• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট

আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট

1 year ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

7 minutes ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

35 minutes ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

1 hour ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

2 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

3 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

4 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

5 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

7 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

7 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট

editor by editor
October 20, 2024
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিবিধ, ভাৰত
0
আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট
0
SHARES
403
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি কাৰৱা চৌথ, কেতিয়া ভাঙিব ব্ৰত, পূজাৰ বাবে সময় পাব ১ ঘণ্টা ১৬ মিনিট

কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্থী তাৰিখে আজি উদযাপন কৰা হৈছে কাৰৱা চৌথ উৎসৱ। মহিলাসকলে স্বামীৰ দীৰ্ঘায়ু ৰোজা ৰাখিব। ইয়াৰ বাবেই মহিলাসকলে মেকআপৰ লগতে উপবাসৰ লগত জড়িত সামগ্ৰীও বহুত ক্ৰয় কৰিছিল।

কাৰৱা চৌথ উৎসৱ হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। কৰবা চৌথৰ ব্ৰত সদায় সূৰ্য্য উদয়ৰ প্ৰায় দুঘণ্টা পূৰ্বে সৰগী খোৱাৰ পৰাই হয়। এই সময়ছোৱাত কৰ্ব মাতা, ভগৱান গণেশ আৰু চন্দ্ৰক আনুষ্ঠানিকভাৱে পূজা কৰা হয়।

কাৰৱা চৌথৰ পূজা কৰাৰ সময় আজি দেওবাৰে সন্ধিয়া ৫.৪৬ বজাৰ পৰা আৰম্ভ হ’ব আৰু সন্ধিয়া ০৭.০২ বজালৈ চলিব।

বিবাহিত মহিলাই চন্দ্ৰক অৰ্ঘ্য আগবঢ়াই পূজা কৰিব লাগে। ব্ৰত ভংগ কৰাৰ পিছত স্বামী আৰু বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লব। মনত ৰাখিব যে পূজা থালীত চালনী, চাকি-ধূপ, ফলমূল, শুকান ফল, মিঠাই আৰু দুটা পানীৰ পাত্ৰ থাকিব লাগে।

প্ৰথমে চন্দ্ৰ পূজা আৰু পাছত স্বামী পূজা কৰি লগতে সকলো বিধিগতভাৱে পূজা কৰি কৰৱা চৌথৰ ব্ৰত ভাঙিব । আজিৰ এইদিনটোত নিশাৰ আহাৰতো কোনো আমিষ খাদ্য গ্ৰহণ নকৰিব । সকলো নিৰামিষ খাদ্যই আজিৰ খাদ্য তালিকাত ৰাখিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Karva ChauthKarwab chauth PujaPuja Moon Risingকাৰৱা চৌথ
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
Next Post
মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

মাথো দুখিলা কোমল পাত, আৰু দূৰ কৰক বহু শাৰীৰিক সমস্যা

আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.