• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল…

আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল…

2 years ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

12 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

4 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

16 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

16 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল…

editor by editor
August 6, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল…
0
SHARES
450
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি খেলপথাৰত নামিব জেভলিন কিং নীৰজ, কেই বজাত আছে খেল…

২০২৪ চনৰ পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ প্ৰায় ১০ দিন পাৰ হ’ল। ভাৰতে এই পৰ্যন্ত মুঠ ৩টা পদক অৰ্জন কৰিছে। তিনিওটা পদকেই ব্ৰঞ্জ। সেয়ে সোণৰ পদকৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে দেশবাসীয়ে। পাছে কোনে দিব সোণ, এই ক্ষেত্ৰত অন্য কেইবাটাও নাম থাকিলে নিশ্চিত সোণ বুলি নাম নীৰজৰ।

জেভলিন কিং তথা ভাৰতীয় কিংবদন্তি নীৰজ চোপ্ৰাক কেতিয়া দেখা যাব খেলপথাৰত , এতিয়া অনুৰাগীৰ মনত প্ৰশ্ন উত্থাপন হৈছে। ভাৰতক প্ৰতিনিধিত্ব কৰিব নীৰজ চোপ্ৰাই জেভলিন নিক্ষেপত। অনুৰাগীয়ে আজি ৬ আগষ্টত নীৰজ চোপ্ৰাৰ খেল চাবলৈ পাব। নীৰজ চোপ্ৰাৰ উপৰিও পুৰুষ জেভলিন থ্ৰোত আন এগৰাকী ভাৰতীয় খেলুৱৈ কিশোৰ জেনাৰো খেল আছে।

আজি ৬ তাৰিখে নীৰজে অনুষ্ঠান পৰিৱেশন কৰা দেখা যাব। দিনৰ ১:৫০ বজাৰ পৰা আৰম্ভ হ’ব গ্ৰুপ এৰ অৰ্হতা ইভেণ্ট। আনহাতে, আজিৰ দিনটোতে বিয়লি ৩.২০ বজাৰ পৰা আৰম্ভ হ’ব গ্ৰুপ বি ইভেণ্ট। অৰ্হতা ৰাউণ্ডত যোগ্যতা অৰ্জন কৰাৰ পাছত অহা ৮ আগষ্টত ফাইনেলত নীৰজত প্ৰদৰ্শন কৰা দেখা যাব। ৮ আগষ্টৰ নিশা ১১:৫৫ বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল।

উল্লেখ্য যে, নীৰজ চোপ্ৰাই টকিঅ’ অলিম্পিক ২০২০ত ৮৭.৫৮ মিটাৰ জেভেলিন নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰিছিল। অভিনৱ বিন্দ্ৰাৰ পিছত তেওঁ বিশ্ব চেম্পিয়নশ্বিপ পৰ্যায়ত এথলেটিকছত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয়জন ভাৰতীয়। এইবাৰো সোণৰ পদকৰ প্ৰৱল দাবিদাৰ নীৰজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gold MedalJevlinneeraj chopraolympicPeris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
Next Post
বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য

জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

জনতাৰ প্ৰতিবাদৰ পাছত শ্বেখ হাছিনাৰ পলায়ন, হিংসাজৰ্জৰ বাংলাদেশৰ এতিয়া কোন লৈছে দায়িত্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.