• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

2 years ago
৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

19 minutes ago
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

34 minutes ago
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

1 hour ago
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

2 hours ago
পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

পুনৰ গৃহযুদ্ধৰ দিশে বাংলাদেশ! ন’বেল বিজয়ী ইউনুছৰ গৃহত অগ্নিসংযোগ

2 hours ago
৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

৪৮ ঘণ্টীয়া চকা বন্ধ, ৰাজ্যজুৰি স্তব্ধ হ’ব নেকি বাহনৰ চলাচল?

3 hours ago
মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

মানি প্লান্ট শুকাই গৈছে? এয়া কিহৰ ইংগিত জানি লওক

4 hours ago
ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

ৰাজপথত গৰু-ম’হৰ মুকলি বিচৰণ, জে’ল হ’ব মালিকৰ!

4 hours ago
Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

Ananya Panday: হৃদয় ভাঙিল অনন্যাৰ! ৱাকাৰক এৰি কাৰ সংগী হ’বলৈ মেলিছে মন?

4 hours ago
মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কেতিয়াৰ পৰা হ’ব আৰম্ভ?

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কেতিয়াৰ পৰা হ’ব আৰম্ভ?

6 hours ago
ঘৰৰ মূল দুৱাৰৰ সন্মুখত কি কি ৰাখিব লাগে? ভুল কৰিলে বিঘ্নিত হ’ব সুখ-শান্তি!

ঘৰৰ মূল দুৱাৰৰ সন্মুখত কি কি ৰাখিব লাগে? ভুল কৰিলে বিঘ্নিত হ’ব সুখ-শান্তি!

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু বাইকৰ মাজত সংঘৰ্ষত আহত বাইক আৰোহী

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, November 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

editor by editor
September 5, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰি ৪ জোৱানৰ কৰুণ মৃত্যু

এক অতিকে শোকাৱহ খবৰ আহিছে চিকিমৰ পৰা। ৭০০ মিটাৰ দ’ খাৱৈত বাগৰি পৰাৰ ফলত প্ৰাণ হেৰুৱালে ৪ জনকৈ ভাৰতীয় সেনা জোৱানে। পশ্চিম বংগৰ পেডঙৰ পৰা ছিকিমৰ পাকয়ং জিলালৈ গৈ আছিল জোৱান কেইগৰাকী।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি আজি ৫ ছেপ্টেম্বৰ বৃহস্পতিবাৰে ছিকিমৰ ৰেনক ৰংলি ৰাজ্যিক ঘাইপথৰ কাষৰ ডালোপচান্দ দাৰাৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

পশ্চিম বংগৰ পেডংৰ পৰা ছিকিমৰ জুলুকলৈ গৈ থকা অৱস্থাত বৃহস্পতিবাৰে এক পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ চাৰিজন জোৱানৰ মৃত্যু হয়। ভাৰতীয় সেনাৰ বিষয়াসকলে সংবাদ সংস্থাক জনোৱা মতে, নিহতসকলৰ ভিতৰত মধ্যপ্ৰদেশৰ চালক প্ৰদীপ পেটেল, মণিপুৰৰ কাৰিকৰ ডব্লিউ পিটাৰ, হাৰিয়ানাৰ নাইক গুৰচেভ সিং আৰু তামিলনাডুৰ চুবেদাৰ কে থাংগাপাণ্ডী।

চালকসহ নিহত আটাইকেইজন সেনা জোৱান পশ্চিম বংগৰ বিনাগুৰিৰ একেটা ইউনিট এনৰুট মিছন কমাণ্ড ইউনিটৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentarmyInbdian ArmyRoafd AccidentSikkin Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!
জীৱনশৈলী

৪ টা ৰাশিৰ জীৱনলৈ আহিব সুখৰ দিন!

November 19, 2026
সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি
অসম

সকলো বাহনৰ গৰাকীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, পৰিবহণ বিভাগৰ নতুন SOP জাৰি

November 19, 2026
কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ
নিয়োগ

কৰ্মচাৰী-শ্ৰমিকলৈ EPFOৰ বৃহৎ উপহাৰ

November 19, 2026
চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও
ভাৰত

চিলিণ্ডাৰ বিস্ফোৰণত কঁপিল এখন গাঁও

November 19, 2026
Next Post
২৩-২৪ বৰ্ষৰ সৰ্বাধিক কৰ দিওতা কোন, শীৰ্ষ ১০ তালিকাত কাৰ কাৰ নাম…

২৩-২৪ বৰ্ষৰ সৰ্বাধিক কৰ দিওতা কোন, শীৰ্ষ ১০ তালিকাত কাৰ কাৰ নাম...

আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা

আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.