• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

2 years ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

13 minutes ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

13 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

14 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

15 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

15 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

16 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

17 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

19 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

19 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

20 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

20 hours ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য

editor by editor
September 28, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
মন গ’লেই কিশোৰ-কিশোৰীয়ে খুলিব নোৱাৰিব ইনষ্টাগ্ৰাম একাউণ্ট, একাউণ্ট খুলিবলৈ লাগিব এইকেইটা তথ্য
0
SHARES
499
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিশোৰৰ বাবে নতুনকৈ ইনষ্টাগ্ৰাম আই ডি খোলাত কেইবাটাও বাধ্যবাধকতা জাৰি কৰা হৈছে৷ শিশুৰ ওপৰত ইনষ্টাৰ কুপ্ৰভাৱ সংক্ৰান্তীয় আইনী সমস্যা প্ৰৱল হৈ উঠাৰ বাবেই এই নিয়ন্ত্ৰণ অনা হৈছে৷ পূৰ্বৰ দৰে ন্যুড বা ১৮ প্লাছ কোনো কনটেণ্ট কম বয়সীয়া কিশোৰ কিশোৰীৰ ফিডত যাতে আহিব নোৱাৰে তাৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে সংস্থাটোৱে৷ কিশোৰ কিশোৰীসকলৰ একাউণ্টত নিশা ১০ বজাৰ পৰা পুৱা ৭বজালৈকে নটিফিকেশ্ব্যন অহাও বন্ধ কৰা গৈছে৷ ইয়াৰোপৰি প্ৰতিটো টিন একাউণ্টেই প্ৰাইভেট একাউণ্ট হ’ব৷ প্ৰফাইল মালিকৰ অনুমতি অবিহনে কোনোৱে ফ’ল কৰিব নোৱাৰিব৷

টিন ইনফ্লোয়েন্সাৰৰ পাবলিক একাউণ্টসমূহৰ কি হ’ব? ১৬ বছৰ বা তাতকৈ বেছি বয়সীয়াইহে অপশ্ব্যন পাব প্ৰফাইল পাবলিক কৰাৰ১৬ বছৰৰ তলৰ বা কম বয়সীয়াৰ বাবে আছে পেৰেণ্টেল ছুপাৰভিছন৷ অভিভাৱকে বিচাৰিলে এই সকলো নিয়মৰ পৰা মুক্তি দিব পাৰিব৷ ভুৱা বয়স লিখিলেও কিন্তু এতিয়াৰে পৰা ৰেহাই নাপাব৷

ইনষ্টাই একাউণ্ট খুলোতেই এতিয়াৰে পৰা বিচাৰিব ছেলফি, এই ছেলফিৰ পৰাই বয়সৰ অনুমান বুজা যায়৷ ভাৰতত এই নিয়ম বৰ্তমানলৈকে লাঘু হোৱা নাই যদিও জানুৱাৰীৰ পৰা এই নিয়ম লাঘু হোৱাৰ সম্ভাৱনা আছে৷ কেৱল ইনষ্টাগ্ৰামেই নহয়, ছচিয়েল মিডিয়াত কমবয়সীয়া বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ আসক্তি বৃদ্ধি পোৱাৰ বাবেই এই পদক্ষেপ লৈছে বিশ্বই৷ আমেৰিকাৰ বিভিন্ন প্ৰদেশত এই নিয়ম ইতিমধ্যেই পাছ হৈছে৷

সেই আইনত বিভিন্ন সামাজিক মাধ্যম সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে যে শিশুসকলৰ সামাজিক মাধ্যমৰ ফিডত যাতে কোনো আপত্তিকৰ কনটেন্স নাহে তাৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে৷ এডাল্ট ধৰণৰ কনটেন্টৰ ওপৰত কাঢ়া নিষেধাজ্ঞাৰ বিষয়টোও আছে৷ ইয়াৰবাবে সংস্থাসমূহক এলগৰিথিমৰ প্ৰয়োজনীয় পৰিবৰ্তন অনাৰ পৰামৰ্শ দিয়া হৈছে মাৰ্কিন মুলুকত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান
বিনোদন

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

June 24, 2026
Next Post
কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.