• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ

আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

2 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

3 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

3 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

4 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

5 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

5 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

6 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

7 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

8 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

9 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ

আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ

editor by editor
August 30, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
আজিয়েই কৰক ৰিচাৰ্জ! ১৯৮ টকাত আনলিমিটেড ৫জি ডাটা, কলিং আৰু কেইবাটাও সুবিধা দিছে JIOয়ে, জানক প্লেনৰ সবিশেষ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সকলোৱে আমাৰ প্ৰয়োজন অনুসৰি মোবাইলত প্লেন এক্টিভ কৰো৷ অৱশ্যে কম মূল্যত অধিক সুবিধা থকা ৰিচাৰ্জ প্লেন সকলোৰে প্ৰিয়। যদি আপুনি অধিক ডাটা বেনিফিট থকা প্লেন বিচাৰিছে আৰু বৈধতাৰ দিনৰ সংখ্যাৰ কোনো কথা নাই তেন্তে আপুনি দেশৰ অন্যতম আগশাৰীৰ টেলিকম কোম্পানী ৰিলায়েন্স জিঅ’ৰ প্লেন এই প্লেন ল’ব পাৰে৷ ’জিঅই  ২০০ টকাতকৈ কম মূল্যত আগবঢ়াইছে বিশেষ প্লেন৷ যাৰ সহায়ত ব্যৱহাৰকাৰীয়ে ৫জি আনলিমিটেড ডাটাৰ সুবিধা লাভ কৰিব। Jio ৰ সুলভ মূল্যৰ এই প্লেনৰ বিষয়ে জানক সবিশেষ৷

২০০ টকাতকৈ কম মূল্যৰ ৰিচাৰ্জ প্লেন

১৯৮ টকীয়া প্লেন আগবঢ়াইছে ৰিলায়েন্স জিঅ’ই। এই প্লেনত আপুনি সীমাহীন 5G ডাটাৰ সুবিধা পাব। ইয়াৰ উপৰিও আন কেইবাটাও সুবিধা এই প্লেনত আছে৷ যাৰ জৰিয়তে আপুনি ফোনত কথা পতাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট ব্যৱহাৰ কৰালৈকে সকলো সুবিধাই লাভ কৰিব৷

Jio Rs 198 পৰিকল্পনাৰ সবিশেষ

ৰিলায়েন্স জিঅ’ৰ ১৯৮ টকীয়া প্লেনৰ বৈধতা ১৪ দিনৰ। এই প্লেনত ব্যৱহাৰকাৰীয়ে মুঠ ২৮জিবি ডাটাৰ সুবিধা লাভ কৰে। এই প্লেনৰ জৰিয়তে আপুনি প্ৰতিদিনে ২ জিবি ডাটা লাভ কৰিব। দুসপ্তাহৰ বাবে দিয়া প্লেনত আপুনি আনলিমিটেড কলিং আৰু ১০০ এছএমএছৰ সুবিধা লাভ কৰিব পাৰিব। কিন্তু দীৰ্ঘদিনীয়া বৈধতা থকা প্লেন বিচৰাসকলৰ বাবে এই প্লেন সুবিধাজনক নহয়৷

জিঅ’ৰ শেহতীয়া অ’টিটি বেনিফিটছ প্লেন

জিঅ’ই বিনামূলীয়াকৈ নেটফ্লিক্সৰ সৈতে দুটা ৰিচাৰ্জ প্লেন (ফ্ৰী নেটফ্লিক্সৰ সৈতে ৰিলায়েন্স জিঅ’ প্লেন) আগবঢ়াইছে। এটাৰ দাম ১২৯৯ টকা আৰু আনটোৰ দাম ১৭৯৯ টকা। দুয়োটা ৰিচাৰ্জ প্লেনত বিনামূলীয়া নেটফ্লিক্স ছাবস্ক্ৰিপছন আৰু ৮৪ দিনৰ বৈধতা উপলব্ধ।

৫জি আনলিমিটেড ডাটাৰ উপৰিও ১২৯৯ টকাৰ প্লেনত দৈনিক ২জিবি ডাটা, আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছৰ সুবিধা দিয়া হৈছে। ১৭৯৯ টকাৰ প্লেনত ৫জি আনলিমিটেড ডাটাৰ সুবিধাও উপলব্ধ। এই প্লেনত দৈনিক ৩জিবি ডাটা, আনলিমিটেড কলিং আৰু দৈনিক ১০০ এছএমএছৰ সুবিধা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

July 4, 2026
Next Post
কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

কাৰ্ড, মোবাইল নালাগে, মুখ দেখুৱালেই হৈ যাব পেমেণ্ট, এই প্ৰযুক্তিয়ে কেনেকৈ কাম কৰিব জানক সবিশেষ

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত… চাওক ভাইৰেল ভিডিঅ’

পিতৃ-মাতৃতকৈ অপ/হৰ/ণকাৰীহে আপোন! অপ/হৰ/ণকাৰীক নেৰে শিশুটিয়ে, অৱশেষত... চাওক ভাইৰেল ভিডিঅ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.