• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

2 years ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

51 minutes ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

4 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

13 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ

editor by editor
August 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুজাৰ সময়ত বক্ৰী চলনলৈ আহিব বৃহস্পতি, দুৰ্গাপূজাৰ পৰাই জীৱনত হঠাৎ উন্নতি হ’ব ৫ৰাশিৰ জাতকৰ
0
SHARES
11.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ৯ অক্টোবৰত পালিত হ’ব দুৰ্গাপূজাৰ মহাষষ্ঠী৷ আৰু সেইদিনাই মাৰ্গী দশা ত্যাগ কৰি বক্ৰী হ’ব বৃহস্পতি৷ অৰ্থাৎ চিধাপথ এৰি উল্টা পথেৰে যাত্ৰা কৰিব এই গ্ৰহই৷ ৯ অক্টোবৰৰ পুৱা ১০ বাজি ১মিনিটত বৃষ ৰাশিত বৃহস্পতিৰ বক্ৰী চলন আৰম্ভ হ’ব৷ বৰ্তমান বৃহস্পতি বৃষ ৰাশিত আছে৷ ৫ ফেব্ৰুৱাৰী ২০২৫ পৰ্যন্ত বৃহস্পতিয়ে বৃষ ৰাশিত অৱস্থান কৰিব৷ তাৰপাছতেই বৃষ এৰি কৰ্কট ৰাশিত গোচৰ কৰিব এই গ্ৰহই৷ জ্যোতিষ গণনা অনুসৰি দুৰ্গাপূজাৰ আৰম্ভণিতেই বৃহস্পতি বক্ৰী হোৱাত লাভৱান হ’ব পাঁচ ৰাশিৰ জাতক৷ জানি থওক তালিকাত কোন কোন আছে?

মিথুন ৰাশি

বক্ৰী বৃহস্পতিৰ প্ৰভাৱত পুজাৰ সময় বেছ ভাল হ’ব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত আপুনি নিজৰ লক্ষ্যৰ দিশত আগুৱাই যোৱাত সফল হ’ব৷ পেছাগত জীৱনত নতুন কোনো প্ৰজেষ্টৰ দায়িত্ব পাব পাৰে৷ নতুন চাকৰি পাব পাৰে৷ এই সময় মিথুন ৰাশিৰ জাতকৰ বাবে শুভ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে আপুনি৷ আপোনাৰ মাজত পজিটিভিটিয়ে কাম কৰিব৷

কৰ্কট ৰাশি

বৃহস্পতি বক্ৰী হ’লে তাৰ শুভ ফল লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ সৌভাগ্য তুংগত থাকিব আৰু পেছাগত জীৱনত আপুনি উন্নতিৰ পথত আগুৱাই যাব৷ নতুন উপাৰ্জনৰ পথ মুকলি হ’ব৷ কাৰ্যালয়ত প্ৰমোচন লাভৰো যোগ আছে৷ ব্যৱসায়ত কেইবাগুণ লাভ কৰিব আৰু নিজৰ বেংক বেলেন্স বাঢ়িব৷

কন্যা ৰাশি

চাকৰি হওক বা ব্যৱসায়, অক্টোবৰত কাঙ্খিত সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ বৃহস্পতিৰ বক্ৰী চলন আৰম্ভ হ’লে আপুনি নিজেও পাবলগীয়া ধন লাভ কৰিব৷ নিজৰ কোনো পৰিকল্পনাত আপুনি সফল হ’ব৷ এই সময়ত খৰধৰকৈ সিদ্ধান্ত নল’ব৷ জীৱনত কোনো সমস্যা আহিলে বিশেষজ্ঞসকলৰ সৈতে পৰামৰ্শ লৈ পৰবৰ্তী পদক্ষেপ লওক৷

বৃশ্চিক ৰাশি

বৃহস্পতিৰ উল্টা পথত যাত্ৰাই জাগতিক সুখ সুবিধা বৃদ্ধি কৰিব৷ এই সময়ত আপোনাৰ কেৰিয়াৰত হঠাৎ উন্নতি হ’ব৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷ এই সময়ত আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰো যোগ আছে৷ বুদ্ধিৰে কাম কৰিলে প্ৰশংসা পাব৷ বাকী কথা সকলো কাম শেষ কৰিব৷ সন্তানৰ উন্নতিত মনত সুখ থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে বৃহস্পতিৰ বক্ৰী চলন অত্যন্ত লাভজনক হ’ব৷ এই সময়ত সমাজত আপোনৰ মান সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ কোনো সুখবৰ পাব পাৰে৷ মানুহৰ সৈতে যোগাযোগ বাঢ়িব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ কাৰ্যালয়ত ধনু ৰাশিৰ জাতকে কামত প্ৰশংসা পাব৷ জনপ্ৰিয়তা বৃদ্ধি পাব আপোনাৰ৷ এই সময়ত উপাৰ্জন বাঢ়িব ধনু ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
Next Post
শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

অলিম্পিকৰ বেথা দূৰ কৰি পেৰা অলিম্পিকত ভাৰতে আনিলে সোণ, শ্বুটিঙত ভাৰতলৈ মহিলাই আনিলে পদক

অলিম্পিকৰ বেথা দূৰ কৰি পেৰা অলিম্পিকত ভাৰতে আনিলে সোণ, শ্বুটিঙত ভাৰতলৈ মহিলাই আনিলে পদক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.