• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন

2 years ago
হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

44 minutes ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

3 hours ago
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

3 hours ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

4 hours ago
বিয়াৰ পিছত সন্তান জন্মত নকৰিব পলম, ভুগিব পাৰে সৰ্প দোষত!

সম্পৰ্কত থাকিব একেই প্ৰেম, মাথোঁ কৰক এই কাম!

4 hours ago
“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer  ছিমৰনক?

“শৰীৰত চুবলৈ বাৰে বাৰে চেষ্টা!”, কোনে অশালীন ইংগিত দিছিল Influencer ছিমৰনক?

5 hours ago
Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য  ১০ হাজাৰ টকা হ্ৰাস

Gold Price Crash: ভয়ংকৰভাৱে পতন সোণৰ মূল্য! ৰূপৰ মূল্য ১০ হাজাৰ টকা হ্ৰাস

6 hours ago
PPF একাউণ্টত বছৰি ২৫,০০০ টকা  জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

PPF একাউণ্টত বছৰি ২৫,০০০ টকা জমা ৰাখিছে নেকি? মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

7 hours ago
মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

মা কামাখ্যাৰ ৰক্তবস্ত্ৰ কি? ভক্তসকলে কেনেকৈ ব্যৱহাৰ কৰিব জানো আহক

8 hours ago
আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

আজিৰে পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা, ভিৰ কৰিছে দিশে-বিদেশৰ দৰ্শনাৰ্থীয়ে

9 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৫ ৰাশিৰ, জানক দৈনিক ৰাশিফল

9 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব নতুন সুযোগ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন

editor by editor
June 10, 2024
in জীৱনশৈলী, ভাৰত, ৰাজনীতি, লেখা
0
প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো চহী কৃষকৰ নামত! একাউণ্টটো মাজে মাজে চাই থাকক, অচিৰেই সোমাব ২০০০টকাকৈ ধন
0
SHARES
571
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ দায়িত্ব ল’লে নৰেন্দ্ৰ মোদীয়ে৷ ইয়াৰপাছতেই সোমবাৰে বৃহৎ সিদ্ধান্ত হৈছে নৰেন্দ্ৰ মোদীয়ে৷ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হৈ নৰেন্দ্ৰ মোদীৰ প্ৰথমটো স্বাক্ষৰ এইবাৰ পিএম কিষাণ যোজনাৰ ফাইলত৷ ১০ জুন সোমবাৰৰ পৰাই কিষাণ সন্মান নিধিৰ ১৭ তম কিস্তিৰ টকা কৃষকৰ একাউণ্টত পোনপটীয়াকৈ পঠিওৱাৰ ব্যৱস্থা কৰিলে কেন্দ্ৰীয় চৰকাৰে৷

এইবাৰ প্ৰায় ২০, ০০০ কোটি টকা কৃষকৰ উদ্দেশ্যে মুকলাই দিয়া হৈছে৷ এই স্কিমৰ সুবিধা লাভ কৰিব প্ৰায় ৯.৩ কোটি কৃষক পৰিয়ালে৷ পিএম মোদীয়ে এই প্ৰসংগত কয়, ‘আমাৰ চৰকাৰ কৃষকৰ কল্যাণৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ৷’ দায়িত্ব লৈয়েই মোদীয়ে প্ৰথমটো ফাইলত চহী কৰিছে৷ সেই ফাইল কিষাণ নিধিৰ ফাইল৷ কৃষি কল্যাণৰ সৈতে জড়িত ফাইল৷ মোদীয়ে চহী কৰিয়েই কয়, ‘আমি এই সময়ত কৃষক আৰু কৃষিভূমিক লৈ আৰু বেছিকৈ কাম কৰিব খোজো৷’

P.M কিষাণ যোজনা কি?

পিএম কিষাণ সন্মাণ নিধি যোজনাৰ আওতাত কৃষকে বাৰ্ষিক ৬০০০ টকা লাভ কৰে৷ প্ৰতি ৪মাহৰ অন্তত কৃষকৰ বেংক একাউণ্টত ২০০০টকাকৈ পঠিওৱা হয়৷ এই ধনেৰে বীজ ক্ৰয়ৰ সুবিধা পায় কৃষকে৷ ইয়াৰোপৰি বানে কৃষিভূমি নষ্ট কৰিলে বা ফচল নষ্ট হোৱা কৃষকে এই সুবিধা লাভ কৰে৷ এই যোজনাৰ অধীনত সুবিধা পাবলৈ একাধিক চৰ্ত পূৰণ কৰিব লাগিব৷ সকলো কৃষকে এই ধন লাভ কৰিব তেনে নহয়৷ কৃষকজনৰ কৃষিভূমি থাকিব লাগিব, পৰিয়ালৰ এজনেহে এই সুবিধা লাভ কৰিব, যদি কৃষক পৰিয়ালৰ কোনোৱে ইনকাম টেক্স দিয়ে তেন্তে এই ধন লাভ নকৰিব৷ কৃষক পৰিয়ালৰ কোনো লোকৰে চৰকাৰী চাকৰি থাকিব নোৱাৰিব৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সুবিধা পাবলৈ কৃষকৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক থকা জৰুৰী৷ যদি কোনো কৃষকৰ একাউণ্টত আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে তেওঁ এই ধন লাভ নকৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?
ভাৰত

হিন্দু ধৰ্মত পদুম ফুলৰ মহত্ব কিমান? কিয় লক্ষ্মী দেৱীৰ আসন হিচাপে ব্যৱহাৰ হয় পদুম?

June 22, 2026
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক
জীৱনশৈলী

২৩ জুনত ৫ ৰাশিয়ে পাব ভাল খবৰ, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

June 22, 2026
Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক
বিনোদন

Cocktail 2 হিট নে ফ্লপ? কৃতি আৰু শ্বাহিদলৈ কি আশা কৰে দৰ্শকে জানক

June 22, 2026
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

সঘনাই প্ৰস্ৰাৱ অনুভৱ? বিপদৰ পূৰ্বে আজিয়েই হওক সাৱধান!

June 22, 2026
Next Post
কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

কাজলৰ সৈতে ‘দ্যা ট্ৰায়েল’ত অনবদ্য অভিনয়, মুম্বাইৰ লোখণ্ডৱালাত উদ্ধাৰ হ’ল অসমীয়া অভিনেত্ৰীৰ নশ্বৰ দেহ 

বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

বিজেপিৰ পছন্দ দুগ্ধদেৱী, টিডিপিয়ে কৈ দিছে, লোকসভাৰ অধ্যক্ষ নিদিলে…! স্পিকাৰ পদক লৈ টনা-টনি মোদীৰ ৩.০ত, কোন হ’ব পাৰে লোকসভাৰ অধ্যক্ষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.