• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ!  ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ! ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

2 years ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

19 minutes ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

55 minutes ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

2 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

2 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

3 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

4 hours ago
CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

CJPৰ আন্দোলনৰ পিছতে প্ৰধানমন্ত্ৰী মোদীলৈ আহিল বেয়া খবৰ! জ্যোতিষ শাস্ত্ৰই কি কয়?

4 hours ago
অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

অনুশীলনৰ বাবে বিক্ৰী কৰিছিল জীৱিকাৰ একমাত্ৰ সম্বল ই-ৰিক্সা, আজি CWGত দেশৰ হৈ জিনিলে পদক

5 hours ago
CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

CJPৰ পিছত এইবাৰ সামাজিক মাধ্যমত Reservation Hatao movementক বিপুল সমৰ্থন

6 hours ago
শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

শিক্ষয়িত্ৰীৰ পাশৱিক কাণ্ড? নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ

7 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

8 hours ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ! ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ! ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ!  ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰায় দুই দশকৰ পাছত আকৌ বাংলাদেশত ক্ষমতা দখল কৰিলে সেনাবাহিনীয়ে৷ ২০০৭ চনৰ ১১ জানুৱাৰীত অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল বাংলাদেশত৷ তেতিয়াই সেনাপ্ৰধান জেনেৰেল মইন ইউ আহমেদৰ প্ৰত্যক্ষ তৎপৰতাৰে গঠিত হৈছিল তত্ত্বাবধায়ক চৰকাৰ৷ নেতৃত্বত আছিল, অৰ্থনীতিবিদ তথা বাংলাদেশ বেংকৰ প্ৰাক্তন গৱৰ্ণৰ ফখৰুদ্দিন আহমেদ৷ এইবাৰ জনৰোষত পৰি প্ৰধানমন্ত্ৰী শেখ হাছিনাই ইস্তাফা দি দেশত্যাগ কৰাৰ পাছতেই সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দেশৰ শাসন সেনাই চমজি লোৱা বুলি বিশেষ ভাষণ প্ৰদান কৰিছে৷

আৰ্মীৰ চীফ জেনেৰেল জামানে সোমবাৰে দুপৰীয়া দেশবাসীৰ উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী পদৰ পৰা হাছিনাই দিয়া ইস্তাফাৰ কথা জনাই কয়, ‘মই ৰাষ্ট্ৰপতিৰ সৈতে দেখা কৰি আলোচনাৰ মাধ্যমেৰে অন্তবৰ্তী চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম৷’ এই ভাষণৰ পূৰ্বে তেওঁ সকলো দলৰ প্ৰতিনিধিৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে৷ বৈঠকৰ পাছতেই তেওঁ ভাষণত কয়, ‘এক শান্ত পৰিবেশত আমি কথাবোৰ আলোচনা কৰিছো৷ মই কথা দিছো প্ৰতিটো হত্যাৰ বিচাৰ হ’ব৷ হাছিনাৰ ইস্তাফাৰ দাবীত দেশ জুৰি বিক্ষোভ আৰু হিংসাৰ মাজতেই দেওবাৰে মাজনিশা সেনাবাহিনীৰ উচ্চপদস্ত কৰ্তাসকলৰ সৈতে ঢাকাৰ বাসভৱনত আমাৰ আলোচনা হৈছিল৷ তাৰপাছতেই জল্পনা তৈয়াৰ তয় যে এইবাৰ পৰিস্থিতিৰ ওপৰত হস্তক্ষেপ আমি কৰা নাই৷’

সূত্ৰৰ খবৰ অনুসৰি হাছিনাই ইস্তাফা দি তদাৰকি চৰকাৰৰ ভাৰ দিছে জাতীয় সংসদৰ স্পিকাৰ শিৰিণ ছাৰমিন চৌধুৰীৰ হাতত৷ ১৯৭১ চনত প্ৰতিষ্ঠাৰ পাছতেই তিনিখন ডাঙৰ মেপত সেনা অভ্যুত্থানৰ সাক্ষী হৈছিল ভাৰতৰ পূৰ্বপ্ৰান্তৰ প্ৰতিবেশী দেশ৷ সেনাৰ হাতত নিহত হৈছিল শেখ মুজিবুৰ ৰহমান আৰু জিয়াউৰ ৰহমান৷ এই ঘটনাৰ ওপৰিও বিগত ৫দশকত একাধিক সৰু ডাঙৰ কাণ্ড ঘটিয়েই আছে সেই দেশত৷ শেষবাৰলৈ ২০০৭ চনত চৰকাৰ গঠনত হস্তক্ষেপ কৰিছিল বাংলাদেশৰ সেনাই৷ যদিও ৰাষ্ট্ৰপুঞ্জৰ বিধিনিষেধৰ কাৰণে তৎকালীন সেনাপ্ৰধান জেনেৰেল মইন চৰচৰিয়ে ক্ষমতাৰ চাবিকাঠি নিজৰ হাতত নল’লে৷ প্ৰাথমিকভাৱে তত্ত্বাবধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰস্তাৱ দিয়া হৈছিল নোবেলজয়ী অৰ্থনীতিবিদ মহম্মদ ইউনুছক৷ কিন্তু তেওঁ অস্বীকাৰ কৰাত তৎকালীন প্ৰেছিডেণ্ট ইয়াজউদ্দিন আহমেদৰ সক্ৰিয়তাৰ তত্ত্বাবধায়ক চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল ফখৰুদ্দিনে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি
জীৱনশৈলী

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

July 27, 2026
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’
বিনোদন

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

July 27, 2026
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
Next Post
বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

বাংলাদেশৰ সকলো ভাৰ এতিয়া তেওঁৰ কান্ধত, লণ্ডনৰ  কিংছ কলেজৰ ছাত্ৰ, সেনাপ্ৰধান ৱাকাৰ-উজ-জামান কোন?

বাংলাদেশৰ সকলো ভাৰ এতিয়া তেওঁৰ কান্ধত, লণ্ডনৰ কিংছ কলেজৰ ছাত্ৰ, সেনাপ্ৰধান ৱাকাৰ-উজ-জামান কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.