• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ

গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ

2 years ago
মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

মংগলৰ স্থান সলনি, জিলিকিব এই ৩ ৰাশিৰ ভাগ্য!

8 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জানক এই ৫টা বৃহৎ UPDATE

8 hours ago
‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

‘হলীউডৰ ছুপাৰষ্টাৰ টম ক্ৰুজৰ মোৰ প্ৰতি আছে ক্ৰাছ’- মল্লিকা শ্বেৰাৱট

8 hours ago
স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

স্বাধীন স্ব-ঘোষণাৰ পিছদিনাই বলুচিস্তানত পাকিস্তানৰ এয়াৰষ্ট্ৰাইক

9 hours ago
‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

10 hours ago
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

11 hours ago
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

12 hours ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

12 hours ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

13 hours ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

14 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

14 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ

editor by editor
August 6, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ
0
SHARES
348
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটী মহানগৰীত আজি সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা, কালিৰ ধাৰাসাৰ বৰষুণত মহাসাগৰত পৰিণত মহানগৰৰ

আজি ৬ আগষ্ট মঙলবাৰে গুৱাহাটী মহানগৰীত সকলো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।

কামৰূপ মহানগৰৰ জিলা আয়ুক্তই সদৰী কৰা অনুসৰি মহানগৰীৰ কৃত্ৰিম বানপানী আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰিছে।

কালি সোমবাৰে বিয়লি হোৱা এজাক বৰষুণৰ পিছতেই মহাসাগৰত পৰিণত মহানগৰৰ।

যাৰ বাবে মহানগৰীৰ জীৱনযাত্ৰা স্তব্ধ হৈ পৰে। কৃত্ৰিম বানপানীত ডুব যায় মহানগৰীৰ প্ৰায় প্ৰতিটো ৰাজপথ।

নিশা পৰ্যন্ত মহানগৰীৰ যান-বাহন ব্যৱস্থা অচল হৈ পৰে। প্ৰতিটো ৰাজপথতেই তীব্ৰ যান-জঁটৰ সৃষ্টি।

ৰাজপথত পানী, যাৰ বাবে ফ্লাই অভাৰত অভৱনীয় যান যট।

ৰাজপথত কেইবাফুট উচ্চতালৈ পানী উঠাৰ বাবে বহু পথত চলিব পৰা নাই বাছ আৰু ব্যক্তিগত বাহন।

আজি পুৱা পৰ্যন্ত ৰাজপথত দেখা যায় বিকল হৈ পৰা বাছ তথা অন্য বাহন।

যাৰ বাবে আজি মহানগৰৰ সকলো শিক্ষনুষ্ঠান বন্ধৰ নিৰ্দেশনা প্ৰশাসনৰ ফালৰ পৰা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamfloodguwahatiGuwahati School ClosedSchool Closed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ
অসম

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

August 12, 2026
বিনোদন

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

August 11, 2026
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?
অসম

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

August 11, 2026
নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ
অসম

নয়দাৰ PGত উদ্ধাৰ অসমৰ যুৱতীৰ মৃ*তদেহ

August 11, 2026
Next Post
আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল…

আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল...

বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.