• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

2 years ago
আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

20 minutes ago
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

9 hours ago
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

9 hours ago
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

10 hours ago
বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

বিশ্বাস কৰক বা নকৰক, মেয়ৰ দৰাই বিয়া পাতিলে কইনা ঘঁৰিয়ালক

10 hours ago
FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

FIFA বিশ্বকাপত নোৰা ফাতেহীৰ গ্লেমাৰাছ লুকৰ আঁৰত কোন?

11 hours ago
ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

ক্ৰিকেট মেচ সম্প্ৰচাৰৰ সময়ত নাথাকিব ক*ণ্ডম, ডে*টিং এপৰ বিজ্ঞাপন!

12 hours ago
এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

এইকেইটা ৰাশিৰ লোকে কেতিয়াও নিপিন্ধিব তামৰ খাৰু

13 hours ago
জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

জাকজমক লাইফষ্টাইলেৰে ছ’চিয়েল মিডিয়াত Show Off কৰি ভয়ংকৰ বিপদত পৰিল যুৱক

14 hours ago
বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

বাংলাদেশৰ সহায়ত নেপাল-ভূটানলৈ এলন মাস্কৰ Starlink

14 hours ago
গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

গৰমৰ বাবে ছাল-চুলিৰ বিভিন্ন সমস্যাত ভুগিছে নেকি?

15 hours ago
‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

‘মই যদি তোমাৰ ফালে চাও…’ মহিলা সাংবাদিকৰ প্ৰেমত মেছি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

editor by editor
July 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা
0
SHARES
834
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুখিনি হ্ৰাস পালে সোণৰ মূল্য, ৰূপৰো একে অৱস্থা, এদিনতে লোকচান ১০.৭ লাখ কোটি টকা

হ্ৰাস পাইছে সোণৰ মূল্য, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বাজেটৰ পিছতে সোণৰ মূল্য ৫ শতাংশতকৈ অধিক হ্ৰাস পাইছে। যাৰ বাবে দিনটোত ১০.৭ লাখ কোটিতকৈ অধিক লোকৰ লোকচান হ’ব বুলি অনুমান কৰা হৈছে। দৰাচলতে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২৩ জুলাইত বাজেট দাখিল কৰিছিল, য’ত সোণৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল।

তথ্য অনুসৰি বাজেটৰ এদিন আগলৈকে এই বছৰ সোণৰ মূল্য ১৪.৭% বৃদ্ধি পাইছিল। সোণ প্ৰিয় ভাৰতীয়ৰ এটা অভ্যাস আছে যে যিমান পাৰি সিমান সোণ ক্ৰয় কৰি নিজৰ লগত ৰখা। ইয়াৰ আঁৰৰ উদ্দেশ্য হৈছে সোণৰ মূল্য বৃদ্ধি আৰু লাভ অৰ্জন কৰা। কিন্তু ২০২৪ চনৰ বাজেটৰ পাছত দেশৰ লাখ লাখ পৰিয়াল লোকচানৰ সন্মুখীন হৈছে৷ এক প্ৰতিবেদন অনুসৰি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা পৰিয়ালতকৈ সোণৰ মালিক পৰিয়ালৰ সংখ্যা বহু বেছি।

প্ৰকাশিত বাতৰি অনুসৰি বিশ্বৰ মুঠ সোণৰ প্ৰায় ১১ শতাংশই ভাৰতত আছে। কোৱা হয় যে ই ছুইজাৰলেণ্ড, আমেৰিকা আৰু জাৰ্মানী আদিৰ সোণৰ মজুততকৈও অধিক আছে ভাৰতত। এক প্ৰতিবেদন অনুসৰি ভাৰতত মুঠ ৩০ হাজাৰ টনতকৈ অধিক সোণ মানুহৰ হাতত আৰু মন্দিৰত আছে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ বাজেটত সোণ আৰু ৰূপৰ মৌলিক শুল্ক ৬ শতাংশলৈ হ্ৰাস কৰিছে। বিশেষজ্ঞসকলৰ মতে, সোণৰ ওপৰত কৰ পূৰ্বৰ ১৮.৫ শতাংশৰ পৰা ৯ শতাংশলৈ আধালৈ হ্ৰাস কৰা হৈছে, য’ত জি এছ টিও অন্তৰ্ভুক্ত কৰা হৈছে। সেয়ে এইদৰে হ্ৰাস পাইছে সোণৰ মূল্য। ভৱিষ্যতে আৰু হ্ৰাস পোৱাৰ সম্ভৱনা।

আজিৰ তাৰিখত সোণ প্ৰতি ১০ গ্ৰামত ৬৮ হাজাৰ হৈছে। আনহাতে ৰূপ প্ৰতি কেজিত ৮১ হাজাৰ টকা। ৰাষ্ট্ৰীয় স্তৰত ৯৯৯ শুদ্ধতা থকা ২৪ কেৰেট সোণৰ মূল্য ৬৮১৭৭ টকা হৈছে। আনহাতে ৯৯৯ শুদ্ধতা থকা ৰূপত ৮১৮০১ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: budgetGold MarketGold PriceGold Silver PriceIndian BudgetSilver MarketSilver Price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

আগন্তুক সপ্তাহত আপোনাৰ দিনটো কেনে যাব?

July 7, 2026
এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?
ভাৰত

এইবাৰ বিশ্বৰ সপ্তম আশ্বৰ্য তাজমহলতো হ’ব নেকি খনন?

July 6, 2026
কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ
বিনোদন

কিয় ৫৩ বছৰ বয়সতো অবিৱাহিত হৈয়ে থাকিল গীতা কাপুৰ? জানক ইয়াৰ কাৰণ

July 6, 2026
সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি
জীৱনশৈলী

সহজে পোৱা এই ৫ বিধ খাদ্যই আপোনাক দিব পাৰে ভাল আৰু গভীৰ টোপনি

July 6, 2026
Next Post
দৈনিক ৰাশিফল-  পুৱাই দান কৰক এই সামগ্ৰী, ভালেৰে পাৰ হ’ব আজিৰ ২৭ জুলাই দিনটো

দৈনিক ৰাশিফল-  পুৱাই দান কৰক এই সামগ্ৰী, ভালেৰে পাৰ হ'ব আজিৰ ২৭ জুলাই দিনটো

চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো

চেইন নদীৰ মুকলি অনুষ্ঠান, সিন্ধু-শৰথে চম্ভালিলে দেশৰ পতাকা, কেইখনমান বিশেষ ফটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.