• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল  আ*মণ

দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল আ*মণ

2 years ago
ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

ছাদ্দাম হুছেইনৰ বাবে বিপদ বাঢ়িছে ঘনকান্ত গগৈৰ

20 minutes ago
WhatsAppত আহিল এই নতুন সুবিধা!

WhatsAppত আহিল এই নতুন সুবিধা!

44 minutes ago
বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

1 hour ago
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

2 hours ago
‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

2 hours ago
টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

3 hours ago
এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

3 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

শীঘ্ৰে বৃদ্ধি পাব বিদ্যুৎ মাচুল, আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

5 hours ago
অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

5 hours ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

মহিলাসকললৈ দীপাৱলীৰ উপহাৰ, ১১০০ কোটি টকাৰ কল্যাণমূলক সাহায্য!

6 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

ধনতেৰছৰ পূৰ্বে ঘটিব মহাজাগতিক পৰিঘটনা, সলনি হ’ব জীৱন!

6 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

CJM আদালতৰ নিৰ্দেশ, জে’ললৈ প্ৰেৰণ হোটেল বিলাস ইন ঘটনাৰ মূল অভিযুক্ত ঘনকান্তক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল আ*মণ

দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল আ*মণ

editor by editor
June 23, 2024
in বিবিধ, ভাৰত
0
দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল  আ*মণ
0
SHARES
592
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছত্তীশগড়ৰ সুকমা জিলাত নক্সালবাদীৰ আই ই ডি বিস্ফোৰণ। জোৱানৰ চলাচল কৰা পথতেই নক্সালবাদীয়ে কৰাইছে আই ই ডি বিস্ফোৰণ৷  জোৱানৰ ট্ৰাকক লক্ষ্য কৰি নক্সালবাদীয়ে এই বিস্ফোৰণ সংঘটিত কৰে। এই ঘটনাত চি আৰ পি এফৰ দুজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে কেইবাজনো জোৱান আহত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ সুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চাভানে বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে।

আৰক্ষী অধীক্ষক কিৰণ চাভানে কয় যে, জাগৰগুণ্ডা অঞ্চলৰ অন্তৰ্গত কেম্প চিলগাৰৰ পৰা ২০১ কোব্ৰা কৰ্পছৰ জোৱান আৰু চি আৰ পি এফ জোৱান অন্য এটি কেম্পলৈ ৰাওনা হোৱাৰ সময়তে এই বিস্ফোৰণ৷ এই কনভয়ত আছিল ট্ৰাক আৰু মটৰ চাইকেল। কেম্প চিলগাৰৰ পৰা টেকালগুডেমলৈ যোৱাৰ পথত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰাৰ উদ্দেশ্যে আই ই ডি স্থাপন কৰিছিল। 

চাভানে জনোৱা মতে, নিৰাপত্তাৰক্ষীৰ দলটোৱে  প্ৰায় ৩ বজাত যাত্ৰা কৰিছিল৷ যাত্ৰাপথতেই এই বিস্ফোৰণ সংঘটিত কৰিছে নক্সালবাদীয়ে৷  ট্ৰাক চালকসহ এজন যুৱক থিতাতে শ্বহীদ হয়।  শ্বহীদ জোৱানদুজন ক্ৰমে  বিষ্ণু আৰ আৰু শৈলেন্দ্ৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীৰ পৰা শ্বহীদ জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WhatsAppত আহিল এই নতুন সুবিধা!
প্ৰযুক্তি

WhatsAppত আহিল এই নতুন সুবিধা!

November 3, 2026
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!
বিনোদন

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

November 3, 2026
‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’
ভাৰত

‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

November 3, 2026
টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি
বিনোদন

টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

November 3, 2026
Next Post
ছানিয়া মিৰ্জা আৰু মহম্মদ ছামীৰ বিবাহৰ খবৰ সঁচানে? খবৰত ছিলমোহৰ মাৰি ছানিয়াৰ পিতৃয়ে দিয়ে বিশেষ তথ্য

ছানিয়া মিৰ্জা আৰু মহম্মদ ছামীৰ বিবাহৰ খবৰ সঁচানে? খবৰত ছিলমোহৰ মাৰি ছানিয়াৰ পিতৃয়ে দিয়ে বিশেষ তথ্য

সোমবাৰে কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

সোমবাৰে কৃষ্ণা দ্বিতীয়া, মহাদেৱৰ আশীৰ্বাদত ধনলাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.