেশ দিয়া হৈছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
মছজিদৰ শৌচাগাৰৰ বাবে খান্দি থোৱা গাঁতত পৰি কৰুণ মৃত্যু দুই কনমানিৰ

প্ৰেম মানি নোলোৱাৰ বাবেই বেলতলাত যুৱকে ছুৰীৰে আক্ৰমণ কৰিলে যুৱতীক, হাস্পতালত ভৰ্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন