• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

2 years ago
PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

PM Kisan যোজনাৰ ৪টা ডাঙৰ কথা, আপুনি জনাটো অত্যন্ত প্ৰয়োজনীয়

3 seconds ago
ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

ৰঙালাও আপোনাৰ প্ৰিয় নেকি? গৰমত খোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

36 minutes ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

1 hour ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

1 hour ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

2 hours ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

3 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

4 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

7 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

editor by editor
July 19, 2024
in Uncategorized
0
সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাৱধান, বজাৰৰ পৰা ক্ৰয় কৰা বটলৰ পানী খাই আই চি ইউ পালেগৈ এজন যুৱক

বজাৰৰ পৰা পানীৰ বটল ক্ৰয় কৰি পানী সেৱন কৰে নেকি, তেন্তে সাৱধান হওক। ইয়াৰ ফলত আপোনাৰ জীৱন বিপদত পৰিব পাৰে। কাৰণ গোৱালিয়ৰৰ এজন যুৱক ক্ৰয় কৰা বটলৰ পানী সেৱন কৰি আই চি ইউত ভৰ্তি হৈছে।

দৰাচলতে ব্ৰেণ্ডেড কোম্পানীৰ পেকেজড খোৱাপানীৰ নামত বজাৰত বহুত ভুৱা সামগ্ৰী বিক্ৰী কৰি মানুহৰ জীৱনৰ লগত খেলা-ধূলা কৰা হৈছে। এই কথা পোহৰলৈ আহে গোৱালিয়ৰৰ পৰা। য’ত যুৱক এগৰাকীয়ে ব্ৰেণ্ডেড কোম্পানী এটাৰ ছীল কৰা পেকেজড ড্ৰিংকিং বটল কিনি পান কৰিছিল, কিন্তু তাৰ পিছত তেওঁৰ জীৱন বিপদত পৰে।

য’ত যুৱকজনে বৰ্তমানে আই চি ইউত জীৱন-মৃত্যুৰ সৈতে যুদ্ধ কৰি আছে। ঘটনাৰ পাছতে যুৱকৰ পৰিয়ালৰ লোকে ষ্ট’ৰলৈ গৈ সেই পানীৰ বটলবোৰ দেখে, তেতিয়াই জানিব পাৰে সেয়া ভুৱা। যুৱকজনৰ নাম নদীম খান।

মহৰমৰ শোভাযাত্ৰাত যোগদান কৰিবলৈ আনন্দ নগৰত উপস্থিত হৈছিল গোৱালিয়াৰৰ অপাগঞ্জৰ নিবাসী নদীম। শোভাযাত্ৰাৰ সময়ত আৰ্দ্ৰতাৰ বাবে যেতিয়া তেওঁৰ অত্যন্ত পিয়াহ লাগে তেতিয়া দোকান এখনৰ পৰা পেকেটত ভৰোৱা খোৱাপানীৰ বটল এটা ক্ৰয় কৰি পানী খোৱাৰ পিছতে নদীম খানৰ অৱস্থাৰ অৱনতি ঘটে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হয়। পাছলৈ অৱস্থা আৰু অধিক বেয়া হোৱাৰ লগে লগে নদীম খানক আই চি ইউত ভৰ্তি কৰোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
Next Post
বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বলীউডৰ সবাতোকৈ সুন্দৰী অভিনেত্ৰী, যাক দেখি পৰি গৈছিল লাইটমেন, অভিনেতাও হেৰুৱাইছিল সম্বিৎ

বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

বহু সময়ৰ বাবে স্তব্ধ হৈ পৰে বিশ্ব, ৩৬৫ টা এপ বন্ধ হোৱাৰ সমস্যাৰ ফাদিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.