• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

1 year ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

20 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

32 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

4 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

9 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কালীপূজাৰ পাছতেই মাৰ্গী শনি! সোনৰ দৰে উজ্বলিব ৫ৰাশিৰ কপাল, অৰ্থ-খ্যাতি উপচি পৰিব কাৰ কাৰ জীৱনত?
0
SHARES
15.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শনিক কৰ্ম আৰু ন্যায়ৰ দেৱতা বুলি কোৱা হয়৷ ৯টা গ্ৰহৰ মাজত শনিয়ে সকলোতকৈ ধীৰ গতিত ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ প্ৰায় আঢ়ৈ বছৰত শনিয়ে এটা ৰাশি এৰি অন্য ৰাশিলৈ যায়৷ বৰ্তমান শনি বক্ৰী চলনত আছে৷ আগন্তুক ৩১ অক্টোবৰ দীপাৱলিত শনিয়ে কুম্ভ ৰাশিত বিপৰীতমুখী অৱস্থাত থাকিব৷ কালীপূজাৰ পাছত আগন্তুক ১৫ নৱেম্বৰত চিধা পথলৈ আহিব শনি৷ কোনো গ্ৰহই উলোটাকৈ ঘূৰি থকাৰ পৰা আকৌ নিজৰ চিধাপথলৈ আহিলে বৈদিক জ্যোতিষ অনুসৰি সেই গ্ৰহটো মাৰ্গী হয় বা মাৰ্গী দশাত অহা বুলি কোৱা হয়৷ আৰু শনি মাৰ্গী হ’লে কেইবাটাও ৰাশিৰ জীৱনত উপচি পৰে অৰ্থ আৰু খ্যাতি৷ জানি থওক শনিৰ মাৰ্গী দশাত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?

মেষ ৰাশি

শনিৰ মাৰ্গী চলন মেষ ৰাশিৰ বাবে অত্যন্ত লাভজনক হ’ব৷ ব্যৱসায়ত বৃহৎ লাভৰ যোগ আছে৷ চাকৰিত পদোন্নতি হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পাব৷ নিজৰ পৰিশ্ৰমৰ দাম পাব পাৰে৷ বহু দিন ধৰি পাবলগীয়া ধন নাপালে এই সময়ত লাভ কৰাৰ সম্ভাৱনা আছে৷

বৃষ ৰাশি

এইবাৰৰ দীপাৱলি বৃষ ৰাশিৰ জাতকৰ বাবে শুভ৷ চাকৰিত নতুন দায়িত্ব পাব পাৰে৷ কৰ্মজীৱনৰ গ্ৰাফ ওপৰলৈ যাব৷ পদৰ সৈতে ধনো বাঢ়িব৷ পৰিয়ালত বিবাদ কাটি সুখৰ দিন আহিব৷

কৰ্কট ৰাশি

আগন্তুক দিনত আৰ্থিক দিশত বৃহৎ উন্নতিৰ যোগ আছে কৰ্কট ৰাশিৰ৷ ব্যৱসায়ীসকলৰ বাবে বিশেষ লাভজনক হ’ব এইকেইটা দিন৷ ব্যৱসায়ত নতুন বিনিয়োগ কৰিব পাৰিব৷ নতুন চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্যও পূৰ্বতকৈ ভাল হ’ব৷

মকৰ ৰাশি

এইবাৰ দীপাৱলি মকৰ ৰাশিৰ বাবে আনন্দৰ হ’ব পাৰে৷ আৰ্থিকভাৱে মোটা টকা লাভ কৰাৰ সুযোগ আহিব পাৰে৷ ব্যৱসায়ীসকলে কিছু বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ যিসকলে চাকৰি বিচাৰিছে তেওঁলোকৰ বাবে এই সময় নতুন চাকৰি পোৱাৰ যোগ আছে৷ কেৰিয়াৰৰ দুশ্চিন্তা কমিব৷

কুম্ভ ৰাশি

শনিৰ মাৰ্গী চলনত সকলোতকৈ বেছি লাভৱান হ’ব কুম্ভ ৰাশি৷ কাৰণ কুম্ভ ৰাশিতেই বক্ৰী চলন এৰি মাৰ্গী হ’ব শনি৷ আৰ্থিকভাৱে উন্নতিৰ সুযোগ পাব৷ নিজৰ ব্যক্তিত্বৰে আনৰ মন জয় কৰিব৷ আত্মবিশ্বাস বাঢ়িব৷ দাম্পত্য জীৱনত অশান্তি দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ
অসম

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

March 19, 2026
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

March 19, 2026
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?
জীৱনশৈলী

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

March 19, 2026
Next Post
ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

ইজৰাইলৰ ক্ষেপ/ণাস্ত্ৰ আ/ক্ৰ/মণৰ পাছতেই বন্ধ কৰা হৈছে ইৰানসহ দুই দেশৰ আকাশীপথ

বিদায় ক্ষণ সমাগত… পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

বিদায় ক্ষণ সমাগত... পদবীক বিদায় দিলেও কিয় দেশবাসীয়ে মনত ৰাখিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.