• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

2 years ago
‘হত শৈশৱ’

‘হত শৈশৱ’

45 minutes ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

2 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

3 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

5 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

5 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

6 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

6 hours ago
দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

দুটাকৈ পৃথক গু*লীচালনাৰ ঘটনা

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

8 hours ago
বৈপৰীত্য

বৈপৰীত্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক

editor by editor
June 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ অশুভ দৃষ্টি মংগল গ্ৰহত, বৃহৎ লোকচানৰ সন্মুখীন হ’ব এই ৩ৰাশিৰ জাতক
0
SHARES
27.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজৰ ৰাশি সলনি কৰে। ১ জুনত মেষ ৰাশিত প্ৰৱেশ কৰিছে মংগলে। ২০২৪ চনৰ ১২ জুলাইলৈকে মেষতেই থাকিব মংগল৷  এই স্থানতেই কুম্ভৰ অধিপতি শনিৰ তৃতীয় দৃষ্টি পৰিছে৷ জ্যোতিষ শাস্ত্ৰমতে শনিৰ তৃতীয় দৃষ্টি পৰাটো অতি অশুভ বুলি গণ্য কৰা হয়। মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি পৰাত কোন কোন ৰাশিৰ জাতক প্ৰভাৱিত হ’ব?

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ লোক শনি আৰু মংগল গ্ৰহৰ অশুভ প্ৰভাৱৰ সন্মুখীন হ’ব লাগিব। এই দশাৰ বাবে আপোনাৰ জীৱনত বহুতো উত্থান-পতন হ’ব পাৰে। এই সময়ছোৱাত আপুনি ব্যৱসায়ত বৃহৎ পৰিমাণৰ ধনৰ লোকচানৰ সন্মুখীন হ’ব পাৰে। এই সময়ত আপুনি কৰা সকলো প্ৰচেষ্টাই সফল নহ’ব। নেতিবাচক চিন্তা মনলৈ আহিব। আপোনাৰ কেৰিয়াৰত বহুতো সমস্যা আহিব পাৰে৷ আৰ্থিক জীৱনত আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ’ব। সম্পৰ্কতো উত্থান-পতন থাকিব৷ আপোনাৰ সংগীৰ সৈতে বিবাদ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সৰু সৰু কাজিয়াবোৰ ডাঙৰ হ’ব পাৰে। 

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকসকল মংগল আৰু শনিৰ অশুভ প্ৰভাৱৰ বাবে অসুবিধাৰ সন্মুখীন হ’ব৷ জীৱনৰ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এই সময়ত আপুনি কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক৷ এই ৰাশিৰ লোকসকলে হয়তো কৰ্মক্ষেত্ৰত বহু কষ্ট কৰিব লগীয়া হ’ব পাৰে। আৰ্থিক লোকচানৰ সম্ভাৱনা আছে৷ আপোনাৰ খৰচ অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি পাব পাৰে। ঋণ ল’বলগীয়া হ’ব পাৰে। যদি আপোনাৰ নিজা ব্যৱসায় আছে তেন্তে তাতো লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। প্ৰেম জীৱনত ইগৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। সম্পৰ্কত উত্তেজনা বাঢ়িব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকসকলে মংগল আৰু শনিৰ অশুভ প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। প্ৰতিটো বিষয়তে প্ৰয়োজনতকৈ অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। চাকৰি বিচাৰি থাকিলেও হতাশ হ’ব পাৰে। কাৰ্যালয়ত জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ বিবাদ বাঢ়িব পাৰে। আপোনাৰ ওপৰত কৰ্মৰ চাপ অতি বেছি হ’ব পাৰে যাৰ বাবে আপুনি মানসিকভাৱে অতি বিকাৰগ্ৰস্ত হৈ থাকিব। ব্যৱসায়ত লাভ উপাৰ্জনৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
দ্য  ইনভিজিবল  মেন
সমীক্ষণ (আলোচনী)

দ্য ইনভিজিবল মেন

September 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

September 27, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

September 27, 2026
Next Post
দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল  আ*মণ

দুঃখবৰ! শেষ হৈ গ’ল দুজন সেনাৰ জীৱন, যাত্ৰাপথত অতৰ্কিতে চলাইছিল আ*মণ

ছানিয়া মিৰ্জা আৰু মহম্মদ ছামীৰ বিবাহৰ খবৰ সঁচানে? খবৰত ছিলমোহৰ মাৰি ছানিয়াৰ পিতৃয়ে দিয়ে বিশেষ তথ্য

ছানিয়া মিৰ্জা আৰু মহম্মদ ছামীৰ বিবাহৰ খবৰ সঁচানে? খবৰত ছিলমোহৰ মাৰি ছানিয়াৰ পিতৃয়ে দিয়ে বিশেষ তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.