• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

3 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

3 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

3 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

3 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

3 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

3 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

4 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

4 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

4 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

4 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

4 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাতেই বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?

editor by editor
June 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰাম মন্দিৰ আমিয়েই বনালো…! অথচ অযোধ্যাস্থিত ফৈজাবাদ সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়, কাৰণ কি?
0
SHARES
420
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০৯ চনত উত্তৰপ্ৰদেশৰ ৮০খন লোকসভা আসনৰ মাজত মাত্ৰ ১০খন আসন লাভেৰে আৰম্ভ হৈছিল বিজেপিৰ যাত্ৰা। তাৰপিছত সেই ৰাজ্যত বিজেপিৰ উত্থান আৰু উত্থান। মোদী ছুনামীত ২০১৪ চনত ৭১ আসনত জয়লাভ কৰিছিল গেৰুৱা শিৱিৰে। তাৰপিছত ২০১৯ৰ লোকসভা নিৰ্বাচনত ৬২আসন লাভ কৰিছিল বিজেপি দলে। ৰাম মন্দিৰ নিৰ্মাণেৰে বিজেপিয়ে এইবাৰ আশা কৰিছিল ৮০ৰ ভিতৰত ৮০খন আসনেই বিজেপিৰ হাতলৈ আহিব।

কিন্তু কাৰ্যত উত্তৰপ্ৰদেশৰ সমাজবাদী পাৰ্টীৰ ঢাক্কাত ভাঙি পৰিল মোদী-যোগীৰ ডাবল ইঞ্জিনৰ চৰকাৰ। ২৩খন আসনত জয়ী সমাজবাদী পাৰ্টী ইয়াৰোপৰি অন্য ১৪খনতো আগুৱাই আছে সমাজবাদী পাৰ্টী। সকলো মিলি মুঠ ৩৭খন আসন জয়ৰ সম্ভাৱনা নিশ্চিত সমাজবাদী পাৰ্টীৰ। কংগ্ৰেছেও আগুৱাই আছে ৬খন আসনত। আনফালে উত্তৰপ্ৰদেশত বিজেপিয়ে ২২খন আসনতেই থমকি ৰব লগা হৈছে। আগুৱাই আছে অন্য ১১ আসনত। মুঠ ৩৩ খন আসনতহে বিজেপি আগুৱাই আছে। ৰামমন্দিৰৰ দৰে উপহাৰ দিয়াৰ পাছতো কত কি ভুলৰ বাবে থমকি ৰব লগা হল বিজেপি দল?

বিশ্লেষকৰ মতে মোদীৰ ৪০০পাৰ শ্লোগানেই বিজেপিক এই ঢাক্কা দিলে। এই শ্লোগানেই ক্ষতি কৰিছে বিজেপি দলক। বহুতেই ধাৰণা কৰি ললে যে ৪০০পাৰ হলেই দেশৰ সংবিধান সলনি হৈ পৰিব। ইফালে বিৰোধীয়েও এই প্ৰচাৰেই চলাইছিল যে এন ডি এ ৪০০তকৈ বেছি আসন পালে সংবিধান সংশোধন কৰি সংৰক্ষণ বাতিল কৰি পেলাব। এই প্ৰচাৰেই অনগ্ৰসৰ শ্ৰেণী, দলিত আৰু সংখ্যালঘূৰ মাজত বিজেপি প্ৰীতি কমাই দিলে।

বুথ সমীক্ষাত লাভ কৰা তথ্য অনুসৰি উত্তৰপ্ৰদেশৰ ৮০খন আসনৰ মাজত ৬০খনতকৈ বেছি আসন বিজেপিয়ে লাভ কৰিব বুলি দাবী কৰা হৈছিল। বিজেপিৰ লক্ষ্য যদিও ৮০ আছিল কিন্তু সমীক্ষাই ৬০খনমানহে আসন দিছিল এন ডি এক। ৰাম মন্দিৰ নিৰ্মাণৰ পাছত উত্তৰপ্ৰদেশৰ মানুহে নিৰ্বাচনত দুহাত তুলি আশীৰ্বাদ দিলেও ভোট কিন্তু নিদিলে বিজেপি দলক। ৰাম কেৱল ধৰ্মীয় বিশ্বাস, ৰামক ৰাজনীতিলৈ টানি অনাৰ পক্ষপাতী নহল উত্তৰপ্ৰদেশৰ জনতা। আনকি যি স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে সেই ফৈজাবাদ সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী পৰাস্ত হয়।

ইয়াৰোপৰি দেশৰ জিডিপি বৃদ্ধিৰ পৰিপেক্ষিতত বৰ্তমান বিশ্বৰ পঞ্চম অৰ্থনীতিৰ দেশ ভাৰত। কিন্তু বাস্তৱত মানুহে দেখিছে যে গেছ চিলিণ্ডাৰ, নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বাঢ়িব ধৰিছে। এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে লেথাৰিকৈ প্ৰচাৰো কৰিছে বিৰোধীয়ে। সেই প্ৰচাৰেও বিজেপিক হৰুওৱাত সহায় কৰিছে বুলি দাবী কৰিছে বিশ্লেষকে।

এই নিৰ্বাচনত বিৰোধীৰ অস্ত্ৰ আছিল কৰ্মসংস্থাপনহীনতা। ১০বছৰত এনডিএ চৰকাৰে নিবনুৱা দূৰ কৰিব নোৱাৰিলে। মোদী চৰকাৰে সাধাৰণ মানুহক চাকৰি প্ৰদানৰ নামত আভূৱা ভৰাৰ কথাও বিৰোধীয়ে প্ৰচাৰ চলাইছিল। মোদীৰ একনিষ্ঠ ভোটাৰৰ মাজত আছে মহিলাসকল। কিন্তু এইবাৰৰ নিৰ্বাচনত দৰিদ্ৰ মহিলাসকলক কংগ্ৰেছে প্ৰতি মাহত ৮৫০০ টকা আৰু প্ৰতি বছৰে ১লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে। ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ জনসভাসমূহত এই প্ৰতিশ্ৰুতি দিছে। সম্ভৱত উত্তৰপ্ৰদেশ বিজেপিয়ে ৰাহুলৰ এই প্ৰচাৰ সভাৰ বাবেই ভোট হেৰুওৱাইছে বুলি দাবী কৰিছে বিশেষজ্ঞই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
একেখন বিমানত দিল্লীলৈ তেজস্বী-নীতিশ! পাভলুটি মৰা নীতিশেই সলনি কৰিব চৰকাৰ?

একেখন বিমানত দিল্লীলৈ তেজস্বী-নীতিশ! পাভলুটি মৰা নীতিশেই সলনি কৰিব চৰকাৰ?

মোদী-শ্বাহেই বিজেপি শেষ কৰিছে! কৰ্তৃত্বক লৈ ক্ষোভত ফাটিছে RSS

মোদী-শ্বাহেই বিজেপি শেষ কৰিছে! কৰ্তৃত্বক লৈ ক্ষোভত ফাটিছে RSS

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.