• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ

অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ

2 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

1 hour ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

2 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

2 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

3 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

4 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

4 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

5 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

6 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

6 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

7 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

8 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ

editor by editor
June 23, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ
0
SHARES
200
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ

ছেমি ফাইনেলত স্থান নিশ্চিত মেন ইন ব্লু ভাৰতীয় দলৰ। কালি শনিবাৰৰ নিশা অনুষ্ঠিত হোৱা খেলত ভাৰতীয় দলে অতি সহজেই বাংলাদেশক পৰাস্ত কৰি ছেমি ফাইনেলৰ পথ মসৃণ কৰি তোলে। ৫০ ৰানৰ ব্যৱধানত পৰাস্ত হয় বাংলাদেশ।

এতিয়া ছুপাৰ ৮ পৰ্যায়ত ভাৰতে লাভ কৰিলে মুঠ ৪ পইণ্ট। প্ৰথম খেলখনত আফগানিস্তানৰ বিৰুদ্ধে জয় হোৱাৰ লগতে ছুপাৰ ৮ৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে জয়ী হয়। এতিয়া পৰৱৰ্তী খেলখন ২৪ জুন তাৰিখে ভাৰত বনাম অষ্ট্ৰেলিয়া। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছত প্ৰথমবাৰৰ বাবে ICC প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰতীয় দল।

কালিৰ খেলখনত ভাৰতীয় দলটোৱে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে হাৰ্ডিক পাণ্ডিয়াৰ অনবদ্য অৰ্ধশতক। তেওঁ দললৈ ৫০ ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে।

বাংলাদেশে ১৯৭ ৰানৰ লক্ষ্যৰে খেলপথাৰত নামে যদিও ২০ অভাৰত ১৪৬ ৰান কৰিয়ে স্তব্ধ হৈ পৰে। বাংলাদেশে প্ৰথমে বিস্ফোৰক আৰম্ভণি কৰে যদিও ভাৰতীয় বলিং বিক্ৰমৰ সন্মুখত স্তব্ধ হৈ পৰে। ভাৰতৰ কুলদ্বীপ যাদবে ৩টা উইকেট, যশপ্ৰীত বুমৰাহ আৰু অৰ্শ্বদ্বীপ সিঙে ২টাকৈ উইকেট আৰু হাৰ্দিক পাণ্ডিয়াই এটা উইকেট দখল কৰে।

ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ২৭টা বলত ৫০ ৰান, বিৰাটে ২৮ টা বলত ৩৭ ৰান আৰু ঋষভ পণ্টে ২৪ টা বলত ৩৬ ৰান আৰু শিৱম ডুবেই ২৩ টা বলত ৩৪ ৰানৰ ইংনিছ খেলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Team . t 20 world Cupteam indiaworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে’লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

৫৩ সংখ্যক GST পৰিষদৰ বৈঠক, হোষ্টেল- ৰে'লৱে প্লেটফৰ্ম টিকটত সকাহ, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

অঘটন, আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰথমবাৰলৈ শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত আফগানিস্তানৰ, ২১ ৰানত জয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.