• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

2 years ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

4 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

35 minutes ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

1 hour ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

3 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

4 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

6 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

15 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে

editor by editor
November 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কাইলৈ আৰ্দ্ৰা নক্ষত্ৰত সাধ্য যোগ, ভাৱিব নোৱাৰা উন্নতি কৰিব এই ৫ৰাশিৰ জাতকে
0
SHARES
675
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৮ নৱেম্বৰ ২০২৪ সোমবাৰে চন্দ্ৰই দিনজুৰি মিথুন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আঘোণ মাহৰ কৃষ্ণা তৃতীয়া তিথি৷ সূৰ্যই এতিয়া অৱস্থান কৰিছে বৃশ্চিক ৰাশিত৷ কাইলৈ সন্ধিয়া ৬ বাজি ৫৫ মিনিট পৰ্যন্ত তৃতীয়া আছে৷ তাৰপাছতেই কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ দিনজুৰি থাকিব প্ৰথমে মৃগশিৰা আৰু তাৰপাছতেই আৰ্দ্ৰা নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত সোমবাৰ হৈছে মহাদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ দিনটো অত্যন্ত লাভজনক হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ মন কাইলৈ পজিটিভ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে৷ নিজৰ চিন্তা আৰু কামেৰে বৃহৎ সাফল্য লাভ কৰাৰ যোগ আছে৷ উপাৰ্জন কাইলৈ বহু পৰিমানে বাঢ়িব মিথুন ৰাশিৰ জাতকৰ৷ কেৰিয়াৰতো কাইলৈ বিশেষ উন্নতি কৰাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

কাইলৈ দিনটো বেছ লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ পেছাগত জীৱনত বিশেষ সাফল্য অৰ্জন কৰিব পাৰিব৷ কাইলৈ শ্ৰী বিষ্ণুৰ আশীৰ্বাদ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ ইচ্ছাশক্তিৰ জোৰত কাইলৈ বহু চেলেঞ্জ অতিক্ৰম কৰিব পাৰিব৷ পেছাগত আৰু ব্যক্তিগত জীৱনৰ মাজত বেলেন্স বৰ্তি থাকিব সিংহ ৰাশিৰ জাতকৰ৷

তুলা ৰাশি

১৮ নৱেম্বৰৰ দিনটো সাফল্যৰে ভৰা হ’ব তুলা ৰাশিৰ জাতকৰ বাবে৷ তুলাৰ জাতক ব্যৱসায়ীয়ে কাইলৈ মোটা টকা লাভ কৰিব পাৰিব৷ সাধ্য যোগৰ প্ৰভাৱত কাইলৈ নিজৰ ভৱিষ্যতক সুৰক্ষিত কৰিবলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ কাৰ্যালয়ত সহকৰ্মী আৰু বছৰ সৈতে সম্পৰ্ক বেছ ভাল থাকিব তুলা ৰাশিৰ জাতকৰ৷

বৃশ্চিক ৰাশি

সিদ্ধিযোগত ধন লাভ হোৱাৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ৷ কাইলৈ স্থাবৰ আৰু অস্থাবৰ সম্পত্তি লাভ কৰাৰ যোগ আছে৷ কৈ থকা টকা কাইলৈ মহাদেৱৰ আশীৰ্বাদ পাব বৃশ্চিক ৰাশিৰ জাতকে৷ আত্মীয়ৰ পৰা কাইলৈ কোনো সুখবৰ পাব আপুনি৷ নিজৰ কেৰিয়াৰ সংক্ৰান্তীয় কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে আপুনি৷ কাইলৈ কোনো ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷

কুম্ভ ৰাশি

কাইলৈ সাধ্য যোগৰ শুভ প্ৰভাৱ পাব কুম্ভ ৰাশিৰ জাতকে৷ কাইলৈ হঠাৎ বেছ কিছু টকা আপোনাৰ হাতত আহিব৷ উত্তৰাধিকাৰ সূত্ৰে কাইলৈ সম্পত্তি লাভ কৰিব৷ কাৰ্যালয়ত কোনো সুখবৰ পাব পাৰে আপুনি৷ পুৰণি কোনো অসুখ থাকিলে কাইলৈ আপোনাৰ শৰীৰ বহুপৰিমানে ভাল হ’ব৷ ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে কাইলৈ বিশেষ কোনো কামৰ দায়িত্ব আৰু পদ লাভ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
Next Post
সুবৰ্ণ সুযোগ! এইবাৰ মাধ্যমিক উত্তীৰ্ণইয়ো পাব ৰে’ল বিভাগত চাকৰি, কেনেকৈ কৰিব আবেদন?

সুবৰ্ণ সুযোগ! এইবাৰ মাধ্যমিক উত্তীৰ্ণইয়ো পাব ৰে’ল বিভাগত চাকৰি, কেনেকৈ কৰিব আবেদন?

মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম  জানেনে?

মাহত মাত্ৰ কেই হাজাৰমান টকা দিলেই পাব ৮লাখ টকা, পষ্ট অফিচৰ এই স্কিম জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.