• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

2 years ago
ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

20 minutes ago
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

54 minutes ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

1 hour ago
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

2 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

15 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

15 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

16 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

17 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

17 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

18 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

19 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি

editor by editor
July 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আপোনাৰ এলেকাত BSNLৰ নেটৱৰ্ক আছেনে? কেনেকৈ পৰীক্ষা কৰিব? জানক সহজ পদ্ধতি
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিচাৰ্জৰ দাম বাঢ়ি যোৱাৰ ফলত বহুতেই BSNL লৈ পোৰ্ট কৰাৰ কথা ভাৱিছে৷ ৰাষ্ট্ৰায়ত্ত টেলিকম সংস্থাৰ চিম কাৰ্ড লোৱাৰ বাবে আগবাঢ়ি আহিছে বেচৰকাৰী টেলিকম সংস্থাৰ গ্ৰাহকে৷ বিগত ৩ জুলাইৰ পৰা প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ দাম বঢ়াইছে জিঅ’, এয়াৰটেল আৰু ভোডাফোনে৷ তাৰপৰা ৰেহাই পাবলৈ BSNLৰ চিম কাৰ্ড ল’বলৈ আৰম্ভ কৰিছে বহুজনেই৷

পকেটত চাপ কমাবলৈ BSNLৰ চিম ল’ব কিন্তু ভাল নেটৱৰ্ক কেনেকৈ পাব? আপোনাৰ এলেকাত BSNLৰ কেনে পৰিসেৱা ঘৰত বহিয়েই জানিব পাৰিব আপুনি৷ অনলাইনতেই বিএছএনএল নেটৱৰ্ক কভাৰেজ মেপতেই চাব পাৰিব আপুনি৷ পদ্ধতি খুবেই সহজ৷ কেনেকৈ পৰীক্ষা কৰিব পঢ়ক সবিশেষ৷

BSNL নেটৱৰ্ক কেনেকৈ পৰীক্ষা কৰিব?

BSNLৰ নেটৱৰ্ক কভাৰেজ মেপ চাবৰ বাবে আপুনি গুগল চাৰ্ছত nperf চাৰ্ছ কৰক৷

প্ৰথমে যি ৱেবচাইট আহিব সেই ৱেবচাইট ভিজিট কৰক৷

তাৰপাছতেই কান্ট্ৰিত ক্লিক কৰি ভাৰত চিলেক্ট কৰিব লাগিব৷

তাৰপাছতেই BSNL চিলেক্ট কৰক৷

এইবাৰ আপুনি যি এলেকাৰ নেটৱৰ্ক কভাৰেজ চাব বিচাৰিছে সেই স্থানৰ নাম টাইপ কৰক৷

ইয়াৰোপৰি আপুনি মেপত জুম আউট কৰি এলেকাটো চাব পাৰে৷

সেই মেপৰ তলত থাকিব 2G/3G/4G/4G+/5G চাইন৷ এইসমূহৰ বিভিন্ন ৰং থাকিব৷ মেপৰ ৰং চাই বুজিব যে আপুনি কি ধৰণৰ নেটৱৰ্ক এলেকাৰ ভিতৰত আছে৷ উক্ত ৱেবচাইটত BSNLৰ ওপৰিও জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়াৰ নেটৱৰ্ক কভাৰেজো দেখা যাব৷ তাৰপাচতেই সেই হিচাপ আপুনি বিএছএনএলৰ সৈতে সকলো নেটৱৰ্ক তুলনা কৰি চাব পাৰে৷

এই চাইটত 3G/4G/5G নেটৱৰ্কৰ কভাৰেজ পৰীক্ষা কৰিব পৰা যাব৷ আপোনাৰ এলেকাত BSNL নেটৱৰ্ক কেনে সেয়া চাইহে চিম পোৰ্ট কৰাৰ সিদ্ধান্ত লোৱা উচিত৷ মনত ৰাখিব, এতিয়াও ৫জি সেৱা আৰম্ভ কৰা নাই BSNLয়ে৷ সেয়ে 3G/4G/4G+ পৰিসেৱাৰ মাজত নেটৱৰ্ক থাকিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ
জীৱনশৈলী

ঘৰত এটাও নাথাকে পঁইতাচোৰা! মাত্ৰ অনুসৰণ কৰক এই টিপচ

May 24, 2026
পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত
বাণিজ্য

পুনৰ বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? বিপিচিএলে দিছে ইংগিত

May 24, 2026
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!
জীৱনশৈলী

পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

May 24, 2026
অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance
বাণিজ্য

অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সকাহ, চৰকাৰে বৃদ্ধি কৰিলে Dearness Relief Allowance

May 24, 2026
Next Post
UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

BCCI নে ICC, কাৰ কাষত থাকিব ভাৰতীয় দলে লাভ কৰা টি-২০ বিশ্বকাপ ট্ৰফী? জানি থওক নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.