• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-

শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-

2 years ago
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

11 minutes ago
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

37 minutes ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

1 hour ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

2 hours ago
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

2 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

2 hours ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

3 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

4 hours ago
চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

4 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

6 hours ago
কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

কেঁচা আমৰ লোভনীয় জুতি, কিন্তু খাই বিপদত পৰিব পাৰে আপুনি!

7 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ৰাতিপুৱা নে সন্ধিয়া? হনুমানক কোনটো সময়ত পূজা কৰা উচিত জানক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-

editor by editor
August 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-
0
SHARES
646
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শৰীৰৰ ক’ত ক’ত হ’ব পাৰে পাথৰ, কিদৰে জানিব ! পঢ়ক এই প্ৰতিবেদন-

আজিকালি পাথৰৰ সমস্যা একেবাৰে সাধাৰণ হৈ পৰিছে। ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ শৰীৰত পানীৰ অভাৱ আৰু বেয়া জীৱনশৈলী তথা খাদ্যভাস। যেতিয়া শৰীৰত খনিজ পদাৰ্থ আৰু লৱণ জমা হৈ গোটা হৈ পৰে, তেতিয়া ইয়াক পাথৰ হোৱা বুলি কোৱা হয়। প্ৰায়ে মানুহে ভাবে যে পাথৰ কেৱল বৃক্ক বা পিত্তথলীতহে হয় কিন্তু সেয়া নহয়। শৰীৰৰ আন বহু অংশতো পাথৰৰ সমস্যা হ’ব পাৰে।

বৃক্ক
বেছিভাগ মানুহৰে কেৱল বৃক্কতে পাথৰ হোৱা বুলি শুনিবলৈ পোৱা যায়। যেতিয়া প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থবোৰ জমা হৈ স্ফটিক গঠন হয় তেতিয়া ইয়াৰ ফলত বৃক্কত পাথৰ হয়। ইয়াৰ ফলত পেটৰ বিষ, বমি, প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা আৰু দুৰ্বলতা আদি সমস্যাৰ সৃষ্টি কৰে।

পিত্তথলী (গোলব্লাডাৰ)
বৃক্কৰ উপৰিও পিত্তথলীত পাথৰ হোৱাৰ সমস্যাও দেখা যায়। ইয়াক পিত্তপাথৰ বুলিও কোৱা হয়। এই সমস্যাত পেটৰ ওপৰৰ অংশত তীব্ৰ বিষ হয়। ইয়াৰ উপৰিও কঁকালৰ বিষ, গেছ আৰু বমিৰ সমস্যাও দেখা যায়।

লালগ্ৰন্থীত পাথৰ
মুখৰ লালগ্ৰন্থিতো পাথৰ হ’ব পাৰে। খাদ্য খোৱাত অসুবিধা, ডিঙিত ফুলা আদি সমস্যাৰ সৃষ্টি হয়। পাথৰৰ সমস্যাটো নলীত দেখা দিয়ে য’ৰ পৰা লাল মুখলৈ যায়।

নাক
নাকতো পাথৰ হব পাৰে। এই সমস্যাত নাকত কঠিন গোট গঠন হয় যাৰ আকাৰ ৫ মিলিমিটাৰৰ পৰা ২০ মিলিমিটাৰলৈকে হয়। নাকত শ্লেষ্মা জমা হোৱাৰ বাবে এনে হয়। ইয়াৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা, নাক ফুলা আদি সমস্যাৰ সৃষ্টি হয়।

যোনি
যোনিত হোৱা পাথৰক কলেলিথিয়াছিছ বোলা হয়। এই সমস্যাত যোনিৰ বিষ, পেটৰ বিষ আদি সমস্যা থাকে। ইয়াৰ উপৰিও যদি কোনো মহিলাই যৌন সম্পৰ্ক স্থাপন কৰাৰ সময়ত বিষ অনুভৱ কৰে তেন্তে ই যোনিত পাথৰ হোৱাৰ লক্ষণো।

প্ৰষ্টেটত পাথৰ
প্ৰষ্টেট গ্ৰন্থিতো পাথৰ হ’ব পাৰে। ইয়াত কেলচিয়ামৰ টুকুৰাবোৰ গ্ৰন্থিটোত জমা হয়, যাৰ আকাৰ ১ মিলিমিটাৰৰ পৰা ৫ মিলিমিটাৰলৈকে হ’ব পাৰে। প্ৰষ্টেট গ্ৰন্থিৰ যিকোনো পৰীক্ষা কৰিলে প্ৰষ্টেট গ্ৰন্থিৰ পাথৰ ধৰা পৰে কাৰণ বেছিভাগেই ইয়াত কোনো লক্ষণ দেখা নাযায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Human BodyKidney StoneStone in human Body . Symptoms
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

June 2, 2026
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!
জীৱনশৈলী

ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

June 2, 2026
অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!
জীৱনশৈলী

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

June 2, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

June 2, 2026
Next Post
কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী

কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী

ভাৰতৰ সৈতে বাংলাদেশে ভুলতো নকৰে শত্ৰুতা, কিয় ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন

ভাৰতৰ সৈতে বাংলাদেশে ভুলতো নকৰে শত্ৰুতা, কিয় ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.