• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

2 years ago
আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

1 minute ago
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

47 minutes ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

2 hours ago
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

অহা সপ্তাহত ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, ভাংগাই দিলে ভৱিষ্যদ্বাণী!

4 hours ago
অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

অফিচত সকলোৱে কৰিব ভয়, মাত্ৰ মানি চলক চাণক্যৰ এই নীতি!

4 hours ago
ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

ফোন চাৰ্জ কৰাৰ এই সাধাৰণ ভুলে কমাব পাৰে বেটেৰীৰ আয়ুস! বিশেষজ্ঞৰ সতৰ্কবাণী

7 hours ago
গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

গোবিন্দাৰ পৰকীয়া প্ৰেমৰ বিষয়ে মুখ খুলিছে পত্নীয়ে, কি ক’লে পত্নী সুনীতাই

7 hours ago
বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

9 hours ago
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

9 hours ago
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

editor by editor
October 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !
0
SHARES
716
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ এবাৰ ভাঙিল বিশ্বকাপ জয়ৰ সপোন, পাকিস্তানৰ পৰাজয়ৰ লগে লগে বাহিৰ ভাৰতীয় দল, কিদৰে !

২০২৪ ৰ মহিলা বিশ্বকাপৰ খেল বৰ্তমানে ডুবাইত চলি আছে। মুঠ ১০ দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতা খনৰ পৰা বাহিৰ ৫ টা দল। এই ৫ টা দলৰ ভিতৰত আছে ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰো নাম। পাকিস্তানৰ পৰাজয়ৰ লগে লগে আকৌ এবাৰ সপোন ভাঙি যায় ভাৰতীয় দলটোৰ।

পাকিস্তানৰ খেলখনৰ ওপৰতে শেষ ভৰসা আছিল ভাৰতীয় দলটোৰ, পাছে পাকিস্তানৰ পৰাজয়ৰ লগে লগে ভাৰতীয় দলটোৰ আশা-সপোন সকলো চুৰমাৰ হৈ পৰে। গ্ৰপ পৰ্যায়ৰে পৰাই বাহিৰ হয় দলটো। পাকিস্তানৰ বিৰুদ্ধে নিউজিলেণ্ড দল জয়ী হোৱাত ভাৰত পিছ পৰি যায়। পূৰ্বে ভাৰত-নিউজিলেণ্ডে সমান সমান পইণ্টত আছিল।

২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপত ১০ টা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছিল। গ্ৰুপ এত অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাৰ দল। আনহাতে গ্ৰুপ বিত ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ৱেষ্ট ইণ্ডিজ, বাংলাদেশ আৰু স্কটলেণ্ড। ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব ছেমি ফাইনেল মেচ।

এই পৰ্যন্ত ২০২৪ চনৰ মহিলা টি-২০ বিশ্বকাপৰ পৰা ভাৰত, পাকিস্তান, শ্ৰীলংকা, বাংলাদেশ আৰু স্কটলেণ্ডৰ দল বাহিৰ হৈছে। এই প্ৰতিযোগিতাত এছিয়াৰ চাৰিখন দেশ আছিল আৰু এতিয়া আটাইকেইখনেই ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ। ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেল। অহা ২০ অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব ফাইনেল।

ইতিমধ্যে দুয়োটা গ্ৰুপৰ পৰা দুটাকৈ দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। গ্ৰুপ এৰ পৰা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। গ্ৰুপ বিৰ কথা ক’বলৈ গ’লে ইয়াত ছেমি ফাইনেলৰ দৌৰ অতি ৰোমাঞ্চকৰ। এতিয়ালৈকে এই গ্ৰুপৰ কোনো দলেই ছেমি ফাইনেলৰ টিকট নিশ্চিত কৰিব পৰা নাই। ইংলেণ্ড দলটোৱে তিনিখন খেল খেলি আটাইকেইখন খেলতে জয়লাভ কৰিছে। আনহাতে দক্ষিণ আফ্ৰিকাই চাৰিখন মেচ খেলিছে, ইয়াৰে তিনিখন খেলত জয়লাভ কৰিছে। তিনি নম্বৰ স্থানত থকা ৱেষ্ট ইণ্ডিজে তিনিখন মেচ খেলি দুখন মেচত জয়লাভ কৰিছে। এতিয়া ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ খেলখনেই ছেমি ফাইনেলৰ শেষৰ দুটা দলৰ সিদ্ধান্ত ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketGroup LevelIndian Cricket Teamindian teamSemi FinalWomen World Cupworld cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে
বিশ্ব

আয়াতুল্লা আলী খামেনেইৰ জানাজাত হুকহুকাই কান্দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

July 3, 2026
হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!
জীৱনশৈলী

হৰিদ্বাৰলৈ গৈছেনে? এই স্থানত পূৰণ হ’ব সকলো মনোকামনা!

July 3, 2026
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

ৰে’লৱেত ওলাইছে চাকৰি, ৪০৯৮ পদৰ বাবে কৰক আবেদন

July 3, 2026
কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

কেৱল মৰম নহয়, পত্নীক লাগে এইবোৰ বস্তু! জানি হ’ব আচৰিত

July 3, 2026
Next Post
উপ নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ মুঠ ৫ টা সমষ্টিত হব নিৰ্বাচন, জানক তাৰিখ

উপ নিৰ্বাচনৰ দিন ঘোষণা, অসমৰ মুঠ ৫ টা সমষ্টিত হব নিৰ্বাচন, জানক তাৰিখ

কাইলৈ লক্ষ্মী পূজা, মা লক্ষীৰ প্ৰিয় ৰাশিৰ লাভেই লাভ, কোনো দিনে নহয় ধনৰ অভাৱ

কাইলৈ লক্ষ্মী পূজা, মা লক্ষীৰ প্ৰিয় ৰাশিৰ লাভেই লাভ, কোনো দিনে নহয় ধনৰ অভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.