• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত

GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত

2 years ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

5 minutes ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

38 minutes ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

1 hour ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

2 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

16 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

17 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

17 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

18 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

19 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

19 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

20 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত

editor by editor
September 25, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

GMCHত জন্মৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল নৱজাতকৰ হাত

কাৰ গাফিলতিৰ বাবে হ’ল এনে, এটি নৱজাতকৰ প্ৰসৱৰ সময়তে তিনি টুকুৰা হৈ ভাঙিল হাত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এই নাভূত-নাশ্ৰুত কাণ্ড। যি ঘটনাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি।

চিকিৎসকৰ গাফিলতিৰ বাবে হাত ভাঙিল সদ্যজাত শিশুৰ। এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে নৱজাত শিশুটিৰ পিতৃ মংগল পাঠকে। তাকো অতিকে কোমল হাত খন এঠাইত নহয়, তিনি ঠাইত হাড় ভঙা।

বিগত ২২ ছেপ্টেম্বৰ দেওবাৰে মংগল পাঠকৰ পত্নীক সন্তান প্ৰসৱৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভৰ্তিৰ সময়ত হাস্পতাল কৰ্তৃপক্ষৰ ফালৰ পৰা পিতৃ-মাতৃক কোৱা হৈছিল নৰ্মেল প্ৰক্ৰিয়াৰেই জন্ম হ’ব শিশুটি। কিন্তু চিকিৎসকে হঠাৎ সলনি কৰে সিদ্ধান্ত। পাছত নৰ্মেল প্ৰক্ৰিয়াৰ সলনি শিশুটিক চিজাৰিয়ান প্ৰক্ৰিয়াৰে জন্ম দিয়াৰ কথা সদৰি কৰে।

কিন্তু পাছত যেতিয়া শিশুটিক পিতৃৰ হাতত গতাই , তেতিয়া শিশুটিৰ হাত এখন ভাঙি যোৱা বুলি পোহৰলৈ আহে। X-RAY কৰাত ৰিপ’ৰ্টৰ পিছতে পোহৰলৈ আহে নৱজাতকটিৰ হাত ভঙাৰ তথ্য, তাকো এখন হাত তিনি ঠাইত ভঙাৰ তথ্য। লকগে লগে হাহাকাৰ লাগি যায় হাস্পতালত।

চিকিৎসকৰ অসাৱধানতাৰ বাবে এনে কাণ্ড হোৱাৰ অভিযোগ পিতৃৰ। এই কথা পিতৃয়ে গম পোৱাৰ পিছতেই হাহাকাৰময় পৰিস্থিতি। বৰ্তমান শিশুটিক আইচিইউ কক্ষত ৰখোৱা হৈছে। বৰ্তমানলৈ পিতৃ-মাতৃ কাৰোকে চাবলৈ দিয়া হোৱা নাই শিশুটিক।

এই ঘটনা সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষৰ পৰা জানিবলৈ দিয়া অনুসৰি প্ৰসূতি মাতৃগৰাকীৰ কোনো সমস্যা আছিল, যাৰ বাবেই হঠাতে নৰ্মেলৰ সলনি অস্ত্ৰোপচাৰৰ জৰিয়তে সন্তান জন্ম দিয়াই। লগতে নৱজাতকৰ সেই ঘটনা পেথ’লজিকেল ফ্ৰেকচাৰ, তাত কোনো চিন্তাৰ কাৰণ নাই। ই ভাল হৈ যাব বুলি সদৰি কৰাৰ লগতে শিশুটি বৰ্তমানে সম্পূৰ্ণ সুস্থ বুলিও সদৰি কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamgmchGMCH HospitalGMCH Hospital Caseguwahati
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ
ৰাজনীতি

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

September 23, 2026
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ
অসম

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
Next Post
জাপানক পিছ পেলাই তৃতীয় মহাশক্তিৰ দেশ ভাৰত, শীৰ্ষ দুই স্থানত কোন

জাপানক পিছ পেলাই তৃতীয় মহাশক্তিৰ দেশ ভাৰত, শীৰ্ষ দুই স্থানত কোন

দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন

দীপাৱলীৰ পাছতে কৃত্ৰিম বৰষুণৰ বাবে প্ৰস্তুতি মুখ্যমন্ত্ৰীৰ, চলাব লাগিব যুগ্ন-অযুগ্ন নিয়মৰ বাহন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.