মাজনিশা লকআপৰ পৰা ভাহি আহে উচুপনি। এটুকুৰা ইলিছ নাপাই সঞ্জীতে কান্দিছে হুকহুকাই। দিবন, পি কেৰো দুখৰ ৰাতি নুপুৱায়।