• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, ‘মই ৰাজনীতিত একেবাৰে নতুন’

অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, ‘মই ৰাজনীতিত একেবাৰে নতুন’

2 years ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

48 minutes ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

2 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

3 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

4 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

4 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

5 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

5 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

6 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

6 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

9 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, ‘মই ৰাজনীতিত একেবাৰে নতুন’

editor by editor
August 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, ‘মই ৰাজনীতিত একেবাৰে নতুন’
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত ক্ষমা খুজিলে কংগনা ৰানাৱটে, ‘মই ৰাজনীতিত একেবাৰে নতুন’

অভিনেত্ৰী তথা হিমাচলৰ মাণ্ডী লোকসভা আসনৰ বিজেপি সাংসদ কংগনা ৰানাৱটে কৃষকক লৈ বিতৰ্কিত বক্তব্যৰ বাবে নিজৰ দলৰ ওচৰত ক্ষমা বিচাৰিছে। এক সাক্ষাৎকাৰত কংগনাই কয় যে , যদি মোৰ কাৰণে জানি-বুজি বা অজানিতে দলটোৱে কিবা ক্ষতিৰ সন্মুখীন হয়, তেন্তে মোতকৈ বেছি দুখী কোনেও নহ’ব।

কংগনাই লগতে ইয়াকো কয় যে, বৰ্তমানে বিজেপি পাৰ্টিত মই একেবাৰে নিম্ন লেবেলত আছো। পাৰ্টিৰ নেতৃত্ব বহু ডাঙৰ, যি হয়তো আমি কল্পনাও কৰিব নোৱাৰো। যদি মই কাৰোবাক কোনো ধৰণে আঘাত কৰিছো তেন্তে আমি দুখী।

কংগনা ৰানাৱটে আৰু কয় যে, আমাক যি ধৰণে ভাবুকি দিয়া হৈছে সেয়া এজন অপৰাধীৰ কাম। কৃষক বুলি মই নাভাবো। এই মানুহবোৰে মোক দমন কৰিব বিচাৰে।

উল্লেখ্য যে, শেহতীয়াকৈ বিজেপিৰ সাংসদ কংগনা ৰানাৱটে দিয়া সাক্ষাৎকাৰত কৈছিল যে যদি দেশত শক্তিশালী নেতৃত্ব নাথাকিলহেঁতেন তেন্তে ভাৰতত বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ল হেঁতেন৷ কৃষকৰ প্ৰতিবাদৰ সময়ত মৃতদেহ ওলমি থকাৰ লগতে ধৰ্ষণো সংঘটিত হৈছিল।

এই বক্তব্যৰ পিছতে কংগ্ৰেছ, আপ, আৰজেডি, এছ পি, শিৱ শিৱসেনা (ইউ বি টি) আৰু এন চি পিকে ধৰি আন বিৰোধী দলসমূহে বিজেপিক ঘেৰি ধৰে। ইয়াৰ পিছত বিজেপিয়ে কংগনা ৰানাৱতক ধমক দিয়ে। বিজেপিয়ে কয় যে কৃষক আন্দোলনৰ প্ৰেক্ষাপটত বিজেপিৰ সাংসদ কংগনা ৰানাৱটে যি বক্তব্য দিছে সেয়া দলৰ মতামত নহয়। কংগনা ৰানাৱতৰ এই বক্তব্যত বিজেপিৰ মতানৈক্য প্ৰকাশ। দলৰ হৈ কংগনা ৰানাৱটে দলীয় নীতিৰ বিষয়ত কথা ক’বলৈ অনুমতিও নাই, কৰ্তৃত্বও নাই।

কংগনাই আৰু কয় যে মোক কোনেও ভয় খুৱাব নোৱাৰে, মই এই দেশৰ কণ্ঠ মৰিবলৈ নিদিওঁ, সাংবিধানিক অধিকাৰ বিলুপ্ত হ’বলৈ নিদিওঁ। ইয়াৰ লগতে সাংসদগৰাকীয়ে এই কথাও কৈছিল যে কেৱল মোৰেই নহয়, প্ৰতিজন শিল্পীৰে মত প্ৰকাশৰ স্বাধীনতা থাকিব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpfarmerfarmer protestIndian BJPkangana ranawat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ
জীৱনশৈলী

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

March 18, 2026
Next Post
অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

অলিম্পিকত ৩১ টা স্বৰ্ণ জয় কৰি অনন্য ৰেকৰ্ড, যি আজি পৰ্যন্ত অক্ষত

দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

দুখনকৈ বিয়া পতাৰ পাছতো নিজতকৈ ১৩ বছৰে সৰু অভিনেত্ৰীৰ সৈতে প্ৰেম, আজি পৰ্যন্ত অন্যৰ সৈতে বিয়াত নবহিল অভিনেত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.