• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

2 years ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

5 minutes ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

36 minutes ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

1 hour ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

1 hour ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

2 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

3 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

3 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

14 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

14 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

15 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
July 26, 2024
in জীৱনশৈলী
0
অস্ত যাব বুধ, ভাগ্য চমকি উঠিব এই ৩ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
18.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত বুধক গ্ৰহৰ যুৱৰাজ আখ্যা দিয়া হয়৷ বুধৰ গতি পৰিবৰ্তন, বিভিন্ন দশাই সমস্ত ৰাশিৰ জাতকক প্ৰভাৱিত কৰি থাকে৷ ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তনকালত বুধে বিভিন্ন সময়ক অস্ত আৰু উদয় দশাতো বিচৰণ কৰে৷ জ্যোতিষ অনুসৰি কোনো গ্ৰহই সূৰ্যৰ খুব কাষলৈ আহি অস্ত যাব৷ আগন্তুক ৪ আগষ্টত সিংহ ৰাশিত অৱস্থানকালত অস্ত যাব বুধ৷ ২৪ দিন অস্ত অৱস্থাত বিচৰণত কৰিব এই গ্ৰহই৷ অস্ত অৱস্থাতেই ৫ আগষ্টত বক্ৰী আৰু ২২ আগষ্টত ৰাশি পৰিবৰ্তন কৰে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ অৱশেষত ২৭ আগষ্টত বক্ৰী অৱস্থাতেই কৰ্কট ৰাশিত উদিত হ’ব বুধ৷ ৪ আগষ্টত অস্ত যোৱাৰ পাছত বেছ কিছু ৰাশিৰ ওপৰত শুভ দৃষ্টি দিব এই গ্ৰহ৷ বুধৰ অস্তদশাত কোন কোন ৰাশিৰ লাভ হ’ব জানি থওক সবিশেষ৷

কৰ্কট ৰাশি

জ্যোতিষ গণনা অনুসৰি অস্ত বুধে কৰ্কট ৰাশিৰ জাতকলৈ শুভ পৰিণাম আনিব৷ বহু বছৰ ধৰি ৰৈ থকা কাম এইবাৰ সম্পন্ন হ’ব৷ ধন লাভৰ প্ৰৱল যোগ তৈয়াৰ হৈছে৷ সুখ শান্তিৰ পৰিবেশ থাকিব৷ চাকৰিয়াল জাতকৰ বাবে এই সময় ভাল৷ কাৰণ বুধৰ শুভ প্ৰভাৱত কৰ্কট ৰাশিৰ জাতকৰ পদোন্নতিৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিত বুধে অস্ত হোৱাত এই ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ এই ৰাশিৰ জাতকৰ আৰ্থিক সমস্যা ধীৰ গতিত সমাপ্ত হ’ব৷ সহকৰ্মীসকলে সহযোগিতাৰ সমস্ত কাম সাফল্যৰ সৈতে সম্পন্ন কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ বিদেশ যাত্ৰাৰ সম্ভাৱনা আছে৷ এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক সিংহ ৰাশিৰ জাতকে৷

ধনু ৰাশি

সূৰ্যৰ ৰাশিত বুধ অস্ত হোৱাৰ পাছতেই লাভ অৰ্জন কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ এই ৰাশিৰ চাকৰিয়াল জাতকৰ দৰমহা বৃদ্ধি হ’ব৷ পাৰিবাৰিক সুখ শান্তি বৰ্তি থাকিব৷ কোনো প্ৰতিযোগিতাৰ প্ৰস্তুতি লৈ থকাসকলে এইবাৰ শুভ সংবাদ পাব৷ বহুদিন ধৰি সমস্যাৰে জৰ্জৰিত থাকিলে এইবাৰ কোনো বন্ধুৰ সহায়ত মুক্তি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?
জীৱনশৈলী

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

April 17, 2026
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ
জীৱনশৈলী

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

April 17, 2026
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে
খাদ্য

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

April 17, 2026
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?
জীৱনশৈলী

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

April 17, 2026
Next Post
অলিম্পিকত উদ্বোধনী অনুষ্ঠান, অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰ পানীত হ’ব উদ্বোধনী অনুষ্ঠান

অলিম্পিকত উদ্বোধনী অনুষ্ঠান, অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰ পানীত হ’ব উদ্বোধনী অনুষ্ঠান

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰাটো খাটাং

হাতৰ পতাত মঙ্গল ৰেখা আছে? বিলাসবহুল জীৱন, সৌভাগ্যক পকেটত লৈ ফুৰাটো খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.