• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ

লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ

2 years ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

15 minutes ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

42 minutes ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

1 hour ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

2 hours ago
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

3 hours ago
বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

4 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

5 hours ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

6 hours ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

6 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

7 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

8 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ

লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ

editor by editor
August 23, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
লাখ লাখ ইউজাৰলৈ জিঅ’ৰ উপহাৰ! ঘৰত বহিয়েই কেনেকৈ ল’ব VIP ফোন নম্বৰ, জানক সবিশেষ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ পছন্দ হোৱা নাই নেকি? যি নম্বৰ বিচাৰিছে সেই নম্বৰ পাবৰ বাবে চেষ্টা কৰিও পোৱা নাই নেকি? নিজৰ পছন্দৰ নম্বৰ বিচৰাসকলৰ বাবে Jioই আনিছে নতুন সেৱা৷ “Choice Number” অপশ্ব্যন আনিছে জিঅ’ই৷  আপুনি আপোনাৰ পছন্দৰ সংখ্যাৰে মোবাইল নম্বৰটো বাছনি কৰি ল’ব পাৰিব। আপোনাৰ জন্মদিন হওক, লাকী নম্বৰ হওক বা যিকোনো বিশেষ তাৰিখ হওক, আপুনি আপোনাৰ পছন্দমতে ল’ব পাৰে ফোন নম্বৰ। কেনেকৈ বাছনি কৰি ল’ব আপোনাৰ প্ৰিয় মোবাইল নম্বৰ?

“Choice Number” সেৱাই কেনেকৈ কাম কৰে?

Jio ৰ Choice Number সেৱা ব্যৱহাৰ কৰাটো যথেষ্ট সহজ। তাৰবাবে আপোনালোকে এইকেইটা উপায় অৱলম্বন কৰিব পাৰে৷

১. Jio ৱেবছাইটৰ পৰা আবেদন কৰিব পাৰিব

  • প্ৰথমে Jio ৱেবচাইট https://www.jio.com/selfcare/choice-number/ লৈ যাওক।
  • হোমপেজত আপুনি “Choice Number” ৰ বিকল্প দেখিব। তাত ক্লিক কৰক।
  • আপুনি আপোনাৰ বৰ্তমানৰ Jio Postpaid Plusত প্ৰৱেশ কৰিলে আপোনালৈ এটা OTP আহিব৷
  • OTP দিয়াৰ পাছত আপুনি আপোনাৰ পছন্দৰ ৪ৰ পৰা ৬টা সংখ্যা পাব৷
  • আপুনি যি অঞ্চলত বাস কৰে তাত উপলব্ধ নম্বৰৰ তালিকা এখন ওলাব। আপুনি এই নম্বৰবোৰ চাব পাৰে আৰু আপোনাৰ পছন্দৰ নম্বৰটো বাছি ল’ব পাৰে।
  • নিৰ্বাচিত নম্বৰটোৰ বাবে আপুনি ধন দিব লাগিব (বৰ্তমান ₹499)। পেমেণ্ট সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ নতুন জিঅ’ চিম কাৰ্ড আপোনাৰ ঘৰলৈ বিনামূলীয়াকৈ ডেলিভাৰী কৰা হ’ব।

2. MyJio এপ ব্যৱহাৰ কৰক

  • আপোনাৰ স্মাৰ্টফোনত MyJio এপ খুলিব।
  • মেনুলৈ গৈ “সংখ্যা বাছনি” নিৰ্বাচন কৰক।
  • “এতিয়াই বুকিং কৰোঁ আহক”ত ক্লিক কৰক।
  • এতিয়া আপুনি আপোনাৰ পছন্দৰ ৪ৰ পৰা ৫টা অংক, আপোনাৰ পিনকোড আৰু আপোনাৰ নাম দিব লাগিব।
  • “উপলব্ধ নম্বৰ দেখুৱাওক”ত ক্লিক কৰক।
  • এপটোৱে আপোনাক উপলব্ধ নম্বৰৰ তালিকা দেখুৱাব। এইবোৰৰ মাজৰ পৰা আপুনি আপোনাৰ প্ৰিয় নম্বৰ বাছি ল’ব পাৰে।
  • নিৰ্বাচিত নম্বৰৰ বাবে ধন পৰিশোধ কৰক (বৰ্তমান ₹499)। পেমেণ্ট সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ নতুন জিঅ’ চিম কাৰ্ড আপোনাৰ ঘৰলৈ বিনামূলীয়াকৈ ডেলিভাৰী কৰা হ’ব।

কি কথা মনত ৰাখিব?

  • এই সেৱা কেৱল Jio postpaid plus ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ।
  • পিনকোডৰ বাবেহে নম্বৰটো বাছি ল’ব পাৰে।
  • কোনো নিৰ্দিষ্ট নম্বৰৰ নিশ্চয়তা Jio-এ দিয়া নাই। উপলব্ধতাৰ ভিত্তিতহে নম্বৰ লাভ কৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা
জীৱনশৈলী

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

May 1, 2026
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?
জীৱনশৈলী

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

May 1, 2026
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!
জীৱনশৈলী

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

May 1, 2026
সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!
জীৱনশৈলী

সাধাৰণভাৱে নল’ব পিঠিৰ বিষক? ৰূপ ল’ব পাৰে গুৰুতৰ ৰোগৰ!

May 1, 2026
Next Post
মোক অপৰাধী সজোৱা হৈছে… আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?

মোক অপৰাধী সজোৱা হৈছে... আদালতত ভাঙি পৰিছে সঞ্জয় ৰায়, পলিগ্ৰাফ টেষ্ট নিজেও কিয় বিচাৰিছে সঞ্জয় ৰায়ে?

বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

বিলাসী জীৱন, দেশ বিদেশত সম্পত্তি, ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লোৱা শিখৰ ধাৱানৰ নেটৱৰ্থ জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.