মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই বিজেপিৰ চৰকাৰে। খাদ্য সামগ্ৰীৰ জুই ছাই দাম। ব্যৰ্থ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী।