• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

2 years ago
চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

8 minutes ago
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

38 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

2 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

3 hours ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

16 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

16 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

17 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

17 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

18 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

18 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

19 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
বন্ধু দেশ ভাৰতে নিদিলে বিমান! হেলিকপ্টাৰতেই দেশ এৰি পলায়ন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ
0
SHARES
574
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পাছতেই ভনীয়েক ৰেহানাক লৈ এৰিছে বাংলাদেশ৷ তেওঁ ঢাকাৰ বাসভৱন তথা ‘গণভৱন’ এৰিছে শ্বেখ হাছিনাই৷ হেলিকপ্টাৰেৰে তেওঁ নিৰাপদ আশ্ৰয়ৰ উদ্দেশ্যে ৰাওনা হৈছে ভাৰতৰ দিশে বুলি একাংশ বাংলাদেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷ বাংলাদেশ সেনাৰ অধীনত এতিয়া তদাৰকী চৰকাৰ গঠিত হ’ব পাৰে বুলি জনাইছে একাংশ সূত্ৰই৷ সূত্ৰৰ খবৰ অনুসৰি বাংলাদেশৰ সেনাবাহিনীৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী হাছিনাক সময় বান্ধি দিয়া হৈছিল পদত্যাগৰ বাবে৷

৪৫ মিনিট সময় হাছিনাক বান্ধি দিয়া হৈছিল৷ এই সময়ৰ ভিতৰতেই তেওঁ ইস্তাফা দিছে৷ বাংলাদেশ গণমাধ্যম সূত্ৰই জনোৱা অনুসৰি, দেশ এৰাৰ আগত হাছিনাই জাতিৰ উদ্দেশ্যে ভাষণ এটা ৰেকৰ্ড কৰিব বিচাৰিছিল৷ কিন্তু দেশৰ সেনাই তেওঁক সেই সুযোগ নিদিলে৷ হাছিনাৰ পদত্যাগৰ পাছতেই এতিয়া সেনাপ্ৰধান জেনেৰেল ৱায়াকাৰ-উজ-জামানে কিছু সময় পাছত জাতিৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব৷ হাছিনাই বাংলাদেশৰ আকাশসীমা অতিক্ৰম কৰিলে তেওঁ ভাষণ আৰম্ভ কৰিব বুলি এক সূত্ৰই প্ৰকাশ কৰিছে৷

হেলিকপ্টাৰেৰে দেশ এৰিছে হাছিনাই৷ এক সূত্ৰৰ দাবী যে হাছিনাই নতুন দিল্লীৰ সৈতে যোগাযোগ কৰিছিল৷ কিন্তু তেওঁক উদ্ধাৰৰ বাবে ভাৰতৰ পৰা বাংলাদেশলৈ কোনো বিমান পঠিওৱা নহ’ব বুলি স্পষ্টৰূপত জনাই দিয়ে নতুন দিল্লীয়ে৷ ভাৰতৰ তৰফৰ পৰা জনোৱা হৈছে, বাংলাদেশৰ আকাশসীমাৰ ভাৰতে কোনো বিমান নপঠিয়াই৷ কাৰণ সেয়া আইন উলংঘা কৰা হ’ব৷

ভাৰতৰ পৰা জনোৱা হৈছে যে হাছিনাই ভাৰতলৈকে নিজেই আহিব লাগিব৷ তাৰপিছতহে তেওঁক ভাৰতৰ বিমানে নতুন দিল্লীলৈ লৈ যাব৷ হেলিকপ্টাৰেৰে হাছিনা দিল্লী গৈ পোৱা সাধাৰণ কথা নহয়৷ সেয়ে হাছিনাৰ হেলিকপ্টাৰে নিকটবৰ্তী অৱতৰণ স্থান কলকাতা বিমানবন্দৰত অৱতৰণ কৰিব৷ তাৰপৰা বিশেষ বিমানেৰে হাছিনাক দিল্লীলৈ লৈ যোৱা হ’ব৷ অন্যান্য এক সূত্ৰৰ দাবী যে ত্ৰিপুৰা-আগৰতলা বিমানবন্দৰ আৰু শিলিগুৰিৰ ওচৰৰ বাগডোগৰা বিমানবন্দৰত তেওঁ অৱতৰণ কৰিব পাৰে৷

বিগত কেইবাদিন ধৰি বাংলাদেশত চৰকাৰ বিৰোধী আন্দোলন চলি আছে৷ আন্দোলনকাৰীৰ এটাই দাবী আছিল- হাছিনা চৰকাৰৰ পদত্যাগ৷ দেওবাৰে বিক্ষোভকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষত শতাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ পৰিস্থিতি ক্ৰমে জটিল হৈ পৰাত সোমবাৰে পদত্যাগ কৰে হাছিনাই৷

দেওবাৰে সন্ধিয়া বাংলাদেশৰ অশান্তি ক্ষাম কটাবলৈকে কাৰ্ফিউ জাৰি কৰা হৈছিল৷ সোমবাৰৰ পৰা তিনি দিন ছুটিও ঘোষণা কৰিছিল চৰকাৰে৷ কিন্তু সোমবাৰে পুৱা কাৰ্ফিউক উপেক্ষা কৰি ঢাকাৰ ৰাজপথত ভিৰ কৰে বিক্ষোভকাৰীয়ে ৷ আন্দোলনকাৰীক আৰক্ষীয়ে লাঠিচাৰ্জ কৰে৷ কন্দোৱা গেছো এৰা হয়৷ কিন্তু আন্দোলন ক্ষাম নাকাটিল৷ শেষত বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিল শ্বেখ হাছিনাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!
বিনোদন

চৰ্চাত বিপাশা বাসু, পুনৰ আৰম্ভ কৰিব অভিনয় যাত্ৰা!

October 13, 2026
ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!
জীৱনশৈলী

ভাগ্যত আহিব পাৰে নতুন সুযোগ, ৪ ৰাশিৰ হ’ব আৰ্থিক উন্নতি!

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

আজি ভাগ্যই ল’ব নতুন ৰূপ, সলনি হ’ব ৫ ৰাশিৰ লোকৰ জীৱন!

October 13, 2026
Next Post
এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ!  ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ! ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.