• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

2 years ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

32 minutes ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

2 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

3 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

3 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

4 hours ago
১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

১ আগষ্টৰ পৰা শনি-শুক্ৰই দেখুৱাব যাদু, আয় আৰু প্ৰগতি হ’ব বৃদ্ধি!

17 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানক ৰাশিফলত কি আছে

17 hours ago
অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

অভিনেতা স্বামীয়ে গোপনে কৰিছে প্ৰতাৰণা, একেটা ঘৰত থাকিও হৈ পৰিছে অচিনাকি!

18 hours ago
খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

খজুৱতি, এলাৰ্জী সকলো হ’ব দূৰ, মাত্ৰ ব্যৱহাৰ কৰক এইবিধ গছৰ পাত

19 hours ago
চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

চাকৰি নে ব্যৱসায়! কি আছে আপোনাৰ ভাগ্যত জানক

20 hours ago
গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

গাড়ীত উঠিলেই বমি বমি অনুভৱ, এয়া কোনো ৰোগৰ ইংগিত নেকি?

21 hours ago
২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

২৭ জুলাইৰ পূৰ্বে মালামাল হ’ব ২ ৰাশি, পাব সোণালী সুযোগ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?

এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহসহ ৫ৰাশিৰ উন্নতি খাটাং, কি কৈছে টেৰো গণনাই

editor by editor
August 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এই সপ্তাহতেই লক্ষ্মী নাৰায়ণ ৰাজযোগ, সিংহ সহ ৫ৰাশিৰ উন্নতি খাটাং, আৰু কি কৈছে টেৰো গণনাই?
0
SHARES
22.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহৰ আৰম্ভণিতেই গঠিত হৈছে লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ৫আগষ্ট সোমবাৰৰ পৰা আৰম্ভ হোৱা এই সপ্তাহত সিংহ ৰাশিত একেলগে অৱস্থান কৰিব বুধ আৰু শুক্ৰই৷ ইয়াৰ প্ৰভাৱত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱ থাকিব এই সপ্তাহত৷ জ্যোতিষ অনুসৰি এই ৰাজযোগে জীৱনত সম্পদ আৰু সমৃদ্ধি আৰু সাফল্য আনিব৷ ইয়াৰোপৰি বৃহস্পতি আৰু চন্দ্ৰৰ প্ৰভাৱত থাকিব চতুৰ্থ দশম যোগ৷ নতুন সপ্তাহত এই শুভ যোগৰ প্ৰভাৱ কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ জনাইছে টেৰো কাৰ্ড গণনাই৷ কেৰিয়াৰত উন্নতি কৰিব কেইটামান ৰাশিৰ জাতকে৷ এই সময়ৰ ভিতৰত আৰ্থিকভাৱেও লাভৱান হ’ব৷ পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব৷ জানি থওক নতুন সপ্তাহত টেৰো কাৰ্ডৰ গণনা অনুসৰি কাৰ কাৰ সৌভাগ্যৰ দ্বাৰ খোল খাব?

মিথুন ৰাশি

৫আগষ্টৰ পৰা ১১ আগষ্ট পৰ্যন্ত এই সপ্তাহত সকলো কামতে সৌভাগ্যক নিজৰ কাষত পাব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত আপুনি যি কামেই কৰিব তাতেই প্ৰচুৰ উৎসাহ আৰু এনাৰ্জী থাকিব আপোনাৰ ভিতৰত৷ এই সময়ত আপুনি যি কামতেই হাত দিয়ে সেই কামতেই সফল হ’ব৷ চৰকাৰী আৰু প্ৰশাসনিক কামত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক৷ সন্তানৰ তৰফৰ পৰা কোনো সুখবৰ পাব পাৰে৷

সিংহ ৰাশিফল

টেৰো কাৰ্ড গণনা অনুসৰি দেখা গৈছে যে চলিত সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ শুভ ফল পাব সিংহ ৰাশিৰ জাতকে৷ বিশেষকৈ আৰ্থিক দিশৰ পৰা এই সপ্তাহ আপোনাৰ বাবে অত্যন্ত লাভজনক হ’ব৷ এই সময়ত আপুনি কৰোবাত অৰ্থ বিনিয়োগ কৰিব পাৰে৷ নিজৰ প্ৰিয় মানুহৰ সৈতে ভাল সময় কটাব পাৰে৷ চলিত সপ্তাহত উন্নতিৰ একাধিক সুযোগ পাব আপুনি৷

​কন্যা ৰাশি

৫আগষ্টৰ পৰা ১১ আগষ্টৰ মাজত এই সপ্তাহৰ প্ৰভাৱ প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ নানান সৃজনশীল কামত আপোনাৰ আগ্ৰহ বাঢ়িব৷ কন্যা ৰাশিৰ জাতকে নিজৰ চৰিত্ৰৰে সকলোৰে মন জয় কৰিব পাৰিব৷ পঢ়াশুনা ছা্ত্ৰ-ছাত্ৰীৰ আগ্ৰহ বাঢ়িব৷ প্ৰেমৰ সম্পৰ্ক মজবুত হ’ব৷ ব্যৱসায়ত উন্নতি কৰাৰ ভাল সুযোগ পাব৷

বৃশ্চিক ৰাশি

ব্যৱসায়ত এই সপ্তাহত নতুন পৰিকল্পনা লৈ আগুৱাব বৃশ্চিক ৰাশিৰ জাতক৷ এই পৰিকল্পনা আপোনাৰ বাবে লাভজনক হ’ব৷ স্বাস্থ্য পূৰ্বতকৈ ভাল হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ৷ কৰ্মক্ষেত্ৰত আপোনাৰ পথত আগুৱাই যোৱাৰ সকলো বাধা কাটি যাব৷ আপুনি নিজৰ মধুৰ ব্যৱহাৰেৰে সকলোৰে মন জয় কৰিব পাৰিব৷ বৃশ্চিক ৰাশিৰ জাতকে চলিত সপ্তাহত প্ৰমোছন পাব পাৰে৷

কুম্ভ ৰাশি

টেৰো কাৰ্ডৰ গণনা বিচাৰ কৰিলে দেখা যায় যে লক্ষ্মী নাৰায়ণ ৰাজযোগৰ প্ৰভাৱ চলিত সপ্তাহত গৱেষণা সংক্ৰান্তিয় কামত ভাল ফল পাব কুম্ভ ৰাশিৰ জাতকে৷ এই সপ্তাহত আপোনাৰ মাজত উচ্চাকাংক্ষা বৃদ্ধি পাব৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হ’ব কুম্ভ ৰাশিৰ জাতকৰ৷ নতুন কিছু ক্ৰয় কৰাৰ চিন্তা কৰিলে এই সময়ত ক্ৰয় কৰিব পাৰে৷ এই সপ্তাহত নতুন কোনো সম্পৰ্কত আপুনি সোমাই পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

July 27, 2026
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক
জীৱনশৈলী

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

July 27, 2026
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

July 27, 2026
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক
বাণিজ্য

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

July 27, 2026
Next Post
বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ!  ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

বাংলাদেশত আকৌ ক্ষমতাত প্ৰৱেশ সেনাৰ! ২০০৭ৰ ১১ জানুৱাৰীৰ স্মৃতি আকৌ কিয় সোঁৱৰিছে বাংলাদেশৰ সাধাৰণ জনতাই?

বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

বায়ুসেনাৰ বিশেষ বিমানেৰে ভাৰতত হাছিনা! ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.