• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
DSPৰ পৰা কনিষ্টবল হ’ল… হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ

DSPৰ পৰা কনিষ্টবল হ’ল… হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ

2 years ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

8 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

8 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

8 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

9 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

9 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

9 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

10 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

10 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

10 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

11 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

13 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

DSPৰ পৰা কনিষ্টবল হ’ল… হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ

DSPৰ পৰা কনিষ্টবল হ’ল... হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ

editor by editor
June 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
DSPৰ পৰা কনিষ্টবল হ’ল… হঠাৎ কিয় DSP পদ হেৰুৱালে আৰক্ষীগৰাকীয়ে? জানক সবিশেষ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পেছাত তেওঁ আৰক্ষীৰ উচ্চখাপৰ বিষয়াই আছিল৷ পৰিচয় DSP কৃপা শংকৰ কনৌজা৷ উত্তৰপ্ৰদেশৰ উন্নাও প্ৰদেশৰ এগৰাকী নামজ্বলা বিষয়া৷ কিন্তু সেই বিষয়াই হঠাৎ পৰিচয় হেৰুৱাই কনিষ্ঠবললৈ অৱনমিত হৈছে৷ এগৰাকী DSPক কিয় হঠাৎ এগৰাকী কনিষ্টবললৈ পৰ্যবাসিত কৰা হ’ল?
ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, তিনি বছৰ পূৰ্বে কানপুৰৰ এখন হোটেলত এগৰাকী মহিলা কনিষ্টবলৰ সৈতে ধৰা পৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁক নিলম্বন কৰাৰ লগতে কনিষ্টবললৈ অৱনমিত কৰা হয়।

কৃপা শংকৰ কানোজিয়াই ২০২১ চনৰ ৬ জুলাইত পাৰিবাৰিক সমস্যাৰ কথা উল্লেখ কৰি উন্নাও আৰক্ষী অধীক্ষকৰ পৰা ছুটী বিচাৰিছিল। ছুটী দিয়াৰ পাছতো কৃপা শংকৰ ঘৰলৈ যোৱা নাছিল। কানপুৰৰ এখন হোটেলত এগৰাকী মহিলা কনিষ্টবলৰ লগত সময় কটাইছিল কৃপা শংকৰে৷  হোটেলত থকাৰ সময়ত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা মোবাইল নম্বৰ চুইচ অফ কৰি ৰাখিছিল কৃপা শংকৰে। এনেকৈ ফোন অফ হোৱাৰ বাবেই তেওঁৰ পত্নী চিন্তিত হৈ পৰিল। পত্নীয়ে খবৰ ল’লেহি তেওঁৰ কাৰ্যালয়ত৷ কিন্তু কাৰ্যালয়ত সোধ-পোছ কৰাত গম পালে যে, তেওঁ ছুটী লৈ ঘৰলৈ গৈছে৷’ আৰক্ষী কাৰ্যালয়ত লাভ কৰা খবৰ শুনি পত্নী আচৰিতো হয়৷ ঘৰলৈ যাম বুলি ক’লৈ গ’ল স্বামী? লগে লগেই তেওঁ এছ পিক বিষয়টো অৱগত কৰি তদন্ত কৰিবলৈ কয়৷
উন্নাও থানাৰ SPয়ে লগে লগেই DSP কৃপা শংকৰৰ সন্ধানত অভিযান আৰম্ভ কৰে৷ বহু বিচাৰ খোচাৰৰ অন্তত কানপুৰৰ এখন হোটেলৰ পৰা কৃপা শংকৰক উদ্ধাৰ কৰে৷ তদন্তৰ সময়ত আৰক্ষীয়ে DSP কৃপাৰ সৈতে হাতেলোটে ধৰা পেলাই এগৰাকী মহিলা কনিষ্টবলক৷ তাৰপিছতেই আৰক্ষী বিভাগে পত্নীক প্ৰতাৰণা কৰাৰ গোচৰত কৃপাক DSPৰ পৰা কনিষ্টবললৈ অৱনমিত কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ
ভাৰত

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

August 19, 2026
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ
বাণিজ্য

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Next Post
শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল  আ*মণ

দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল আ*মণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.