• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব

কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব

2 years ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

29 minutes ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

52 minutes ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

2 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

2 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

3 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

3 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

4 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

5 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

6 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

14 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

14 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব

editor by editor
November 8, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব
0
SHARES
261
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কঠোৰ নিৰ্দেশনা! পুৰুষ বৰ্জিত- মহিলাৰ জিম ট্ৰেইনাৰ হ’ব নোৱাৰিব, মহিলাৰ কাপোৰৰ জোখো ল’ব নোৱাৰিব

উত্তৰ প্ৰদেশৰ প্ৰশাসনৰ ফালৰ পৰা আহিছে এক বিশেষ তথা কঠোৰ নিৰ্দেশনা। পুৰুষ বৰ্জিত মহিলাৰ কিছুমান কামত। পুৰুষৰ এন্ট্ৰি নিষেধ কৰিছে মহিলাৰ কিছু কামত।

মহিলাৰ কাপোৰৰ জোখ ল’ব নোৱাৰিব পুৰুষ দৰ্জীয়ে। মহিলাৰ সুৰক্ষাৰ দিশটো চাই উত্তৰ প্ৰদেশৰ মহিলা আয়োগে জাৰি কৰিছে কেইবাটাও নিৰ্দেশনা। বুটিক চেণ্টাৰত মহিলাৰ কাপোৰৰ জোখ-মাখ পুৰুষৰ পৰিৱৰ্তে মহিলাই ল’ব লাগিব।

ইয়াৰ বাহিৰেও কেৱল মহিলা প্ৰশিক্ষকেহে জিম আৰু যোগ কেন্দ্ৰত মহিলাক প্ৰশিক্ষণ দিব পাৰিব। ইয়াৰ বাবে জিমৰ ভেৰিফাই কৰাও প্ৰয়োজনীয় বুলি প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰিছে। ইয়াৰ সৈতে জড়িত সকলো আদেশ জাৰি কৰা হৈছে।

ৰাজ্যখনৰ মহিলা আয়োগৰ অধ্যক্ষ ববিতা চৌহানে কয় যে মহিলাৰ সাজ-পোছাকৰ বাবে চিলাই দোকানত এগৰাকী মহিলা থাকিব লাগে। মহিলাৰ বাবে বিশেষ কাপোৰ বিক্ৰী কৰা দোকানটো মহিলা থাকিব লাগে। ইয়াৰ উপৰিও চিচিটিভিৰ জৰিয়তে কোচিং চেণ্টাৰসমূহ নিৰীক্ষণ কৰাৰ নিৰ্দেশো জাৰি কৰিছে।

মহিলা আয়োগৰ আদেশৰ নিৰ্দেশনা-
১) জিম যোগ কেন্দ্ৰলৈ অহা সকলৰ আইডি কাৰ্ডৰ ভেৰিফিকেচন হব লাগে।
২) স্কুল বাছত মহিলা নিৰাপত্তাৰক্ষী বা শিক্ষক নিয়োগ কৰিব লাগে।
৩) পুৰুষ দৰ্জীয়ে কাপোৰৰ বাবে মহিলাৰ জোখ লব নোৱাৰে।
৪) মহিলাৰ বাবে বিশেষ কাপোৰ বিক্ৰী কৰা দোকানত মহিলা কৰ্মচাৰী নিযুক্তি দিব লাগে।
৫) জিলাখনৰ সকলো শিক্ষানুষ্ঠানৰ পৰীক্ষণৰ প্ৰয়োজন।
৬) কোচিং চেণ্টাৰত চিচিটিভি আৰু ৱাশ্বৰুমৰ ব্যৱস্থা থাকিব লাগে।
৭) নাট্য কলা কেন্দ্ৰত মহিলা নৃত্য শিক্ষয়িত্ৰী নিযুক্তি বাধ্যতামূলক হব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gym TarinerMale TailoringTailoringuttar pradeshwomen Trainer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
Next Post
পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

পুৰুষ দৰ্জীয়ে ল’ব নোৱাৰিব মহিলাৰ পোছাকৰ মাপ! পুৰুষ নাপিতে কাটিব নোৱাৰিব মহিলাৰ চুলি, কোন ৰাজ্যত এই নতুন নিয়ম?

ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

ডিজিটেল যুগত পিছুৱাই গৈছে ATM, অলিয়ে গলিয়ে হয়তো আৰু আপুনিও নেদেখিব ATM, বৃহৎ সিদ্ধান্ত লোৱাৰ পথত কেইবাখনো বেংক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.