• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২ মাহ পূৰ্বেই হৈ গৈছিল সকলো পৰিকল্পনা, মুম্বাইতে থাকি নিৰিক্ষণ কৰিছিল সকলো

২ মাহ পূৰ্বেই হৈ গৈছিল সকলো পৰিকল্পনা, মুম্বাইতে থাকি নিৰিক্ষণ কৰিছিল সকলো

2 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

8 minutes ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

41 minutes ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

1 hour ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

2 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

2 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

3 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

4 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

5 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

5 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

6 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

7 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২ মাহ পূৰ্বেই হৈ গৈছিল সকলো পৰিকল্পনা, মুম্বাইতে থাকি নিৰিক্ষণ কৰিছিল সকলো

editor by editor
October 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
২ মাহ পূৰ্বেই হৈ গৈছিল সকলো পৰিকল্পনা, মুম্বাইতে থাকি নিৰিক্ষণ কৰিছিল সকলো
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২ মাহ পূৰ্বেই হৈ গৈছিল সকলো পৰিকল্পনা, মুম্বাইতে থাকি নিৰিক্ষণ কৰিছিল সকলো

বাবা ছিদ্দিকী হত্যাকাণ্ড সন্দৰ্ভত বহু চাঞ্চল্যকৰ প্ৰকাশ পাইছে। জানিব পৰা মতে, এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক হত্যাৰ বাবে দুমাহ পূৰ্বে গুলীচালনাকাৰীয়ে প্ৰস্তুতি চলাইছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি গুলীচালনাকাৰীয়ে বাবা ছিদ্দিকী আৰু তেওঁৰ পৰিয়ালৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰি ৰাখিছিল।

সূত্ৰ অনুসৰি, আৰক্ষীৰ জেৰাৰ সময়ত এই আক্ৰমণকাৰীয়ে জনোৱা মতে, বাবা ছিদ্দিকিৰ কাৰ্যালয়, তেওঁৰ পুত্ৰ জীছান ছিদ্দিকীৰ কাৰ্যালয়ত অহৰহ নজৰ ৰখাৰ লগতে বাবা ছিদ্দিকীৰ নিৰাপত্তাৰ বাবে কিমানজন আৰক্ষী নিয়োগ কৰা হৈছে আৰু কিমানজন লোকৰ সৈতে থাকে সেই বিষয়েও খবৰ ৰাখিছিল তেওঁলোকে।

এই গুলীচালনাকাৰীসকলে বহু দিন পূৰ্বৰে পৰা মুম্বাইত বাস কৰি এই সম্পূৰ্ণ হত্যাকাণ্ডৰ পৰিকল্পনা কৰি আছিল বুলি তথ্য লাভ আৰক্ষীৰ তদন্তত । ইয়াত এই গুলীচালনাকাৰীসকলক কোনে সহায় কৰিছিল সেই বিষয়েও মুম্বাই ক্ৰাইম ব্ৰাঞ্চে বিচাৰি উলিয়াইছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, লক্ষ্যৰ পৰিচয় প্ৰকাশ নকৰাকৈয়ে গোচৰৰ মাষ্টাৰমাইণ্ডে গুলীচালনাৰ বাবে হত্যাকাৰীক ধন দিয়া বুলি সন্দেহ কৰি গোচৰটোৰ ‘চুক্তিবদ্ধ’ এংগেলৰ ওপৰতো তদন্ত অব্যাহত ৰাখিছে।

বাবা ছিদ্দিকী কংগ্ৰেছৰ এজন পুৰণি নেতা আছিল। কিন্তু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেওঁ কংগ্ৰেছৰ সৈতে থকা চাৰি দশক পুৰণি সম্পৰ্ক ভাঙি অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিত যোগদান কৰিছিল। লাভ কৰা তথ্য অনুসৰি মাত্ৰ ১৫ দিন পূৰ্বে তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছিল, তাৰ পিছত তেওঁক ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তা দিয়া হৈছিল। কিন্তু এই নিৰাপত্তাৰ ব্যৱস্থাই তেওঁৰ জীৱন ৰক্ষাৰ বাবে অপৰ্যাপ্ত বুলি প্ৰমাণিত হয়।

শনিবাৰে নিশা বাবা ছিদ্দিকী ৯:১৫ বজাত বাণ্ড্ৰা ইষ্টৰ নিৰ্মল নগৰৰ কলগেট খেলপথাৰৰ সমীপৰ বিধায়ক পুত্ৰ জীশন ছিদ্দিকিৰ কাৰ্যালয়ৰ পৰা ওলাই আহিছিল, তেতিয়াই ৩জন আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। এই আক্ৰমণকাৰীসকলে একেলগে ৬টা গুলী চলায়, ইয়াৰে ২টা গুলী ছিদ্দিকিৰ বুকুত আঘাত কৰে, যাৰ বাবে তেওঁৰ মৃত্যু হয়।

গুলীচালনাৰ পিছত তিনিওজন আক্ৰমণকাৰী সেই স্থানৰ পৰা পলায়ন কৰে যদিও তাত অলপ দূৰৈত নিয়োজিত আৰক্ষীয়ে দুজনক কৰায়ত্ত কৰে, আনহাতে তৃতীয় আক্ৰমণকাৰীয়ে তাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ সূত্ৰই জনোৱা মতে, গুলীচালনাৰ এজন গুলীচালনাকাৰী হাৰিয়ানাৰ কাইথালৰ বাসিন্দা গুৰমাইল বলজিৎ সিং বুলি চিনাক্ত হোৱাৰ বিপৰীতে আনজন গুলীচালনাকাৰী হৈছে ইউ পিৰ বাসিন্দা ধৰ্মৰাজ কাশ্যপ। জেৰাৰ সময়ত দুয়োজনে দাবী কৰে যে তেওঁলোক লৰেন্স বিষ্ণয় গেঙৰ সৈতে জড়িত। অৱশ্যে তেওঁৰ এই দাবীৰ তদন্তত ব্যস্ত আৰক্ষী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Baba SiddiqueMumbai CaseMumbai Murder Casemurder case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
Next Post
কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো

কাণৰ সংক্ৰমণ হৈছে নেকি, ঘৰুৱা চিকিৎসাৰে মিনিটৰ ভিতৰতে থিক কৰক সকলো

অহাবৰ্ষত ছেপ্টেম্বৰতেই ধৰালৈ আহিব দেৱী দুৰ্গা, জানক ২০২৫ৰ দুৰ্গা পূজাৰ তাৰিখ

অহাবৰ্ষত ছেপ্টেম্বৰতেই ধৰালৈ আহিব দেৱী দুৰ্গা, জানক ২০২৫ৰ দুৰ্গা পূজাৰ তাৰিখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.