• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

2 years ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

13 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

32 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

42 minutes ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

60 minutes ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

6 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 30, 2024
in জীৱনশৈলী
0
শনি ত্ৰয়োদশীত পুষ্য নক্ষত্ৰ, শনিৰ কৃপাত সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩১ আগষ্ট ২০২৪ শনিবাৰে চন্দ্ৰই নিজৰ ৰাশি কৰ্কটত দিনজুৰি বিৰাজ কৰিব৷ ইয়াৰ ফলত কাইলৈ চন্দ্ৰ আৰু শক্তিশালী হ’ব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদ মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৰিয়ান যোগ আৰু শ শ ৰাজযোগৰ শুভ প্ৰভাৱ৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে সিংহ ৰাশিত৷ ইয়াৰ ফলত কাইলৈ থাকিব পুষ্য নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱ কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ সম্ভৱ৷ জানি থওক কাইলৈ কোন কোন ৰাশিৰ জাতক ভাগ্যবান হৈ পৰিব?

মিথুন ৰাশি

আগন্তুক ৩১ আগষ্ট ২০২৪ত পুষ্য নক্ষত্ৰৰ প্ৰভাৱত ভাগ্য খুলিব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি বেছ আনন্দেৰে কটাব পাৰিব৷ হঠাৎ অৰ্থলাভ হ’ব পাৰে৷ সামাজিক কামত অংশ লোৱাৰ ফলত সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব মিথুন ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি যি কামতেই হাত দিয়ে তাতেই সফলতা লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি কাইলৈ উন্নত হ’ব৷

কৰ্কট ৰাশি

শনি ত্ৰয়োদশীৰ শুভ ফল কাইলৈ লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ শনিৰ কৃপাত আপোনাৰ জীৱনৰ সকলো সংকট দূৰ হ’ব৷ পুৰণি কোনো অসুখ থাকিলে এইবাৰ দূৰ হ’ব৷ কাইলৈ বিশেষ সাহস আৰু বুদ্ধিৰ পৰিচয় দিব পাৰিব আপুনি৷ নিজৰ সকলো কাম কাজ সফলভাৱে সম্পূৰ্ণ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ প্ৰয়োজনত সময় বন্ধু আৰু ঘৰৰ লোকসকলক কাষতে পাবে৷

সিংহ ৰাশি

কাইলৈ ৩১ আগষ্ট বৰিয়ান যোগৰ প্ৰভাৱত ভাগ্য খুলিব সিংহ ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ পাৰিবাৰিক জীৱনত আনন্দ থাকিব৷ নিজৰ শত্ৰুক পৰাজিত কৰিব পাৰিব আপুনি৷ কাইলৈ কাৰ্যালয়ৰ ছিনিয়ৰসকলৰ পৰা প্ৰশংসা লাভ কৰিব৷ আইনী যুঁজত কাইলৈ জয়ী হ’ব তুলা ৰাশিৰ জাতক৷ ব্যৱসায়ত লাভ বঢ়াব সম্ভাৱনা আছে৷

তুলা ৰাশি

পুষ্য নক্ষত্ৰৰ প্ৰভাৱত কাইলৈ সৌভাগ্য লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামত সৌভাগ্য পাব তুলা ৰাশিৰ জাতকে৷ প্ৰচুৰ এনাৰ্জিত কাইলৈ টগবগ কৰিব আপুনি৷ ইয়াৰ ফলত নিজৰ সকলো কামতেই সফল হ’ব আপুনি৷ ধৰ্মীয় বিষয়ত কাইলৈ আগ্ৰহ বাঢ়িব৷ তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াশুনাত মনোযোগ বাঢ়িব আৰু ইয়াৰ ফলত পৰীক্ষাতো ভাল ফল লাভ কৰিব৷

কুম্ভ ৰাশি

৩১ আগষ্ট কোনো শুভ অনুষ্ঠানত অংশ ল’ব কুম্ভ ৰাশিৰ জাতকে৷ শ শ ৰাজযোগৰ শুভ ফল কাইলৈ লাভ কৰিব আপুনি৷ কাইলৈ অতিৰিক্ত বেছ কিছু অৰ্থলাভ কৰাৰ যোগ আছে আপোনাৰ সন্মুখত৷ কাইলৈ সমগ্ৰ দিনজুৰি নানান কামত ব্যস্ত আপুনি৷ পুৰণি বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?
জীৱনশৈলী

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

September 21, 2026
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ
জীৱনশৈলী

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

September 21, 2026
Next Post
অলিম্পিকৰ বেথা দূৰ কৰি পেৰা অলিম্পিকত ভাৰতে আনিলে সোণ, শ্বুটিঙত ভাৰতলৈ মহিলাই আনিলে পদক

অলিম্পিকৰ বেথা দূৰ কৰি পেৰা অলিম্পিকত ভাৰতে আনিলে সোণ, শ্বুটিঙত ভাৰতলৈ মহিলাই আনিলে পদক

আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ

আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.