• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্ব কঁপাই যোৱা বিধেয়ক উত্থাপন! ছোৱালীৰ বিয়াৰ বয়স ৯, ল’ৰাৰ ১৫

বিশ্ব কঁপাই যোৱা বিধেয়ক উত্থাপন! ছোৱালীৰ বিয়াৰ বয়স ৯, ল’ৰাৰ ১৫

2 years ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

4 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

4 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

4 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

5 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

6 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

6 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

8 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

8 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

9 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

9 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

11 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্ব কঁপাই যোৱা বিধেয়ক উত্থাপন! ছোৱালীৰ বিয়াৰ বয়স ৯, ল’ৰাৰ ১৫

editor by editor
August 9, 2024
in বিবিধ, বিশ্ব
0
বিশ্ব কঁপাই যোৱা বিধেয়ক উত্থাপন! ছোৱালীৰ বিয়াৰ বয়স ৯, ল’ৰাৰ ১৫
0
SHARES
363
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্ব কপাই যোৱা বিধেয়ক উত্থাপন! ছোৱালীৰ বিয়াৰ বয়স ৯, ল’ৰাৰ ১৫

সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা এখন বিধেয়ক। যি বিধেয়কে এতিয়া ভৱিষ্যতৰ কথা ভাৱি কঁপাই তুলিছে। উত্থাপিত হোৱা বিধেয়ক অনুসৰি ছোৱালীৰ বিয়াৰ বয়স মাত্ৰ ৯ বছৰ আৰু ল’ৰাৰ বয়স ১৫ বছৰ। এই বিতৰ্কতি বিধেয়ক ইৰাকৰ।

ইৰাকৰ সংসদত ছোৱালীৰ বৈধ বিবাহ বয়স ৯ বছৰলৈ আৰু ল’ৰাৰ বৈধ বিবাহৰ বয়স ১৫ বছৰলৈ হ্ৰাস কৰাৰ বিতৰ্কিত বিধেয়ক উত্থাপন কৰা হৈছে । ইয়াৰ ফলত মানৱ অধিকাৰ সংগঠন আৰু মহিলা সংগঠনৰ মাজত যথেষ্ট আলোড়নৰ সৃষ্টি হৈছে। বৰ্তমান ইৰাকৰ আইন অনুসৰি বিয়া হ’বলৈ মানুহৰ বয়স কমেও ১৮ বছৰ হ’ব লাগিব।

কিন্তু ইৰাকৰ ন্যায় মন্ত্ৰালয়ে প্ৰস্তাৱ কৰা এই নতুন আইনখনে মানুহক পাৰিবাৰিক বিষয়ত ধৰ্মীয় নিয়ম মানি চলিব নে দেৱানী আদালত ব্যৱস্থা মানি চলিব সেইটো বাছি ল’ব পাৰিব। সমালোচকসকল চিন্তিত যে এই পৰিৱৰ্তনে উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ, শিশুৰ তত্ত্বাৱধান আদি ক্ষেত্ৰত মহিলাৰ অধিকাৰ হ্ৰাস কৰিব পাৰে।

যদি এই আইনখন গৃহীত হয় তেন্তে ৯ বছৰৰ ছোৱালী আৰু ১৫ বছৰীয়া ল’ৰাই বিয়া পাতিব পাৰিব। ইয়াৰ ফলত বাল্যবিবাহ আৰু কণমানি ছোৱালীৰ শোষণ অধিক হ’ব বুলি আশংকা সৃষ্টি হৈছে। মানৱ অধিকাৰ সংগঠন আৰু কৰ্মীসকলে এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁলোকে সকীয়াই দিয়ে যে ইয়াৰ ফলত কণমানি ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু সামগ্ৰিক মংগলৰ ওপৰত গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

তেওঁলোকে আঙুলিয়াই দিয়ে যে বাল্যবিবাহৰ ফলত প্ৰায়ে ছোৱালীয়ে স্কুল এৰি দিয়ে, কম বয়সতে গৰ্ভধাৰণ কৰে আৰু ঘৰুৱা হিংসাৰ আশংকা অধিক হয়। ইউনিচেফৰ তথ্য অনুসৰি ইৰাকৰ ২৮ শতাংশ ছোৱালীয়ে ১৮ বছৰ সম্পূৰ্ণ কৰাৰ আগতেই ইতিমধ্যে বিয়া হৈ গৈছে।

হিউমেন ৰাইটছ ৱাচৰ এজন গৱেষকে কয় যে এই আইনখন গৃহীত হ’লে দেশখন উন্নতিৰ জখলাত উঠাৰ সলনি এক খোজ পিছুৱাই যাব। ইৰাক উইমেনছ নেটৱৰ্কৰ আন এগৰাকী গৱেষকেও এই বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে ইতিমধ্যে অতি ৰক্ষণশীল সমাজখনত পুৰুষৰ পৰিয়ালৰ বিষয়সমূহৰ ওপৰত অধিক নিয়ন্ত্ৰণ লাভ কৰিব।

এই নতুন আইনখনে ১৯৫৯ চনতে উন্নত কৰা পৰিৱৰ্তনক উফৰাই পেলাব, যিয়ে পৰিয়াল আইন সম্পৰ্কীয় সিদ্ধান্ত ধৰ্মীয় নেতাসকলৰ পৰা আঁতৰাই লৈছিল আৰু সেই ক্ষমতা ৰাজ্যিক আদালতক প্ৰদান কৰিছিল।

আনহাতে বিধেয়কখনৰ সমৰ্থকসকলে কয় যে ইয়াৰ দ্বাৰা ইছলামিক আইন অধিক সামঞ্জস্যপূৰ্ণ হ’ব আৰু কণমানি ছোৱালীক অনুপযুক্ত সম্পৰ্কৰ পৰা ৰক্ষা কৰা হ’ব। কিন্তু বিৰোধীসকলে যুক্তি আগবঢ়ায় যে এই যুক্তিয়ে বাল্যবিবাহৰ বিপদক উপেক্ষা কৰে। তেওঁলোকৰ মতে ধৰ্মীয় নেতাসকলক বিবাহৰ সিদ্ধান্ত ল’বলৈ দিলে ইৰাকৰ আইন অনুসৰি সমতাৰ নীতিৰ ক্ষতি হ’ব পাৰে আৰু ৯ বছৰৰ বয়সৰ ছোৱালীক বিয়া কৰাব পৰা যাব, যাৰ ফলত তেওঁলোকৰ ভৱিষ্যত, শিক্ষা আৰু সুৰক্ষা কাঢ়ি লোৱা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: child marriageIracIraq new Lowl egal marriage
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল
জীৱনশৈলী

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

July 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
Next Post
ৰূপৰ পদক পাবনে বিনেশে, CASৰ ডাঙৰ ঘোষণা

ৰূপৰ পদক পাবনে বিনেশে, CASৰ ডাঙৰ ঘোষণা

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক’লে এই কথা-

ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, চৰকাৰী বিদ্যালয় সন্দৰ্ভত ক'লে এই কথা-

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.