• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৭ বছৰতেই প্ৰথম বিয়া! পায়েল-কৃতিকাই নহয় আৰমানৰ আছে আৰু এগৰাকী পত্নী

১৭ বছৰতেই প্ৰথম বিয়া! পায়েল-কৃতিকাই নহয় আৰমানৰ আছে আৰু এগৰাকী পত্নী

2 years ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

46 minutes ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

2 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

2 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

19 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

20 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

20 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

21 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

22 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

22 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

23 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

24 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

১৭ বছৰতেই প্ৰথম বিয়া! পায়েল-কৃতিকাই নহয় আৰমানৰ আছে আৰু এগৰাকী পত্নী

১৭ বছৰতেই প্ৰথম বিয়া! পায়েল-কৃতিকাই নহয় আৰমানৰ আছে আৰু এগৰাকী পত্নী

editor by editor
June 23, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
১৭ বছৰতেই প্ৰথম বিয়া! পায়েল-কৃতিকাই নহয় আৰমানৰ আছে আৰু এগৰাকী পত্নী
0
SHARES
383
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২১ জুন শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে বিগ বছ অটিটিৰ ষ্ট্ৰিমিং৷ জিঅ’ চিনেমাত বিগ বছ অটিটি-৩ত এইবাৰ হোৱা সালসলনিক লৈ সকলোৰে মাজত চলিছে চৰ্চা৷ পৰিচালকৰ ভূমিকাত এইবৰা ছলমান নাই৷ ছলমানৰ পৰিবৰ্তে এইবাৰ বিগ বছ অটিটিত পৰিচালকৰ দায়িত্বত আছে বলীউড তাৰকা অনিল কাপুৰ৷

এইবাৰ অহা প্ৰতিযোগীসকলো ভিন্ন৷ চিনেমা জগতৰ সৈতে সংগতি নথকা লোকসকলে এইবাৰ বিগ বছ অটিটিৰ ঘৰলৈ আহিছে৷ সেই তালিকাত আছে জনপ্ৰিয় ইউটিউবাৰ আৰমান মালিক৷ দুই পত্নীক লগত লৈ বিগ বছ-৩ ৰ অটিটিলৈ আহিছে আৰমান মালিক৷ আৰমানৰ প্ৰৱেশৰ লগে লগেই অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই সামাজিক মাধ্যমত লিখিছে দীঘলীয়া পোষ্ট৷

আৰমানৰ ফেন ক্লাৱে দেৱলীনাৰ এই পোষ্টক সমালোচনাও কৰা পৰিলক্ষিত হৈছে৷ সকলোবোৰৰ মাজতেই ভাইৰেল হৈছে আৰমানৰ ছিক্ৰেট৷ বিগ বছত ভৰি দিয়াৰ লগে লগেই পোহৰলৈ আহিছে আৰমান মালিকৰ লুকাই থকা বহু সত্য৷ পায়েল-কৃতিকাৰ আগতেও এবাৰ বিয়া কৰাইছিল আৰমানে৷ আৰু এগৰাকী পত্নী আছে আৰমানৰ৷ অৰ্থাৎ পায়েল দ্বিতীয়া পত্নী আৰু কৃতিকা তৃতীয়া পত্নী আৰমানৰ৷

ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ হিচাপে জনপ্ৰিয় হোৱাৰ পূৰ্বেই প্ৰথমা বিবাহ বিচ্ছেদ হৈছে আৰমানৰ৷ সামাজিক মাধ্যমত আৰমানে পায়েলেই প্ৰথমা স্ত্ৰী বুলি পৰিচয় দি আহিছে৷ পায়েলৰ পূৰ্বে অৰ্থাৎ ১৭ বছৰ বয়সত প্ৰথম বিয়া হৈছিল আৰমানৰ৷ প্ৰথমা স্ত্ৰীৰ সৈতে তেওঁৰ বিচ্ছেদ হয়৷ তাৰপিছতেই পায়েলৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰমান৷

এই সন্দৰ্ভত প্ৰথমে বিগ বছত উল্লেখ কৰিছে পায়েল মালিকে৷ পায়েলে আৰমানৰ প্ৰথম পত্নীৰ প্ৰসংগ টানি আনি কয় যে, যদি সমস্যা হয় তেন্তে পায়েলেও বিচ্ছেদ বিচাৰিব৷ মন নিমিলিয়ে বিচ্ছেদেই ভাল৷ ভৱিষ্যতে যদি সমস্যা হয় তেন্তে পায়েলেও বিচ্ছেদেই ল’ব৷ পায়েলৰ সুৰতেই সুৰ মিলালে আৰমান মালিকৰ আনগৰাকী পত্নী কৃতিকাইয়ো৷

পায়েলে সমালোচকক প্ৰত্যুত্তৰ দি ক’লে, ‘ সমগ্ৰ জীৱন এজনে আনজনৰ সৈতেই থাকিব লাগিব কথা নাই৷ আৰমানৰ প্ৰথমা পত্নী আৰু মই দুইক্ষেত্ৰতেই এয়া প্ৰযোজ্য৷’ পায়েলে কৰা এই মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!
বিনোদন

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

May 1, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
Next Post
DSPৰ পৰা কনিষ্টবল হ’ল… হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ

DSPৰ পৰা কনিষ্টবল হ’ল... হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ

শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.