• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

2 years ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

13 minutes ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

42 minutes ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

54 minutes ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

1 hour ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

2 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

2 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

2 hours ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

3 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

3 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

3 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

4 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

editor by editor
July 21, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন
0
SHARES
284
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জয় শ্বাহৰ ডাঙৰ ঘোষণা, বিচিচিআইয়ে অলিম্পিক খেলুৱৈৰ বাবে মুকলি কৰিলে বৃহৎ পৰিমাণৰ ধন

পেৰিছ অলিম্পিক ২০২৪ আৰম্ভ হ’বলৈ আৰু বহু দিন বাকী নাই। এইবাৰ ভাৰতৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰিব ১১৭ গৰাকী খেলুৱৈয়ে। ইফালে বিচিচিআইয়ে এই খেলুৱৈসকলৰ বাবে মুকলি কৰিছে মোটা অংকৰ ধন।

ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে ছ’চিয়েল মিডিয়াত ৮.৫ কোটি টকাৰ অনুদানৰ কথা ঘোষণা কৰিছে। X হেণ্ডেল যোগে সদৰি কৰে এই কথা।

২০২৪ চনৰ পেৰিছ অলিম্পিক সন্দৰ্ভত জয় শ্বাহে ছ’চিয়েল মিডিয়াত লিখিছে, ‘২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা আমাৰ অসাধাৰণ খেলুৱৈসকলক বিচিচিআইয়ে সহায় কৰিব বুলি ঘোষণা কৰি গৌৰৱ অনুভৱ কৰিছো। আমি এই অভিযানৰ বাবে আই অ’ এক ৮.৫ কোটি টকা আগবঢ়াইছো। আমাৰ সমগ্ৰ দলটোক আমি শুভকামনা জনাইছো। ভাৰতক গৌৰৱান্বিত কৰক! জয় হিন্দ।’

https://x.com/JayShah/status/1815010269715972178

উল্লেখ্য যে, ২৬ জুলাই শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব খেলা জগতৰ মহাকুম্ভ। অহা ১১ আগষ্টলৈকে ১৭ দিন ধৰি চলিব এই প্ৰতিযোগিতা। ২৬ জুলাইত মুকলি সভা অনুষ্ঠিত হোৱাৰ বিপৰীতে ১১ আগষ্টত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। অৱশ্যে ২৪ জুলাইৰ পৰাই কিছু খেল আৰম্ভ হ’ব।

এইবাৰ মুকলি অনুষ্ঠান চেইন নদীৰ ওপৰত অনুষ্ঠিত হ’ব। এইবাৰ ভাৰতে পদকৰ সংখ্যাক অধিক জয়ৰ বাবে চেষ্টা কৰিব। টকিঅ’ অলিম্পিকত ভাৰতে এটা স্বৰ্ণসহ মুঠ ৭টা পদক লাভ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciJay ShaholympicPayers
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান
ভাৰত

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

March 31, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
Next Post
নিতৌ এগিলাছ এলোভেৰা জুছ সেৱন কৰক, চিৰ যৌৱনা হৈ থাকক

নিতৌ এগিলাছ এলোভেৰা জুছ সেৱন কৰক, চিৰ যৌৱনা হৈ থাকক

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

ভাৰতীয় চিনেমাৰ অতিকে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কোন, শ্বাহৰুখ-দীপিকাৰ যাদু নচলিল এই তালিকাত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.