• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

2 years ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

12 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

13 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

14 hours ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

15 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

16 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

16 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

17 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

18 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

18 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

1 day ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

2 days ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

editor by editor
June 2, 2024
in উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰুণাচলত পুনৰ পদুম, তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী পেমা খাণ্ডু, চিকিমতো পদুমৰ জয়জয়কাৰ

অৰুণাচল প্ৰদেশ আৰু চিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। পাছে ভোটগণনা শেষ নৌহওতেই অৰুণাচলত বিজেপিৰ ঐতিহাসিক বিজয়। ৬০ আসনৰ ভিতৰত ৩১ খন আসন লাভ কৰি বিজয় সাব্যস্ত বিজেপিৰ। আনহাতে চিকিমতো বিজয়ৰ দিশে বিজেপি।

১৯ এপ্ৰিলত দুয়োখন ৰাজ্যতে বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। অৰুণাচল প্ৰদেশৰ দুখন লোকসভা আসনৰ ভোটগণনা ৪ জুনতহে হ’ব। অৰুণাচল প্ৰদেশত ৬০খন বিধানসভা আসনৰ ভিতৰত ৫০খন আসনত ভোটগ্ৰহণ কৰা হৈছিল।

তাৰেই ভিতৰত বিজেপিৰ প্ৰাৰ্থীয়ে ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছিল। সেই ১০ আসনৰ এখন আসন আছিল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। পেমা খাণ্ডুৱেও বিনা প্ৰতিদ্বন্দ্বিতাই জয় লাভ কৰিছিল।

অৰুণাচল প্ৰদেশত বিজেপিয়ে এই পৰ্যন্ত ৩১ খন আসন লাভ কৰাৰ লগতে অন্য কেইবাখন আসনত আগবাঢ়ি আছে। ৬০ আসনৰ ভাতৰত ৩১ খনত জয় হোৱাত  বিজেপিয়ে অৰুণাচলত ইতিমধ্যে শাসন লাভ কৰাৰ দৰে। ৪ খন আসনত আগবাঢ়ি থকা এন পি পিয়ে কেৱল এখন আসন লাভ কৰিছে।

আনহাতে ছিকিমৰ ৩২খন আসনৰ ভিতৰত ৩১খন আসনতে অগ্ৰগতি লাভ কৰি আছে বিজেপি সমৰ্থীত তথা মিত্ৰদল দল এছ কে এমে (Sikkim Krantikari Morcha)। বৰ্তমানলৈ ১৮খন আসনত জয়লাভ কৰা দলটো বাকী ১৩ খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইতিমধ্যে এছ কে এম দলৰ নেতা তথা ছিকিমৰ মুখ্যমন্ত্ৰীগৰাকী ৰেনক সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিছে। ইফালে এছ ডি এফে ৰাজ্যখনত এখন আসনত বিজয় সাব্যস্ত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Arunachal Preadeshpema KhanduPrem sing TamangSikkim
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

অতিকে শিহৰণকাৰী, কোনোমতে প্ৰাণ ৰক্ষা ৫০০ৰো অধিক লোকৰ, ২খন ট্ৰেইনৰ মুখামুখি সংঘৰ্ষ

গ্ৰহবোৰৰ বিশেষ সংযোগ, চতুৰ্গহী যোগ সংযোগৰ ফলত ধনৰ বৰষুণ হ’ব এই তিনি ৰাশিৰ লোকৰ জীৱনত

গ্ৰহবোৰৰ বিশেষ সংযোগ, চতুৰ্গহী যোগ সংযোগৰ ফলত ধনৰ বৰষুণ হ'ব এই তিনি ৰাশিৰ লোকৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.