• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাস্তাত নামাজৰ ওপৰিও এইকেইখন জিলাত কোৰবানী একেবাৰেই নহ’ব, ঈদৰ দিনাই কঠোৰ হৈছে প্ৰশাসন

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

4 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

5 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাস্তাত নামাজৰ ওপৰিও এইকেইখন জিলাত কোৰবানী একেবাৰেই নহ’ব, ঈদৰ দিনাই কঠোৰ হৈছে প্ৰশাসন

ৰাস্তাত নামাজৰ ওপৰিও এইকেইখন জিলাত কোৰবানী একেবাৰেই নহ’ব, ঈদৰ দিনাই কঠোৰ হৈছে প্ৰশাসন

editor by editor
June 17, 2024
in জীৱনশৈলী, ভাৰত
0
ৰাস্তাত নামাজৰ ওপৰিও এইকেইখন জিলাত কোৰবানী একেবাৰেই নহ’ব, ঈদৰ দিনাই কঠোৰ হৈছে প্ৰশাসন
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোৰবানি ঈদ বা বকৰি ঈদ৷ বকৰি ঈদৰ পূৰ্বে একাধিক নিৰ্দেশিকা জাৰি কৰিছে উত্তৰপ্ৰদেশৰ যোগী চৰকাৰে৷ ঈদৰ পূৰ্বে একাধিক নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ নিৰ্দেশিকা অনুসৰি ৰাস্তাৰ মাজত বহি নামাজ পঢ়া, য’তে ত’তে কোৰবানী দিয়া কাৰ্য একেবাৰেই নচলিব উত্তৰপ্ৰদেশত৷ নিৰ্দেশনাত লগতে কোৱা হৈছে যে, সকলো পশু কোৰবানি দিব নোৱাৰিব৷ যোগীয়ে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত কয়, ‘মন গ’লেই যতে ততে কোৰবানী নিদিব৷ আমি কোৰবানীৰ বাবে স্থান নিৰ্ধাৰণ কৰিছো৷ সেই স্থানৰ সলনি অন্য স্থানত পশু কোৰবানী দিলেই আমাৰ প্ৰশাসন কঠোৰ হ’ব৷ ইয়াৰোপৰি স্পৰ্শকাতৰ বা বিতৰ্কিত কোনো স্থানত কোৰবানীৰ নিয়ম একেবাৰেই বন্ধ কৰিছো৷ যিসময়ত আমি পশু কোৰবানী দিয়া নিষিদ্ধ কৰিছো সেই সময়ত সেই স্থানসমূহৰ ওপৰত প্ৰশাসনৰ কাঢ়া নজৰ থাকিব৷ পশু কোৰবানীৰ পাছত সকলো বৰ্জ্য পদাৰ্থ চাফা কৰাটো নিজৰ দায়িত্ব৷’

নিৰ্দেশনাত লগতে কোৱা হৈছে, প্ৰচলিত ৰীতি অনুসৰি নিৰ্ধাৰিত স্থানতহে নামাজ পঢ়িব৷ ৰাস্তা অৱৰোধ কৰি কোনোৱে নামাজ পঢ়িব নোৱাৰিব৷ নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে মানুহৰ ধৰ্মীয় বিশ্বাসক সকলোৱে সন্মান কৰে কিন্তু এই বিশ্বাসৰ বাবেই যাতে কোনেও হাৰাহাস্তি নাপায় সেই বিষয়ত নজৰ দিয়ক৷ ইয়াৰোপৰি এই সময়চোৱাত কোনোৱে যাতে নিজৰ হাতত আইন তুলি নলয় তাৰবাবেও আগতীয়াকৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰশাসনিক অধিকাৰীসকল আৰু আৰক্ষীক ধৰ্মীয় অনুভূতিত আঘাত নকৰিবলৈ পৰামৰ্শ দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
কৃষকলৈ ভাল খবৰ! মাজত মাত্ৰ ২৪ঘণ্টা, চৰকাৰে পোনপটীয়াকৈ একাউণ্টত দিব ধন

ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ, অসমৰো যাত্ৰী থকাৰ সন্দেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন