• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

1 month ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

7 minutes ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

41 minutes ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

1 hour ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

2 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

3 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

5 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

6 hours ago
অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

অনলাইন গেমৰ প্ৰৰোচনাত ৩৫গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

ভিয়েটনামত অজগৰে এগৰাকী কিশোৰীক গিলি পেলোৱা ভিডিঅ’টোৰ সত্যতা কিমান?

7 hours ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

8 hours ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

8 hours ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

অসমৰ বন্যাৰ্তলৈ ৰাইনাৰ ১০ লাখ টকা

editor by editor
August 9, 2026
in অসম, চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা, সংগীত
0
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
0
SHARES
25
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্টেণ্ড আপ কমেডিয়ান সময় ৰাইনাই বিভিন্ন মন্তব্যৰ বাবে সময়ে সময়ে চৰ্চাৰ শীৰ্ষত থাকে। সময় ৰাইনাৰ মন্তব্যবোৰৰ অধিকাংশই বিতৰ্কৰ কেন্দ্ৰবিন্দুত থাকিলেও এইবাৰ বিতৰ্কৰ বাবে নহয় অন্য এটা কাৰণতহে চৰ্চাৰ শীৰ্ষস্থান লাভ কৰিছে। অসমৰ বাহিৰৰ অন্য তাৰকাসকলৰ দৰে অসমৰ বানপীড়িতসকলৰ বাবে এইবাৰ সময় ৰাইনায়ো আগবঢ়াইছে সাহায্য। তেওঁ অসমৰ বানপীড়িতসকলৰ বাবে ১০ লাখ টকাৰ অনুদান আগবঢ়ায়। এই তথ্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ কার্যালয়ৰ তৰফৰ পৰা লেনদেনৰ স্ক্ৰীণশ্বটসহ সদৰী কৰিছে। সময় ৰাইনাৰ এই পদক্ষেপক অনুৰাগীসকলে প্ৰশংসাৰে উপচায় দিছে।

ইতিমধ্যে ৰণদ্বীপ হুদা, ভূমি পেডনেকাৰ, ছলমান খান, কাৰ্তিক আৰিয়ানৰ দৰে মনোৰঞ্জন উদ্যোগটোৰ বহু তাৰকাই অসমৰ বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াইছে । কেৱল এয়াই নহয় বহু প্ৰভাৱশালী ব্যক্তিয়েও বান পীড়িতক সহায়ৰ হাত আগবঢ়াইছে। এনে ব্যক্তিৰ শীৰ্ষত আছে আদানি, আম্বানি, অনন্যা বিৰলাকে ধৰি জিন্দাল গ্ৰুপো। এতিয়া ছচিয়েল মিডিয়াত চৰ্চিত হৈছে ৰাইনাৰ অনুদান। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কার্যালয়ে টুইটাৰযোগে এই কথা ঘোষণা কৰি লেনদেনৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি লিখিছে,”মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ শ্ৰী সময় ৰাইনাৰ বৰঙণি ১০ লাখ টকা গ্ৰহণ কৰিছে।” অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা দিয়া এই টুইটটোৱে অসংখ্য প্ৰতিক্ৰিয়া লাভ কৰিছে। প্ৰতিক্ৰিয়াসমূহৰ ভিতৰত “২০২৫ চনত কৰা FIR-এও স্থান লাভ কৰিছে।

সময় ৰাইনাৰ “ইণ্ডিয়াজ গট লেটেণ্ট”ৰ দ্বিতীয় ছিজনো প্ৰথম ছিজনৰ দৰেই চৰ্চাত আছে। অভিনেত্ৰী আলিয়া আৰু শ্বাৰৱৰীয়েও এই অনুষ্ঠানৰ প্ৰিমিয়াৰত অংশ লৈছিল। সময় ৰাইনাৰ এই অনুষ্ঠানটো নেটফ্লিক্স আৰু ইউটিউবতো ষ্ট্ৰীম কৰা হৈছে।

পূৰ্বতে উল্লেখ কৰাৰ দৰে মনোৰঞ্জন জগতখনৰ অসমৰ বানাক্ৰান্তলৈ সাহায্য আগবঢ়োৱা তাৰকাৰ তালিকা দীঘলীয়া। বলীউডৰ ভাইজান ছলমান খনৰ বিং হিউমেনৰ জৰিয়তে বন্যাৰ্তলৈ সাহায্য আগবঢ়োৱাৰ উপৰিও শিখসকলৰ প্ৰজেক্ট আছিয়ানাৰ জৰিয়তে বন্যাৰ্তলৈ ৫০০টা গৃহ নিৰ্মাণৰো প্ৰতিশ্ৰুতি দিছে ছলমান খানৰ সংস্থাটোৱে। ইয়াৰ উপৰিও বলীউডৰ তাৰকা অভিনেতা ৰণদ্বীপ হুদাই বান পীড়িত অঞ্চললৈ নিজে আহি আগবঢ়াইছিল সাহায্য। একেদৰে বলীউডৰ আন এজন অভিনেতা কাৰ্তিক আৰিয়ানে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকাৰ সাহায্য আগবঢ়াইছিল। ইয়াৰ উপৰিও অভিনেত্ৰী ভূমি পেডনেকাৰেও বন্যাৰ্তলৈ আগবঢ়াইছিল সাহায্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Assam CM Himanta Biswa Sarmasamay raina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?
বিনোদন

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

September 12, 2026
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক
জীৱনশৈলী

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

September 12, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

September 12, 2026
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা
বাণিজ্য

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

September 12, 2026
Next Post
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

টোপনিত দেখা সপোনবোৰ কিয় সম্পূৰ্ণৰূপে মনত নাথাকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.