• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

2 years ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

22 minutes ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

51 minutes ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

10 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

10 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

11 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

11 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

12 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

12 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

14 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

14 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

editor by editor
August 10, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক
0
SHARES
353
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিনেশৰ পৰা শিকি ১০ ঘণ্টাত ৪.৬ কেজি হ্ৰাসেৰে অমনে জয় কৰিলে দেশৰ হৈ ষষ্ঠটো অলিম্পিক

মাত্ৰ ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে মহিলাৰ ৫০ কেজি মল্লযুঁজৰ ফাইনেলৰ পৰা অযোগ্য ঘোষণা কৰাৰ বিপৰীতে অমন ছেহৰাৱাটে ১০ ঘণ্টাত ৪.৫ কেজি ওজন কমাই পুৰুষৰ ৫৭ কেজি ওজনৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। বৃহস্পতিবাৰে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছত অমন ছেহৰাৱাটৰ ওজন আছিল ৬১.৫ কিলোগ্ৰাম। যিটো পুৰুষৰ ৫৭ কেজিৰ শাখাত গ্ৰহণযোগ্য সীমাতকৈ ৪.৫ কিলোগ্ৰাম বেছি আছিল। কিন্তু তাৰ পিছৰ ১০ ঘণ্টাত ভাৰতীয় প্ৰশিক্ষকৰ সৈতে অক্লান্তভাৱে কাম কৰি ৪.৬ কেজি ওজন কমালে।

ছয়জনীয়া মল্লযুঁজৰ দলটোৰ সৈতে জড়িত ভাৰতীয় জ্যেষ্ঠ প্ৰশিক্ষক দুগৰাকী জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দহিয়াৰ এতিয়া মাত্ৰ এটা ‘মিছন’হে আছিল। বিনেশ ফ’গাটৰ যি হ’ল তাৰ পিছত তেওঁলোকে আৰু এটা তেনেধৰণৰ দুখ সহ্য কৰিব নোৱাৰিব। সেয়ে অক্লন্ত ভাৱে যুঁজ দিলে অমনেও।

উল্লেখযোগ্য যে সন্ধিয়া প্ৰায় ৬.৩০ বজাত জাপানৰ ৰেই হিগুচিৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হয় ২১ বছৰীয়া আমান। কিন্তু ভাৰতীয় দলৰ অপচয় কৰিবলৈ সময় নাছিল। ছেমি ফাইনেলৰ সেই খেলত পৰাস্ত হৈ সোণ-ৰূপৰ পৰা বাহিৰ হলেও আশা বাকি আছিল ব্ৰঞ্জত।

সেয়ে ওজন হ্ৰাসৰ বাবে আৰম্ভ হৈছিল ‘মিছন’ৰ। মিছনৰ আৰম্ভণিতে ডেৰ ঘণ্টাৰ মেট চেচনত দুজন জ্যেষ্ঠ প্ৰশিক্ষকে তেওঁক ষ্টেণ্ডিং ৰেছলিং কৰিবলৈ বাধ্য কৰাইছিল। ইয়াৰ পিছত এঘণ্টা ধৰি গৰম ভাপৰ গা ধোৱাৰ কাৰ্য। নিশা ১২.৩০ বজাত জিমলৈ গা অমনে এঘণ্টা ধৰি ট্ৰেডমিলত ননষ্টপ দৌৰে। যাৰ বাবে শৰীৰৰ পৰা ওলোৱা ঘামে ওজন কমাবলৈ সহায় কৰিছিল অমনৰ।

পিছত তেওঁলোকক ৩০ মিনিটৰ বিৰতি লৈ, পুনৰ ৫ মিনিটকৈ পাঁচটাকৈ ছাউনা বাথৰ কাম কৰিছিল। এই সকলোৰে শেষলৈকে অমনৰ ওজন তেতিয়াও ৯০০ গ্ৰাম বেছি আছিল। সেয়েশেষত অমনক মালিচ কৰা হৈছিল আৰু তাৰ পিছত প্ৰশিক্ষকসকলে ছাত্ৰছালৰ প্ৰশিক্ষাৰ্থীজনক পুনৰ লাইট জগিং কৰিবলৈ দিছিল। ইয়াৰ পিছত ১৫ মিনিটৰ বাবে দৌৰিছিল। শেষত পুৱা ৪.৩০ বজালৈকে অমনৰ ওজন হৈছিল ৫৬.৯ কেজি। যিটো নিৰ্ধাৰিত ওজনতকৈ ১০০ গ্ৰাম কম আছিল।

শেষত প’ৰ্ট’ ৰিকোৰ ডাৰিয়ান ক্ৰুজক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ আটাইতকৈ কম বয়সীয়া অলিম্পিক পদক বিজয়ী হিচাপে পৰিগণিত হয় অমন শ্বেৰগিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aman ShergilbronzeolympicOlympic 2024Peris Olympic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!
বিশ্ব

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 17, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

October 16, 2026
Next Post
সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক

সকলো মহিলাক হৰুৱাই পুৰুষৰ পৰা মহিলা হোৱা ইমানে লাভ কৰিলে সোণ, বিশ্বজুৰি বিতৰ্ক

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

ৰক্ষা নাপালে মহিলা চিকিৎসকো, ন/গ্ম অৱস্থাত উদ্ধাৰ দেহ, মৰণোত্তৰ পৰীক্ষাত শিহৰণকাৰী তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.