• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম

বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম

1 year ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

4 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

5 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

7 hours ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

8 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

9 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

9 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

10 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

1 day ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

1 day ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

1 day ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

1 day ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম

editor by editor
August 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ ৫ ক্ৰিকেটাৰ, যাৰ নাম সদায়ে চৰ্চাৰ কেন্দ্ৰবিন্দু, এজনেটো লাইভ টিভিতেই কৰিছিল লজ্জাজনক কাম

ক্ৰিকেটক ভদ্ৰলোকৰ খেল বুলি কোৱা হয়। কিন্তু ক্ৰিকেটত বহু সময়ত এনে ঘটনা সংঘটিত হয়, যাৰ বাবে এই খেলখন লজ্জাজনক হৈ পৰে। ক্ৰিকেটত বহু বিখ্যাত যৌন কেলেংকাৰী সংঘটিত হৈছে। তাত বিশ্ব ক্ৰিকেটৰ ডাঙৰ ডাঙৰ খেলুৱৈৰ নাম সাঙোৰ খাই আছে।  তেনে খেলুৱৈৰ ভিতৰত ৫ জন খেলুৱৈ বিশেষভাৱে চৰ্চিত-

ক্ৰিছ গেইল
প্ৰতিজন ক্ৰিকেট অনুৰাগীয়ে জানে ক্ৰীছ গেইলৰ বিষয়ে। গেইলৰ ব্যক্তিগত জীৱন অতি বিতৰ্কিত। ২০১৫ চনৰ বিশ্বকাপৰ সময়ত মালিচ থেৰাপিষ্টে গেইলে টাৱেল খুলি নিজৰ ব্যক্তিগত অংগ উন্মোচন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে এই গোচৰত পাছত গেইলে আদালতৰ পৰা ক্লিন চিট পাইছিল। ইয়াৰ উপৰিও তেওঁ বিগ বেছ লীগত লাইভ টিভিত এংকৰৰ সৈতে ফ্লাৰ্ট কৰি বহু বিতৰ্কৰ সৃষ্টি কৰিছিল।

শ্বেন ৱাৰ্ন
অষ্ট্ৰেলিয়াৰ মহান লেগ স্পিনাৰ শ্বেন ৱাৰ্ণৰো নাম যৌন কেলেংকাৰীত উত্থাপন হৈছে। শ্বেন ৱাৰ্নে ব্ৰিটিছ নাৰ্ছ ডনা ৰাইটলৈ ডাৰ্টি টেক্সট প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ২০০৬ চনত কাউন্টি ক্ৰিকেট খেলখনৰ পূৰ্বেও দুগৰাকী মডেলৰ সৈতে তেওঁৰ ফটো ফাদিল হৈছিল।

কেভিন পিটাৰচেন
ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেভিন পিটাৰছেনে তেওঁৰ প্ৰেমিকা ভেনেছা নিমোৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই দুয়োৰে মাজৰ সম্পৰ্ক মাত্ৰ এমাহ ধৰি চলিছিল। পিটাৰছনৰ বিৰুদ্ধে টেক্সট মেছেজৰ জৰিয়তে সম্পৰ্ক বিচ্ছিন্ন কৰাৰ অভিযোগ উত্থাপন কৰিছিল ছানীয়ে। ইয়াৰ বাহিৰেও তেওঁৰ বিৰুদ্ধে যৌন আসক্ত বুলি অভিযোগ উত্থাপন হৈছিল। প্ৰেমিকাই কৈছিল যে পিটাৰছনে তাইৰ ওপৰত শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে হেঁচা প্ৰয়োগ কৰে।

শ্বাহিদ আফ্ৰিদি
পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদীৰ নাম সদায় বিতৰ্কৰ মাজত । হোটেলৰ কোঠাত ছোৱালীৰ সৈতে ধৰা পৰিছিল। এই সময়ছোৱাত তেওঁৰ দলৰ সতীৰ্থও আফ্ৰিদীৰ লগত আছিল। ইয়াৰ পিছত পিচিবিয়ে এই খেলুৱৈসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আইচিচি চেম্পিয়নছ ট্ৰফী ২০০০ত খেলাৰ পৰাও নিষেধাজ্ঞা আৰোপ কৰিছিল।

হেৰ্চেল গিবছ
‘টু দ্য পইণ্ট’ জীৱনীত দক্ষিণ আফ্ৰিকাৰ কিংবদন্তি হাৰ্চেল গিবছে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বহু ডাঙৰ ডাঙৰ কথা প্ৰকাশ কৰিছিল।  সেই কিতাপখনতেই প্ৰকাশ কৰিছিল নিজৰ জীৱনৰ যৌন কেলেংকাৰীৰ কথাও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: controversycricketCricket ControversyCricket PlayerIndian CricketWorld Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
Next Post
দৈনিক ৰাশিফল- কেনে যাব আজি ১৬ আগষ্টৰ দিন, মেষ- কৰ্কট আৰু তুলা ৰাশিৰ লোকে দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

দৈনিক ৰাশিফল- কেনে যাব আজি ১৬ আগষ্টৰ দিন, মেষ- কৰ্কট আৰু তুলা ৰাশিৰ লোকে দ্বীগ্ৰহ যোগৰ দ্বাৰা দুগুণ লাভ কৰিব

বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ

বিনেশ ফোগাতৰ দৰে যাতে নহয়, মাহে মাত্ৰ ১২ চামুচ ভাত খাই খেলো ইণ্ডিয়াত অসম কন্যাই আঁজুৰি আনিলে ব্ৰঞ্জ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.