• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী

কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী

2 years ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

48 minutes ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

1 hour ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

2 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

3 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

4 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

5 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

6 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

7 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

23 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

24 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

1 day ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী

editor by editor
August 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী
0
SHARES
597
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোন হয় ২৬ বছৰীয়া দুই যুৱক, যিয়ে শ্বেখ হাছিনাৰ শাসনভাৰ উফৰাই এতিয়া নতুন চৰকাৰৰ মন্ত্ৰী

বাংলাদেশত গঠন হৈছে এখন নতুন চৰকাৰ। বৃহস্পতিবাৰে নিশা নোবেল বিজয়ী ড০ মহম্মদ ইউনুছৰ নেতৃত্বত গঠন হয় এখন অন্তৱৰ্তীকালীন চৰকাৰ। দুজন ছাত্ৰ নেতাকে ধৰি তেওঁৰ দলৰ ১৭ জন সদস্যই শপত গ্ৰহণ কৰে। এম নাহিদ ইছলাম আৰু আছিফ মাহমুদ চাজিব ভূঞা সেই নাম যিয়ে ছাত্ৰ আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দুয়োকে বাংলাদেশত সংঘটিত হোৱা অভ্যুত্থানৰ মূল চেহেৰা বুলিও গণ্য কৰা হয়।

দুয়োজনেই এতিয়া নতুন চৰকাৰৰ অংশও। যদিও মহম্মদ ইউনুছ সেনা সমৰ্থিত চৰকাৰৰ উপদেষ্টা হৈ পৰিছে, তথাপিও তাত প্ৰধানমন্ত্ৰী এতিয়াও নিৰ্বাচিত হোৱা নাই। কিন্তু তেওঁৰ মৰ্যাদা প্ৰধানমন্ত্ৰীৰ সৈতে একে। আনহাতে তেওঁৰ সহলকাৰ পৰিষদত অন্তৰ্ভুক্ত সদস্যসকলৰ মন্ত্ৰীৰ মৰ্যাদা আছে।

এম নাহিদ ইছলাম-
বিগত কেইবাদিনো ধৰি বাংলাদেশত সংৰক্ষণৰ বিৰুদ্ধে চলি থকা ছাত্ৰ আন্দোলনৰ মূল চেহেৰা নাহিদ ইছলাম। নাহিদ এজন বাংলাদেশী ছাত্ৰ কৰ্মী, তেওঁ বাংলাদেশৰ কোটা সংস্কাৰ আন্দোলনৰ অন্যতম মূল নেতা আছিল। ছাত্ৰ-ছাত্ৰীৰ এই আন্দোলন পাছলৈ অসহযোগ আন্দোলনলৈ পৰিণত হয়। এই আন্দোলনটোৱেই আছিল শ্বেখ হাছিনা চৰকাৰৰ পতনৰ কাৰণো। ঢাকা বিশ্ববিদ্যালয়ৰ ২০১৬-১৭ বৰ্ষৰ সমাজবিজ্ঞানৰ ছাত্ৰ। মানৱ অধিকাৰ কৰ্মী আৰু ছাত্ৰ সংগঠন ‘বৈষম্য বিৰোধী ছাত্ৰ’ৰ সমন্বয়ক।

আছিফ মেহমুদ
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অংশ হিচাপে থকা আছিফ মাহমুদ আছিল ছাত্ৰ আন্দোলনৰ আন এক ডাঙৰ মুখ। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম প্ৰধান সমন্বয়ক আছিফ। কমিলাৰ পৰা অহা আছিফ ঢাকা বিশ্ববিদ্যালয়ৰ ২০১৭-১৮ বৰ্ষৰ ভাষা অধ্যয়নৰ ছাত্ৰ। জুন মাহত তেওঁ সংৰক্ষণৰ বিৰুদ্ধে দেশজোৰা ছাত্ৰ আন্দোলনত যোগদান কৰে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ১৭ জন সদস্য
ডাঃ মহম্মদ ইউনুছ
ডাঃ ছালেহুদ্দিন আহমেদ
ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম সাখাৱত হুছেইন
ড° এম ডি নাজৰুল ইছলাম (আছিফ নাজৰুল)
আদিলুৰ ৰহমান খান
এ এফ হাছান আৰিফ
মহম্মদ তৌহিদ হুছেইন
ছ্যেদা ৰিজৱানা হাছান
সুপ্ৰদীপ চাকমা
ফৰিদা আখতাৰ
বিধান ৰঞ্জন ৰায়
শৰ্মীন মুৰ্ছিদ
এ এফ এম খালিদ হুছেইন
ফাৰুক-ই-আজম
নূৰজাহান বেগম
নাহিদ ইছলাম
আছিফ মাহমুদ

বাংলাদেশৰ নৱগঠিত চৰকাৰৰ ১৭ গৰাকী সদস্যৰ। দুগৰাকী ছাত্ৰ নেতাৰ উপৰিও মহিলা অধিকাৰ কৰ্মী ফৰিদা আখতাৰ, সোঁপন্থী দল হিফাজাত-ই-ইছলামৰ উপ-মুখ্য এ এফ এম খালিদ হুছেইন, গ্ৰাম্য টেলিকম ট্ৰাষ্টী নূৰজাহান বেগম, স্বাধীনতা সংগ্ৰামী শৰ্মিন মুৰ্ছিদ, চট্টগং হিল ট্ৰেক্টছ ডেভেলপমেণ্ট ব’ৰ্ডৰ অধ্যক্ষ সুপ্ৰদীপ চাকমা, অধ্যাপক বিধান ৰঞ্জন ৰয় আৰু প্ৰাক্তন বৈদেশিক সচিব তৌহিদ হুছেইন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bangladeshBangladesh New GovernmentStudentsstudents protest
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!
জীৱনশৈলী

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

May 1, 2026
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!
জীৱনশৈলী

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

May 1, 2026
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম
জীৱনশৈলী

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

May 1, 2026
Next Post
ভাৰতৰ সৈতে বাংলাদেশে ভুলতো নকৰে শত্ৰুতা, কিয় ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন

ভাৰতৰ সৈতে বাংলাদেশে ভুলতো নকৰে শত্ৰুতা, কিয় ! জানিবলৈ পঢ়ক এই প্ৰতিবেদন

ভালে আছে বুলিয়ে বহুদিন ধৰি একেডাল ব্ৰাছকে ব্যৱহাৰ কৰে নেকি, তেন্তে আজিয়ে সাৱধান- পঢ়ক এই খবৰ

ভালে আছে বুলিয়ে বহুদিন ধৰি একেডাল ব্ৰাছকে ব্যৱহাৰ কৰে নেকি, তেন্তে আজিয়ে সাৱধান- পঢ়ক এই খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.