• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ

শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ

2 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

12 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

12 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

13 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

14 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

15 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

15 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

16 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

16 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

17 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

18 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

19 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ

editor by editor
August 26, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ
0
SHARES
357
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শিখৰ ধাৱনৰ পাছত এই কেইগৰাকী খেলুৱৈয়েও সন্যাস লোৱাৰ সম্ভাৱনা, ৰাষ্ট্ৰীয় দললৈ উভতাৰ নাই কোনো পথ

ভাৰতীয় ক্ৰিকেট দলৰ ষ্টাৰ ক্ৰিকেটাৰ শিখৰ ধাৱনে ২৪ আগষ্ট তাৰিখ শনিবাৰে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। এটা ভিডিঅ’ পোষ্টৰ জৰিয়তে এই খবৰ প্ৰকাশ কৰিছিল খেলুৱৈগৰাকীয়ে। পাছে শিখৰ ধাৱনৰ অৱসৰৰ পাছত এতিয়া চৰ্চালৈ আহিছে অন্য কেইবাগৰাকী খেলুৱৈৰ নাম। যিয়ে সম্ভৱত কিছু দিনৰ ভিতৰতে অৱসৰৰ কথা ঘোষণা কৰিব পাৰে।

দীৰ্ঘদিন ধৰি দলত সুযোগ লাভ নকৰা এই খেলুৱৈ সকলে ভৱিষ্যতে আৰু দলত স্থান পোৱাৰ কোনো সম্ভাৱনা নাই। বৰ্তমানে দলে নতুন নতুন খেলুৱৈক স্থান দি আছে। তেনে ক্ষেত্ৰত পুৰণি বহু খেলুৱৈয়ে এতিয়া অৱসৰৰ কথা চিন্তা-চৰ্চা কৰিছে। কিয়নো দললৈ উভতা এতিয়া আৰু কঠিন। সেই খেলুৱৈ সকল –

পীয়ুষ চাওলা- ৩৫ বছৰীয়া পিয়ুষ চাওলা ২০১১ চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অংশ আছিল। কিন্তু শেষ বাৰৰ বাবে ২০১২ চনতেই ভাৰতীয় দলৰ হৈ খেলা দেখা গৈছিল পীয়ুষক। অৱশ্যে এতিয়াও আই পি এল খেলি আছে পীয়ুষে। ২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ান দলৰ অংশ আছিল পীয়ুষ।

ঋদ্ধিমান সাহা- ধোনীৰ অৱসৰৰ পাছত ভাৰতীয় দলত উইকেটকীপাৰ হিচাপে বহু সুযোগ লাভ কৰিছিল ঋদ্ধিমানে। কিন্তু পাছলৈ কেৰিয়াৰ গ্ৰাফ তললৈ নামে। ৩৯ বছৰীয়া সাহাই ভাৰতৰ হৈ ৪০ খন টেষ্ট, ৯ খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

ইশান্ত শৰ্মা- বেগী বলাৰ ইশান্ত এটা সময়ত ভাৰতীয় দলৰ গুৰুত্বপূৰ্ণ সদস্য আছিল। কিন্তু বৰ্তমানে খেলুৱৈ হিচাপে কেৰিয়াৰ প্ৰায় শেষ ৩৫ বছৰীয়া ইশান্ত শৰ্মাৰ। ইশান্তে ভাৰতৰ হৈ ১০৫ খন টেষ্ট, ৮০ খন এদিনীয়া, ১৪ খন টি-২০ মেচ খেলিছে। টেষ্টত ৩১১ টা, এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ত ১১৫, টি-২০ ইণ্টাৰনেশ্যনেলত ৮ টা উইকেট দখল কৰিছিল।

উমেশ যাদৱ- বহু মাহ ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি থকা উমেশ সোঁহতীয়া বেগী বলাৰ আছিল। ২০২৩ চনৰ জুন মাহত শেষবাৰৰ দলৰ হৈ খেলা দেখা গৈছিল উমেশ যাদৱক। ৩৬ বছৰীয়া যাদৱে ভাৰতৰ হৈ ৪৭ খন টেষ্ট, ৭৫ খন এদিনীয়া, ৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।

ভুৱনেশ্বৰ কুমাৰ- প্ৰায় দুটা বছৰে ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি আছে ফাষ্ট বলাৰ ভুৱনেশ্বৰ কুমাৰ। ২০২২ চনত শেষবাৰৰ বাবে খেলিছল কুমাৰে। ২০১৩ চনৰ দেশৰ হৈ অভিষেক কৰা ভুৱনেশ্বৰে ২৯৪ টা উইকেট দখল কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerCricketer RetirementIndian Cricket TeamIndian PlayerRetirement
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য

কিয় কৰিছিল সেই ভয়ংকৰ ঘটনা, আৰু কোনোবা জড়িত আছিল নেকি? পলিগ্ৰাফ পৰীক্ষাত ওলাই পৰিল সত্য

ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

ৰাজপথত বহু বাহনৰ ওপৰত আক্ৰমণ আততায়ীৰ, বাহনত অগ্নিসংযোগ, ২৩ নিহত, ৫ আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.