• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

2 years ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

12 minutes ago
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

34 minutes ago
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

3 hours ago
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

3 hours ago
বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

বিশ্বৰ আটাইতকৈ ধনী ফুটবল প্ৰশিক্ষক ৰুনীৰ সম্পত্তিৰ পৰিমান কিমান জানেনে?

3 hours ago
কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

কেতিয়া আহিব ‘মুন্নাভাই-৩’? আৰ্শ্বাদ ৱাৰ্ছীয়ে দিলে ইংগিত

4 hours ago
বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

বাক্সাৰ জিলাৰ ২ ভণ্ড শিক্ষকৰ কু-কাণ্ড! অষ্টম শ্ৰেণীৰ ছাত্ৰীক নিৰ্যাতন কৰি ভিডিঅ’ প্ৰস্তুত

4 hours ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

5 hours ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

6 hours ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

7 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

8 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

editor by editor
August 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন
0
SHARES
211
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমুখত আসন নাপালে বিৰোধী দলপতিয়ে, তাকে লৈ এতিয়া কংগ্ৰেছৰ মাজত হাজাৰটা প্ৰশ্ন

স্বাধীনতা দিৱস উপলক্ষে আজি ১৫ আগষ্ট বৃহস্পতিবাৰে লালকিল্লাত একেৰাহে ১১ সংখ্যক বাৰৰ বাবে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্বাধীনতা দিৱস উদযাপনৰ সময়ত ৰাহুল গান্ধীক অলিম্পিকৰ পদক বিজয়ীৰ সৈতে শেষ শাৰীত বহি থকা দেখা গৈছিল। ছচিয়েল মিডিয়াতো এই বিষয়ে বহু চৰ্চিত হৈছে। কংগ্ৰেছেও এই সন্দ্ৰভত প্ৰশ্ন উত্থাপন কৰিছে।

আচলতে অলিম্পিক পদক বিজয়ীসকলক ৰাহুলৰ আগত বহি থকা দেখা যায়। যি লাইনত তেওঁ বহি আছে, তাত হকী দলৰ কিছুমান খেলুৱৈও তেওঁৰ লগত বহি আছে। ৰাহুলৰ পিছফালে আৰু দুটা শাৰী, তাত আন কিছুমান অতিথি বহি আছে।

মন কৰিবলগীয়া কথাটো যে ১০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস উদযাপনৰ সময়ত লালকিল্লাত বিৰোধী দলৰ নেতা উপস্থিত আছিল। এনে পৰিস্থিতিত বিৰোধী দলপতিক পিছফালে বহিবলৈ দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে এই সমগ্র বিষয়ত চৰকাৰৰ পৰাও এটা বিবৃতি প্ৰকাশ পাইছে৷

ৰাহুল গান্ধীক পিছফালে বহিবলৈ দিয়া সন্দৰ্ভত কংগ্ৰেছে অভিযোগ কৰিছে যে অনুষ্ঠানতো ৰাজনীতি কৰা হৈছে। কংগ্ৰেছ ৰাজ্যসভাৰ সাংসদ বিবেক তংকাই কয় যে, “কিয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইমান বেয়া আচৰণ কৰিছে? লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক চতুৰ্থ শাৰীত বহিবলৈ দিয়া হৈছে। বিৰোধী দলৰ নেতাৰ পদ কোনো কেন্দ্ৰীয় মন্ত্ৰীৰ পদতকৈও ডাঙৰ।” লোকসভাত, বিৰোধী দলপতি প্ৰধানমন্ত্ৰীৰ পিছতে আহে, চৰকাৰে কেনেকৈ এটা ৰাষ্ট্ৰীয় অনুষ্ঠানক ৰাজনীতিকৰণ কৰিবলৈ দিব পাৰে?

একে সময়তে ৰাহুল গান্ধীৰ বহা স্থিতি সন্দৰ্ভত চলি থকা প্ৰশ্ন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চৰকাৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে এইবাৰ অলিম্পিক পদক বিজয়ীসকলক সন্মুখৰ শাৰী আবণ্টন দিবলগীয়া হৈছিল, যাৰ বাবে ৰাহুল গান্ধীয়ে পিছৰ শাৰীত বহিবলগীয়া হৈছিল। স্বাধীনতা দিৱসৰ কাৰ্যসূচী আয়োজন কৰা আৰু ইয়াৰ আসনৰ পৰিকল্পনা কৰাটো প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দায়িত্ব। একাংশ কেন্দ্ৰীয় মন্ত্ৰীয়েও এইবাৰ পিছত বহিবলগীয়া হোৱা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, প্ৰট’কল অনুসৰি লোকসভাত বিৰোধী দলৰ নেতাক সদায় আগশাৰীৰ আসন দিয়া হয়। এইবাৰ আগশাৰীত বহি আছিল ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, শিৱৰাজ সিং চৌহান, অমিত শ্বাহ আৰু এছ জয়শংকৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: independence dayIndependence Day 2024indiaOpposition Leaderrahul gandhiRahul Gandhi iFront Seat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিদেৱক সন্তুষ্ট কৰাৰ সহজ উপায়, জিলিকি উঠিব ভাগ্য!

September 5, 2026
৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক
বাণিজ্য

৫০ বছৰ বয়সত ১ কোটি টকা লাগে নেকি? প্ৰতিমাহে SIPত কিমান কৰিব বিনিয়োগ জানক

September 5, 2026
পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত
ভাৰত

পাকিস্তানতকৈও পিছ পৰি আছে ভাৰত

September 5, 2026
মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ
জীৱনশৈলী

মহিলাৰ পিঠি খজুৱাই লাখ লাখ টকা উপাৰ্জন চীনৰ যুৱকৰ

September 5, 2026
Next Post
লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে…, শেষত হাত বা/ন্ধি পেলাই দিলে পথত

লজ্জিত দেশ, ৫ দিন ধৰি বেলজিয়ামৰ মহিলাৰ সৈতে..., শেষত হাত বা/ন্ধি পেলাই দিলে পথত

গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

গাখীৰত কেশৰ মিলাই খোৱাটো ৫ লোকৰ বাবে কোনো ৰামবাণতকৈ কম নহয়, পঢ়ক কি কি সুবিধা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.