• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

2 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

8 minutes ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

30 minutes ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

47 minutes ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

1 hour ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

1 hour ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

2 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

3 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

4 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

5 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

6 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

6 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

editor by editor
September 15, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত
0
SHARES
559
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাস্পতালৰ এটা ভুলৰ বাবেই প্ৰাণ গৈছিল অমৰেশ পুৰীৰ, পূৰ্বেই জানিছিল অন্তিম সময় সমাগত

ভাৰতীয় চিনেমাৰ এগৰাকী এনে অভিনেতা যাৰ বিষয়ে আজিও ক’লে পোনেই মনলৈ আহে শক্তিশালী কণ্ঠ আৰু সুদক্ষ অভিনয়। লগতে আহে মোগেম্বো খুচ হোৱা ডায়েলগ। হয়, সেই অভিনেতাগৰাকীৰেই কথা কোৱা হৈছে। যাৰ প্ৰতিটো চৰিত্ৰই আজিৰ তাৰিখতো বিশেষ। অমৰেশ পুৰী।

হিন্দী চিনেমাৰ শ্ৰেষ্ঠ আৰু ভয়ংকৰ খলনায়কৰ কথা যেতিয়াই হয়, তেতিয়াই প্ৰথমে মনলৈ আহে প্ৰবীণ তথা প্ৰয়াত অভিনেতা অমৰেশ পুৰীৰ নাম। বলীউডৰ ইতিহাসত অমৰেশ পুৰীৰ দৰে আন কোনো খলনায়ক নাই।

অমৰেশ পুৰীয়ে নিজৰ উপস্থিতিৰে নায়ককো দুৰ্বল কৰি চুলিছিল চিনেমাত। অমৃশ পুৰী চাহাবে নিজৰ ওখ শৰীৰ, শক্তিশালী কণ্ঠ আৰু আচৰিত অভিনয়েৰে সকলোৰে হৃদয় জয় কৰিছিল।

সদ্যহতে অমৰেশ পুৰীৰ পুত্ৰ ৰাজীৱ পুৰীয়ে দিয়া সাক্ষাৎকাৰত পিতৃৰ শেষ দিনৰ কাহিনী বৰ্ণনা কৰিছে। ফিল্মফেয়াৰক দিয়া এক সাক্ষাৎকাৰত ৰাজীৱ পুৰীয়ে পিতৃ অমৰেশ পুৰীৰ বিষয়ে কয় যে, ‘২০০৩ চনত হিমাচল প্ৰদেশত গুদ্দু ধনোয়াৰ ছবি ‘জাল: দ্য ট্ৰেপ’ৰ শ্বুটিং চলি আছিল। অমৰেশ পুৰীৰ দুৰ্ঘটনা তাতেই সংঘটিত হয়।

সেই শ্বুটিঙতেই অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল পুৰী চাহাব। মুখমণ্ডল আৰু চকুৰ আঘাতৰ লগতে বহু ৰক্ত ক্ষৰণো হৈছিল। লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাতেই চিকিৎসকে তেওঁক তেজৰ প্ৰয়োজন বুলি কয়।
তেজ দিয়াও হৈছিল যদিও সেই সময়ছোৱাত হাস্পতালৰ কিবা এটা ভুল হৈছিল যাৰ কাৰণে পাছলৈ অমৰেশ পুৰীৰ তেজৰ লগত জড়িত ৰোগ মাইলোডিছপ্লাষ্টিক চিনড্ৰম হৈছিল।

এই ঘটনাৰ পিছতেই অমৰেশ পুৰীয়ে নিজেই উপলব্ধি কৰিছিল মৃত্যু সমাগত। লাহে লাহে ৰক্তহীনতা হ’বলৈ ধৰিছিল অভিনেতাগৰাকীৰ। কিন্তু তেওঁৰ ইচ্ছাশক্তি দৃঢ় আছিল

অসুস্থতাৰ সময়তো অমৰেশ পুৰীয়ে বহু ছবিৰ শ্বুটিং কৰিছিল। ‘কাচ্চি চড়ক’, ‘মুঝছে ছাদি কৰোগী’, ‘হলচল’ আৰু ‘এটৰাজ’ৰ দৰে ছবি কৰিছিল। পুত্ৰ ৰাজীৱৰ মতে, অসুস্থতাৰ মাজতো ২০০৪ চনৰ ভিতৰত সকলো ছবিৰ কাম সম্পূৰ্ণ কৰিছিল। পিছত অমৰেশ পুৰীৰ মগজুৰ ৰক্তক্ষৰণ হয় আৰু ২০০৫ চনত তেখেতৰ মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: actorAmresh Puribollywood actorIndian Actor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

September 6, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 6, 2026
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক
জীৱনশৈলী

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

September 6, 2026
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
Next Post
মুখৰ ভিতৰত হৈছে নেকি এনে ধৰণৰ ঘাঁ, মিনিটতে এই পদ্ধতিৰে ঠিক হ’ব সকলো

মুখৰ ভিতৰত হৈছে নেকি এনে ধৰণৰ ঘাঁ, মিনিটতে এই পদ্ধতিৰে ঠিক হ'ব সকলো

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.