• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

2 years ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

16 minutes ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

2 days ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

editor by editor
June 17, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰায়বৰেলীতে থাকিব ৰাহুল গান্ধী, ৱায়নাডলৈ প্ৰিয়ংকা, তথাপি ৱায়নাডৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব ৰাহুলে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়ানাড আসন ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৱায়ানাদৰ লগতে ৰায়েবৰেলীৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিৰ্বাতন বিপুল ভোটৰ ব্যৱধানত দুয়োখন আসন লাভ কৰিছিল ৰাহুলে। কিন্তু সংসদৰ নিয়ম অনুসাৰে এজন সাংসদে এখন হে আসনত থাকিব পাৰে।

এনে পৰিস্থিতিত এতিয়া ৰাহুল গান্ধীয়ে ৰায়েবৰেলীৰ আসনত থাকি ৱায়ানাড এৰাৰ কথা ঘোষণা কৰে। এই ঘোষণাৰ পাছতে আন এক ঘোষণা- খালী হোৱা ৱায়নাডৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই প্ৰথমবাৰৰ বাবে ৱায়ানাডৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি দলটোৱে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৱায়ানাডৰ আসন এৰি যোৱাৰ সময়ত ৰাহুল গান্ধীয়ে কয় যে ৰায়বৰেলী আৰু ৱায়ানাডৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছে। যোৱা পাঁচ বছৰত ৱায়ানাডৰ সাংসদ আছিলো। তাত থকা সকলো মানুহ, প্ৰতিটো দলৰ মানুহে মৰম দিলে। তাৰ বাবে মই আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। প্ৰিয়ংকা গান্ধীয়ে ৱায়ানাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব, কিন্তু মইও মাজে মাজে তালৈ গৈ থাকিম।

ৰাহুলে লগতে ইয়াকো কয় যে, কংগ্ৰেছে ৱায়ানাডৰ সন্দৰ্ভত যি প্ৰতিশ্ৰুতি দিছিল সেয়া সকলো পূৰণ কৰা হ’ব। ৰায়বৰেলীৰ লগত আমাৰ পুৰণি সম্পৰ্ক আছে। তেঁও অতি সুখী যে তেঁও ৰায়বৰেলীক পুনৰ প্ৰতিনিধিত্ব কৰিব। ৰাহুল গান্ধীৰ বাবে ই সহজ সিদ্ধান্ত নাছিল কাৰণ দুয়োখন ঠাইৰ পৰাই সংযোগ আছে ৰাহুলৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: keralaLoksabha Seatpriyanka gandhiRaebarelirahul gandhiuttar pradeshwayanad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

April 27, 2026
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ’ব

কাইলৈ প্ৰেমৰ ক্ষেত্ৰত সফলতা পাব এই ৫ ৰাশিৰ লোকে, বিশেষ দিন হিচাপে পৰিগণিত হ'ব

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো…! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

ভোট নিদিলেও আমি তেওঁলোকৰ লগত আছো...! মণিপুৰক লৈ হঠাৎ কিয় দৰদ কেন্দ্ৰৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.