• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

2 years ago
প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

23 minutes ago
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

39 minutes ago
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

56 minutes ago
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

1 hour ago
স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

স্বামীৰ অতিমাত্ৰা মৰম নে অন্য কিবা? সাৱধান হওক পত্নী!

2 hours ago
ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

ৰাতিপুৱা বাৰে বাৰে মুখৰ সোৱাদ পৰিৱৰ্তন, ইংগিত দিছে নেকি কোনো ৰোগৰ?

3 hours ago
কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

কিমান পৰিমাণ সম্পত্তিৰ গৰাকী যশস্বী কণ্ঠশিল্পী আশা ভোছলে?

4 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

5 hours ago
কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

কেতিয়াও উভতি নহাৰ বাটেৰে গ’লগৈ যশস্বী গায়িকা আশা ভোছলে, অনুৰাগীৰ মাজত শোকৰ ছাঁ

7 hours ago
8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

8th Pay commission ৰ অধীনত কিমান বাঢ়িব মৌলিক দৰমহা? জানক এই হিচাব

7 hours ago
পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

পৰিয়ালত হ’ব সংঘাত, ঘৰৰ ওচৰত কেতিয়াও নাৰাখিব এই কেইজোপা গছ!

8 hours ago
নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

নিয়মিত ব্ৰাছ কৰিলেও মুখৰ দুৰ্গন্ধ নাযায়, শৰীৰত কি ৰোগে বাঁহ বন্ধাৰ লক্ষণ এয়া?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, April 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

editor by editor
September 11, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ
0
SHARES
191
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰৰ ডাঙৰ ঘোষণা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৭০ বছৰৰ ওপৰৰ নাগৰিকে পাব বীমা কভাৰ

বুধবাৰে জ্যেষ্ঠ নাগৰিকৰ বাবে এক বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। মোদী চৰকাৰৰ ফালৰ পৰা জনোৱা মতে, এতিয়া জ্যেষ্ঠ নাগৰিকক ‘আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ৰ অধীনত বীমা কভাৰ দিয়া হ’ব। এই আঁচনিৰ অধীনত প্ৰায় ৪.৫ কোটি পৰিয়াল সামৰি লোৱা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সদৰি কৰে এই কথা। যাৰ ভিতৰত আছে ছয় কোটি জ্যেষ্ঠ নাগৰিক। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয়ুষ্মান ভাৰতে ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকক নতুন কাৰ্ড প্ৰদান কৰিব। এই আঁচনিৰ অধীনত ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ আৰু ইতিমধ্যে আঁচনিৰ অধীনত সামৰি লোৱা পৰিয়ালৰ অন্তৰ্গত জ্যেষ্ঠ নাগৰিকে বছৰি পাঁচ লাখ টকা পৰ্যন্ত অতিৰিক্ত বীমা কভাৰ লাভ কৰিব।

https://x.com/MIB_India/status/1833875175366139987

আয়ুষ্মান ভাৰত বিশ্বৰ সৰ্ববৃহৎ বীমা আঁচনি। ইয়াৰ অধীনত বৰ্তমানে আটাইতকৈ দৰিদ্ৰ ৪০ শতাংশ লোকক বছৰি ৫ লাখ টকা পৰ্যন্ত কভাৰ প্ৰদান কৰা হয়। এতিয়া এই আঁচনিৰ জৰিয়তে কেৱল ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ নাগৰিকক সামৰি লোৱাই নহয়, বৰঞ্চ দৰিদ্ৰ ৰোগীৰ কভাৰেজ ১০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী বৈষ্ণৱে কয় যে ৫ লাখ টকাৰ বীমা কভাৰেজ একেটা পৰিয়ালৰ জ্যেষ্ঠ নাগৰিকৰ মাজত ভাগ কৰা হ’ব। এটা পৰিয়ালত যদি দুজন জ্যেষ্ঠ নাগৰিক থাকে তেন্তে ৫ লাখ টকাৰ কভাৰেজ দুয়োৰে মাজত ভাগ কৰা হ’ব।

লগতে ইয়াকো কয় যে, যিসকলক ইতিমধ্যে চিজিএইচএছ, ইচিআইচিৰ দৰে চৰকাৰী আঁচনিৰ অধীনত সামৰি লোৱা হৈছে তেওঁলোকে বৰ্তমানৰ আঁচনিখন আগবঢ়াই নিব পাৰে নাইবা আয়ুষ্মান ভাৰত আঁচনিলৈ সলনি কৰিব পাৰে। এই আঁচনিখন শীঘ্ৰে কাৰ্যকৰী হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AyushmanAyushman Bharat CardAyushman Cardlic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ
জীৱনশৈলী

প্ৰাকৃতিক উপাদানেৰে উজ্জ্বল কৰক ছাল, জানি লওক সহজ টিপছ

April 12, 2026
কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ
জীৱনশৈলী

কিয় হনুমানৰ নাম ল’লে আঁতৰে অপশক্তি? আঁৰত আছে গভীৰ কাৰণ

April 12, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!
জীৱনশৈলী

Vaginal Wash ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, বিপদত পৰিব পাৰে আপুনি!

April 12, 2026
Next Post
তেওঁলোকৰ খেল শেষ, নিশাই আত্মসমৰ্পন চুমি-তাৰ্কিকৰ, সামাজিক মাধ্যমত স্পষ্টকৈ কি লিখিলে ডিজিপিয়ে?

তেওঁলোকৰ খেল শেষ, নিশাই আত্মসমৰ্পন চুমি-তাৰ্কিকৰ, সামাজিক মাধ্যমত স্পষ্টকৈ কি লিখিলে ডিজিপিয়ে?

আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ

আপোনাৰ হাতৰ তলুৱাত X চিহ্ন আছে? থাকিলে কি হয়, জানক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.